ETV Bharat / bharat

জন্মু-কাশ্মীৰত সুৰক্ষাবলৰ আক্ৰমণত নিহত তিনি সন্ত্ৰাসবাদী

author img

By

Published : Mar 28, 2019, 10:19 AM IST

আনহাতে, কেল্লৰৰ কিছু স্পৰ্শকাতৰ অঞ্চলত বৰ্তমান পৰ্যন্ত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকা আশংকা কৰা হৈছে ৷

জন্মু আৰু কাশ্মীৰ

নিউজ ডেস্ক, 28 মাৰ্চঃ জন্মু-কাশ্মীৰৰ সুৰক্ষাবলৰ সংঘৰ্ষত নিহত তিনি জনকৈ সন্ত্ৰাসবাদী৷ বৃহস্পতিবাৰে শ্বপিয়ান জিলাৰ কেল্লৰত সংঘটিত হৈছে এই ঘটনা ৷ সংঘৰ্ষত নিহত হোৱা সন্ত্ৰাসবাদীৰ মৃতহেদ উদ্ধাৰ কৰে সেনা আৰক্ষীয়ে ৷আনহাতে, সন্ত্ৰাসবাদীৰ পৰা সেনাই জব্দ কৰিবলৈ সক্ষম হয় বহুখিনি মাৰাণাস্ত্ৰ ৷ খবৰ অনুসৰি, সুৰক্ষাবলে কেল্লৰ অঞ্চলত কিছু সন্ত্ৰাসবাদী থকা বুলি তথ্য লাভ কৰিছিল ৷ ইয়াৰপাচতে সেনা, চিআৰপিএফ আৰু জন্মু-কাশ্মীৰ আৰক্ষীয়েউক্ত অঞ্চলত অভিযান চলাই ৷ আনহাতে, কেল্লৰৰ কিছু স্পৰ্শকাতৰ অঞ্চলত বৰ্তমান পৰ্যন্ত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকা আশংকা কৰা হৈছে ৷ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে শ্বফিয়ান জিলাৰইণ্টাৰনেটসেৱা ৷

3 terrorit gunned down in shopian, arms seized 

জন্মু-কাশ্মীৰঃ শ্বোপিয়া সুৰক্ষাবলৰ আক্ৰমণত নিহত তিনি সন্ত্ৰাসবাদী

body:নিউজ ডেস্ক, 28 মাৰ্চঃ জন্মু আৰু কাশ্মীৰৰ সুৰক্ষাবলৰ সংঘৰ্ষত নিহত তিনি জনকৈ সন্ত্ৰাসবাদীৰ ৷ বৃহস্পতিবাৰে শ্বোপিয়া কেল্লৰ সংঘটিত হৈছে এই ঘটনা৷ সংঘৰ্ষত নিহত হোৱা সন্ত্ৰাসবাদীৰ মৃতহেদ উদ্ধাৰ কৰে সেনা আৰক্ষীয়ে ৷ আনহাতে, সন্ত্ৰাসবাদীৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় মাৰাণস্ত্ৰ ৷ খবৰ অনুসৰি, সুৰক্ষাবলে কেল্লৰ অঞ্চলত কিছু সন্ত্ৰাসবাদী থকা বুলি তথ্য লাভ কৰিছিল৷ তাৰ পাচতে সেনা, চিআৰপিএফ আৰু জন্মু-কাশ্মীৰ আৰক্ষীয়ে অভিযান চলাই উক্ত অঞ্চলত ৷ আনহাতে, কেল্লৰৰ কিছু স্পৰ্শকাতৰ অঞ্চলত বৰ্তমান পৰ্যন্ত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকা আংশকা কৰা হৈছে ৷ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে শ্বোপিয়া ইনটাৰনেট সেৱা ৷  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.