ETV Bharat / bharat

মণিপুৰঃ লক ডাউন নামানি আটক 45

মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান এল এম খাউচে শুকুৰবাৰে সন্ধিয়া লোকসকলক ঘৰতে সোমাই থাকিবলৈ আহ্বান জনাই আৰু লগতে নিয়ম ভংগকাৰী লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি সকলোকে সাৱধান কৰি দিয়ে ।

মণিপুৰঃ লক ডাউন নামানি আটক 45
মণিপুৰঃ লক ডাউন নামানি আটক 45
author img

By

Published : Mar 28, 2020, 6:35 PM IST

ইম্ফল, 28 মাৰ্চঃ মহামাৰী কোভিড-১৯ ৰ সংক্ৰমন ৰোধৰ বাবে ৰাজ্য় চৰকাৰৰ লগতে কেন্দ্ৰই প্ৰদান কৰে লক ডাউনৰ সময়চোৱাত বিগত কেইদিনত মণিপুৰত আটক হৈছে ৪৫ জন লোক। এই লোকসকলে লকডাউন নামানি ঘূৰি ফুৰিছিল আৰু সমবেত হৈছিল । এই তথ্য সদৰি কৰিছে মণিপুৰ আৰক্ষীয়ে । লগতে জনাই যে, লকডাউন ঘোষণাৰ পিছৰপৰাই অমান্য কৰি আহিছিল এইসকল লোকে ।

মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান এল এম খাউচে শুকুৰবাৰে সন্ধিয়া লোকসকলক ঘৰতে সোমাই থাকিবলৈ আহ্বান জনাই আৰু লগতে নিয়ম ভংগকাৰী লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি সকলোকে সাৱধান কৰি দিয়ে।

ৰাজ্যখনৰ চাইবাৰ শাখাই কোনো লোকে যাতে কোনোধৰণৰ ভুৱা বাতৰি বিয়পাই নুফুৰে তাৰ বাবেও সতৰ্ক কৰি দিয়ে। বৰ্তমানে ৰাজ্যখনত এজন কোভিড-19 আক্ৰান্ত ৰোগী পোৱা গৈছে আৰু 486 গৰাকী লোক কোৱাৰণটাইনত আছে ।

ইপিনে,লক ডাউনৰ সময়তে শুকুৰবাৰে 51 বছৰীয়া লোক এজন ড্ৰাকছ আৰু অবৈধ মাৰাণাস্ত্ৰসহ থাউবল জিলাৰ পৰা আৰক্ষীয়ে আটক কৰে।

লগতে চাওকঃ লক ডাউনৰ চতুৰ্থ দিনাই নজ্বলা হৈছে বহুতৰ ঘৰৰ চৌকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.