ETV Bharat / bharat

সৰ্বাধিক ভোটদানেৰে দেশৰ 11 ৰাজ্যৰ অভিলেখ - সৰ্বাধিক ভোটদানৰ অভিলেখ

স্বাধীনতাৰ পাচত প্ৰথমবাৰলৈ সৰ্বাধিক ভোটদানেৰে অভিলেখ ৰচিলে অসম,ৰাজস্থান,গুজৰাট,বিহাৰ,কৰ্ণাটক,ঝাৰখণ্ড,অন্ধ্ৰপ্ৰদেশ,মধ্যপ্ৰদেশ,হিমাচল প্ৰদেশ,উত্তৰপ্ৰদেশ আৰু ছত্তিশগড়ে৷

সৰ্বাধিক ভোটদানেৰে দেশৰ 11 ৰাজ্যৰ অভিলেখ
author img

By

Published : Jun 3, 2019, 6:10 PM IST

গুৱাহাটী, 3 জুনঃ লোকসভা নিৰ্বাচনত সৰ্বাধিক ভোটদানেৰে দেশৰ 11 খন ৰাজ্যৰ অভিলেখ৷ স্বাধীনতাৰ পাচত পোনপ্ৰথমবাৰৰ বাবে সৰ্বাধিক ভোটদানৰৰ হাৰেৰে কৃতিত্ব ৰচিলে 11 খন ৰাজ্যই৷ শেহতীয়াকৈ দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য ।

এই 11 খন ৰাজ্যৰ ভিতৰত স্থান পাইছে অসমেও । সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত অসমত ভোটদানৰ হাৰ আছিল 81.79 শতাংশ, যিটো স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ সম্ভৱ হৈছে। একেদৰে অভিলেখ সৃষ্টি কৰা আন 10 খন ৰাজ্যত ভোটদানৰ হাৰ আছিল ক্ৰমে ৰাজস্থানত 66.45 শতাংশ, গুজৰাটত 64.45 শতাংশ, বিহাৰত 57.43 শতাংশ, কৰ্ণাটকত 68.83 শতাংশ,ঝাৰখণ্ডত 66.90 শতাংশ, অন্ধ্ৰ প্ৰদেশত 80.31শতাংশ, মধ্য প্ৰদেশত 71.26 শতাংশ, হিমাচল প্ৰদেশত 73.18 শতাংশ, উত্তৰ প্ৰদেশত 59.29 শতাংশ আৰু ছত্তিশগড়ত 71.66 শতাংশ ।

Intro:গুৱাহাটী, 3 জুনঃ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত দেশৰ মুঠ 11 খন ৰাজ্যত যি হাৰত ভোটদান হৈছিল সেয়া আছিল স্বৰাজোত্তৰ ভাৰতবৰ্ষত ভোটগ্ৰহণৰ ক্ষেত্ৰত হোৱা এক অভিলেখ । কিয়নো এই 11 খন ৰাজ্যত দেশে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা এনে ব্যাপক হাৰত ভোটদান কেতিয়াও হোৱা নাছিল । শেহতীয়াকৈ দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য । আয়োগৰ তথ্য মতে ভোটগ্ৰহণৰ ক্ষেত্ৰত এই 11 খন ৰাজ্যই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে।

Body:মন কৰিবলগীয়া যে এই 11 খন ৰাজ্যৰ ভিতৰত স্থান পাইছে অসমেও । সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত অসমত ভোটদানৰ হাৰ আছিল 81.79 শতাংশ, যিটো স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ সম্ভৱ হৈছে। একেদৰে অভিলেখ সৃষ্টি কৰা আন 10 খন ৰাজ্যত ভোটদানৰ হাৰ আছিল ক্ৰমে ৰাজস্থানত 66.45 শতাংশ, গুজৰাটত 64.45 শতাংশ, বিহাৰত 57.43 শতাংশ, কৰ্ণাটকত 68.83 শতাংশ,

Conclusion:ঝাৰখণ্ডত 66.90 শতাংশ, অন্ধ্ৰ প্ৰদেশত 80.31শতাংশ, মধ্য প্ৰদেশত 71.26 শতাংশ, হিমাচল প্ৰদেশত 73.18 শতাংশ, উত্তৰ প্ৰদেশত 59.29 শতাংশ আৰু ছত্তিশগড়ত 71.66 শতাংশ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.