ETV Bharat / bharat

নিৰ্বাচনৰ পূৰ্বেই নক্সালবাদীৰ হাতত শ্বহীদ বি এছ এফ জোৱান

লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে নক্সাল অধ্যুষিত ছত্তিশগড়ত নিয়োগ কৰা বি এছ এফ বাহিনীৰ চাৰিগৰাকী জোৱান শ্বহীদ হয় ৷

ছত্তিশগড় সংঘৰ্ষ
author img

By

Published : Apr 4, 2019, 8:40 PM IST

নিউজ ডেস্ক, 4 এপ্ৰিলঃ নক্সাল অধ্যুষিত ছত্তিশগড়ত নিৰাপত্তাৰ বাবে নিয়োগ কৰা বি এছ এফ বাহিনীৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত নক্সালবাদীৰ৷ বৃহস্পতিবাৰে জিলাখনৰ মাহলা জংঘলত হোৱা সংঘৰ্ষৰ ফলত শ্বহীদ হয় চাৰিগৰাকীকৈ বি এছ এফ জোৱান ৷

ছত্তিশগড় সংঘৰ্ষ

বৃহস্পতিবাৰে দিনৰ প্ৰায় 12 বজাত ৰাজ্যখনৰ কাংকেৰ জিলাত হোৱা সংঘৰ্ষত বাহিনীটোৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শকসহ শ্বহীদ হয় আন তিনিগৰাকী জোৱান ৷ ছত্তিশগড় আৰক্ষীৰ নক্সালবিৰোধী শাখাৰ উপ-মহাপৰিদৰ্শক পি সুন্দৰৰাজে প্ৰকাশ কৰিছে এই কথা৷ কাংকেৰ জিলাৰ পাখানজুৰ অঞ্চলত থকা বি এছ এফৰ 114 বাহিনীত কৰ্মৰত আছিল শ্বহীদ জোৱানসকল ৷ আনহাতে সংঘৰ্ষৰ ফলত আহত হয় আন দুগৰাকী বি এছ এফ জোৱান ৷

ছত্তিশগড় সংঘৰ্ষ

শ্বহীদ জোৱানকেইগৰাকী, এগৰাকী সহকাৰী উপ-পৰিদৰ্শক , কনিষ্টবল ৰামকৃষ্ণণ, কনিষ্টবল সোমেশ্বৰ, কনিষ্টবল ইছৰাৰ খান আৰু আহত জোৱানকেইগৰাকী সহকাৰী কামাণ্ডেন্ট গপুৰাম আৰু পৰিদৰ্শক গোপাল ৰাম বুলি জানিব পৰা গৈছে ৷

ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে শ্বহীদ জোৱানসকলক অন্তিম শ্ৰদ্ধাঞ্জলী প্ৰদান কৰাৰ লগতে মৃতদেহসমূহ ৰায়পুৰলৈ লৈ অনা হৈছে ৷ ৰায়পুৰত মৰনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পৰৱৰ্তী সময়ত শ্বহীদ জোৱানসকলৰ মৃতদেহসমূহ নিজগৃহলৈ প্ৰেৰণ কৰা হ'ব ৷

4 BSF jawans Martyred in encounter with Naxals in Chhattisgarh

Border Security Force
Encounter with Naxals
Chhattisgarh Encounter 
সীমা সুৰক্ষা বল 
নক্সাল সংঘৰ্ষ 
ছত্তিশগড় সংঘৰ্ষ 

নিৰ্বাচনৰ পূৰ্বেই নক্সালবাদীৰ হাতত শ্বহীদ বি এছ এফ জোৱান 

লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে নক্সাল অধ্যুষিত ছত্তিশগড়ত নিয়োগ কৰা বি এছ এফ বাহিনীৰ চাৰিগৰাকী জোৱান শ্বহীদ হয় ৷ 

নিউজ ডেস্ক, 4 এপ্ৰিলঃ নক্সাল অধ্যুষিত ছত্তিশগড়ত নিৰাপত্তাৰ বাবে নিয়োগ কৰা বি এছ এফ বাহিনীৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত নক্সালবাদীৰ৷  বৃহস্পতিবাৰে জিলাখনৰ মাহলা জংঘলত হোৱা সংঘৰ্ষৰ ফলত  শ্বহীদ হয় চাৰিগৰাকীকৈ বি এছ এফ জোৱান ৷ 

বৃহস্পতিবাৰে দিনৰ প্ৰায় 12 বজাত ৰাজ্যখনৰ কাংকেৰ জিলাত হোৱা সংঘৰ্ষত বাহিনীটোৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শকসহ  শ্বহীদ হয় আন তিনিগৰাকী জোৱান ৷  ছত্তিশগড় আৰক্ষীৰ নক্সালবিৰোধী শাখাৰ উপ-মহাপৰিদৰ্শক পি সুন্দৰৰাজে প্ৰকাশ কৰিছে এই কথা৷  কাংকেৰ জিলাৰ পাখানজুৰ অঞ্চলত থকা বি এছ এফৰ 114 বাহিনীত কৰ্মৰত আছিল শ্বহীদ জোৱানসকল ৷  আনহাতে সংঘৰ্ষৰ ফলত আহত হয় আন দুগৰাকী বি এছ এফ জোৱান ৷ 

শ্বহীদ জোৱানকেইগৰাকী, এগৰাকী সহকাৰী উপ-পৰিদৰ্শক , কনিষ্টবল ৰামকৃষ্ণণ, কনিষ্টবল সোমেশ্বৰ, কনিষ্টবল ইছৰাৰ খান আৰু আহত জোৱানকেইগৰাকী সহকাৰী কামাণ্ডেন্ট গপুৰাম  আৰু পৰিদৰ্শক গোপাল ৰাম বুলি জানিব পৰা গৈছে ৷ 

ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে শ্বহীদ জোৱানসকলক অন্তিম শ্ৰদ্ধাঞ্জলী প্ৰদান কৰাৰ লগতে মৃতদেহসমূহ ৰায়পুৰলৈ লৈ অনা হৈছে ৷ ৰায়পুৰত মৰনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পৰৱৰ্তী সময়ত শ্বহীদ জোৱানসকলৰ মৃতদেহসমূহ  নিজগৃহলৈ প্ৰেৰণ কৰা হ'ব ৷  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.