ETV Bharat / bharat

গোৱাৰ পৰা বিমানযোগে নিজ নিজ দেশলৈ প্ৰেৰণ ২৬৫ গৰাকী বিদেশী নাগৰিক - কোভিড-১৯ লকডাউন

গোৱা বিমানবন্দৰৰ সঞ্চালক গগন মালিকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, ২৬০ গৰাকী ব্ৰিটিছ নাগৰিকক বিশেষ বিমানযোগে দেশখনলৈ প্ৰেৰণ কৰা হয় ।

নিজ নিজ দেশলৈ প্ৰেৰণ ২৬৫ গৰাকী বিদেশী নাগৰিক

author img

By

Published : Apr 21, 2020, 2:12 PM IST

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ সোমবাৰে বিশেষ বিমানযোগে ২৬৫ গৰাকী বিদেশী নাগৰিকক নিজ নিজ দেশলৈ প্ৰেৰণ কৰে ভাৰতে। ভাৰতৰ গোৱা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা এইদৰে নাগৰিকসকলক সংযুক্ত গণৰাজ্যৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰা হয়। এই কথা জানিবলৈ দিছে গোৱা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সঞ্চালক গগন মালিকে ।

মালিকে প্ৰকাশ কৰা অনুসৰি, কোভিড-১৯ৰ লক ডাউনৰ পৰৱৰ্তী সময়ত ৰাছিয়া,ফ্ৰান্স,আমেৰিকা,কানাডাকে ধৰি প্ৰায় বহুকেইখন দেশৰ ৫,০০০ নাগৰিকক প্ৰত্যাৰ্পণ কৰা হৈছে ।সোমবাৰে গোৱাৰ পৰা ২৭ সংখ্যক যাত্ৰা যোগে এইদৰে ২৬৫ গৰাকী ব্ৰিটিছ নাগৰিকক নিজ নিজ দেশলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়কঃ লকডাউনৰ সময়ছোৱাত টোপনি নিয়ন্ত্ৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.