ETV Bharat / bharat

ত্ৰিপুৰাত অসম ৰাইফলছৰ জালত গাঞ্জা সৰবৰাহকাৰী - Pecharthal Police station

ত্ৰিপুৰাত অসম ৰাইফলছৰ ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত আছে । ইয়াৰ মাজতে ৰাইফলছে বুধবাৰে (Assam Rifles seized cannabis at Tripura) ত্ৰিপুৰাৰ উনাকোটি জিলাৰ পেচাৰথাল আৰক্ষী থানাৰ অন্তৰ্গত ধনীচেৰা (Pecharthal police station of Tripura) গাঁৱত ৮৫ লাখ টকাৰ ২০৪.৭৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ।

Assam Rifles seized cannabis at Tripura
ত্ৰিপুৰাত অসম ৰাইফলছৰ জালত গাঞ্জা সৰবৰাহকাৰী
author img

By

Published : Oct 6, 2022, 1:48 PM IST

আগৰতলা, ৬অক্টোবৰ: অসম ৰাইফলছে বুধবাৰে (Assam Rifles seized cannabis at Tripura) ত্ৰিপুৰাৰ উনাকোটি জিলাৰ পেচাৰথাল আৰক্ষী থানাৰ অন্তৰ্গত ধনীচেৰা (Pecharthal police station of Tripura) গাঁৱত ৮৫ লাখ টকাৰ ২০৪.৭৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে । অসম ৰাইফলছৰ এক সৃত্ৰই উল্লেখ কৰি কয় যে ৰাধানগৰ বেটেলিয়ন অৱ ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছৰ (পূব) অধীনত ২১ ছেক্টৰ অসম ৰাইফলছে এই মাৰিজুয়ানাখিনি উদ্ধাৰ কৰে ।

ৰাধানগৰ বেটেলিয়ন (Radhanagar Battalion)আৰু পেচাৰথাল আৰক্ষী থানাৰ (Pecharthal Police station)সহযোগত অসম ৰাইফলছৰ এটা যুটীয়া দলে টহল আৰম্ভ কৰে । ইয়াৰ মাজতেই টহলদাৰী দলটোৱে ধনঞ্জয় ৰিয়াং আৰু নয়ন কে আৰ চাকমা নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । জব্দ কৰা সামগ্ৰী আৰু ধৃত লোক দুজনক আৰক্ষীক গতাই দিয়া বুলি অসম ৰাইফলছৰ সূত্ৰই সদৰি কৰিছে ।

উল্লেখ্য় যে যোৱা ২২ আগষ্টতো ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ অন্তৰ্গত সোনামুৰা উপ-সংমণ্ডলৰ কমলনগৰ আনন্দপুৰ গাঁৱৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিছিল (Huge cache of cannabis seized in Tripura) ৷ গোপন তথ্যৰ ভিত্তিত সোনামুৰা আৰক্ষীৰ এটা দলে কমলনগৰ আনন্দপুৰ গাঁও পঞ্চায়তৰ এখন গভীৰ বনাঞ্চলত অভিযান চলায় ৷ অভিযানকাৰী আৰক্ষীৰ দলটোৱে প্ৰায় ১,০০০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল (Tripura Police seizes ganja worth Rs 1 crore) ।

লগতে পঢ়ক:যুৱতীক হাৰাশাস্তি কৰা প্ৰাক্তন বাগদত্তাক গ্ৰেপ্তাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.