ETV Bharat / bharat

1 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

1 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি
author img

By

Published : Oct 14, 2020, 1:03 PM IST

আলফা (স্বা)ৰ তিনি কেডাৰৰ আত্মসমৰ্পণ

মঙলবাৰে পুৱতি নিশা আলফা (স্বা) ৰ তিনি গৰাকী কেডাৰে নগালেণ্ড ভিলেজ গাৰ্ডৰ ওচৰত আত্মসমৰ্পণ কৰে । কেডাৰ কেইগৰাকী ক্ৰমে গোৱালপাৰাৰ কুনাল অসম (৩২), তিনিচুকীয়াৰ ৰুচনা অসম (৪০) আৰু চৰাইদেউৰ লাচিত অসম (২৫) বুলি জানিব পৰা গৈছে ৷

ভয়ানকঃ মেঘালয়ত ডাইনী সন্দেহত জীৱিত অৱস্থাত পুতিলে বৃদ্ধক

আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিছে যে,মৰিচৰ বিৰুদ্ধে বিগত কেইবামাহ ধৰি বেমাৰ হৈ থকা ভতিজাকৰ ওপৰত তন্ত্ৰ মন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত গাঁৱত জীৱিত পুতি থোৱা হয় ৷

জম্মু-কাশ্মীৰৰ সেনা চাউনীৰ পৰা বিশেষ আৰক্ষী বিষয়া সন্ধানহীন

বুধবাৰে জম্মু-কাশ্মীৰৰ বুদগাম জিলাস্থিত চাদোৰা এলেকাৰ পৰা এগৰাকী বিশেষ আৰক্ষী বিষয়া সন্ধানহীন। বিষয়া গৰাকীৰ সৈতে আছিল দুই AK-47 ৰাইফলসহ তিনিটা মেগজিন।

COVID-19: ভাৰতৰ সাম্প্ৰতিক তথ্য

ভাৰতত 72 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যাই ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা তথ্য অনুসৰি, বৰ্তমানলৈ ভাৰতত 9,00,90,122 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

নিশা বাঘক লৈ আতংকিত গোলাঘাট নগৰবাসী

এটা বাঘে টোপনি হৰিছে সাধাৰণ ৰাইজৰ । বাঘ খেদিবলৈ ফটকা ফুটাইছে ৰাইজে । গোলাঘাট নগৰত নিশা বাঘৰ ভয়ত আতংকিত হৈ পৰিল নগৰবাসী।

নগাঁৱৰ এটা ব্যক্তিগত ছাত্ৰী নিবাসৰ স্বত্বাধিকাৰীক আটক

ছাত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ তৎকালীন যোগাযোগ নম্বৰ 100 ফোন কৰাত ঘটনাস্থলীত নগাঁও ইটাচালি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ছাত্ৰী গৰাকীক উদ্ধাৰ কৰি অভিযুক্ত বাদল দাসক আটক কৰে ।

দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ’ব ষ্টেচ্যু অৱ ইউনিটি

দেশৰ বিখ্যাৎ পৰ্যটন ক্ষেত্ৰ সমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তাৰেই অংশ হিচাপে চৰ্দাৰ সৰোবৰ নৰ্মদা নিগম লিমিটেডে ষ্টেচ্যু অৱ ইউনিটি পৰ্যটকৰ সুবিধাৰ্থে মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

যদিহে আৰ.জে.ডি জিকে তেন্তে কাশ্মীৰি সন্ত্ৰাসবাদীয়ে শৰণ ল'ব বিহাৰত: নিত্যানন্দ ৰায়

"যদি ৰাষ্ট্ৰীয় জনতা দলে বিহাৰৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰে, তেন্তে কাশ্মীৰি সন্ত্ৰাসবাদীসকলে ৰাজ্যখনত শৰণ ল'ব ৷" এনেদৰে মন্তব্য কৰি সম্প্ৰতি ব্যাপক বিতৰ্কৰ মাজত সোমাই পৰিছে কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰায় ৷

জিলা প্ৰশাসনক হাই এলাৰ্ট জাৰী তেলেংগানা চৰকাৰৰ

তেলেংগানাৰ মুখ্য সচিব সোমেশ কুমাৰে সকলো জিলা কালেক্টৰ, আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু সকলো জিলা প্ৰশাসনকে সজাগ হৈ থাকিবলৈ সতৰ্ক কৰি দিছে ৷ প্ৰচুৰ বৃষ্টিপাতৰ ফলত বানৰ কৱলত পৰিছে তেলেংগানা ৷

অসমৰ সীমাত থকা বনাঞ্চলত বেদখল মিজোৰ

লক ডাউনৰ সুযোগ লৈ মিজোৰামৰ মামিট জিলাৰ সীমান্তৱৰ্তী মিজো লোক সকলে ৰাতাবাৰী সমষ্টিৰ বৰভুবি এলেকাত সিংলা সংৰক্ষিত বনাঞ্চলত অসমৰ মাটি দখল কৰি জুম খেতি কৰাৰ লগতে পুখুৰী খান্দিছিল, আনকি অসমৰ মাটিত ঘৰ পৰ্যন্ত নিৰ্মাণ কৰিছিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.