ETV Bharat / bharat

ভাৰতত আৱদ্ধ হৈ থকা 388 ৰাছিয়াৰ নাগৰিকক স্বদেশলৈ প্ৰেৰণ - 388 জন ৰাছিয়াৰ নাগৰিকক স্বদেশলৈ প্ৰেৰণ

388 জন ৰাছিয়াৰ নাগৰিকক স্বদেশলৈ প্ৰেৰণ ৷ বিশেষ বিমানযোগে সেই দেশখনৰ নাগৰিকসকলক প্ৰেৰণ কৰা হয় ৰাছিয়ালৈ ৷

বিশেষ বিমানযোগে প্ৰেৰণ
ভাৰতত আৱদ্ধ হৈ থকা 388 ৰাছিয়াৰ নাগৰিকক স্বদেশলৈ প্ৰেৰণ
author img

By

Published : Mar 25, 2020, 5:23 PM IST

নেশ্যনেল ডেস্ক, 25 মাৰ্চ : ভাৰতত আৱদ্ধ হৈ থকা 388 জন ৰাছিয়াৰ নাগৰিকক বিশেষ বিমানযোগে সেই দেশলৈ ঘূৰাই পঠিওৱা হৈছে ৷ নতুন দিল্লীত ৰাছিয়াৰ দূতাবাসে এই কথা সদৰী কৰি জনাইছে যে, বিশেষ বিমানযোগে সেই দেশখনৰ নাগৰিকসকলক পঠিয়াই দিয়া হৈছে ৷

ভাৰতত আৱদ্ধ হৈ থকা 388 ৰাছিয়াৰ নাগৰিকক স্বদেশলৈ প্ৰেৰণ

ভাৰতত বুধবাৰৰ পৰা আৰম্ভ হোৱা লকডাউনৰ পৰিপেক্ষিতত ৰাছিয়াৰ নাগৰিকসকলক সফলতাপূৰ্বক দেশখনলৈ ওভতাই পঠিওৱা বুলি দিল্লীস্থিত ৰাছিয়াৰ দূতাবাসৰ সংবাদ সহযোগী এভজেনী বেৰেকাই জানিবলৈ দিছে ৷

দেশখনে বিশ্বৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা নিজৰ নাগৰিকসকলক স্বদেশলৈ প্ৰত্যাৰ্পন কৰাত বিশেষ ব্যৱস্থা হাতত লৈছে ৷

ইপিনে, ভাৰতেও ইটালী, ইৰান, চীন আদিকে ধৰি কৰ'ণাত আক্ৰান্ত দেশসমূহৰ পৰা ভাৰতীয় নাগৰিক সকলক স্বদেশলৈ ঘূৰাই অনাৰ বাবে অভিযান চলাইছিল ৷

আৰু পঢ়ক : কৰ্মচাৰীৰ দৰমহা কৰ্তন নকৰিব : ব্যক্তিগত সুৰক্ষা এজেন্সীলৈ পৰামৰ্শ গৃহ মন্ত্ৰণালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.