ETV Bharat / bharat

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী চিছ’ডিয়াৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাৰ 100 কোটিৰ মানহানি গোচৰ

author img

By

Published : Jun 21, 2022, 9:26 PM IST

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ চিছ’ডিয়াৰ বিৰুদ্ধে 100 কোটি টকাৰ মানহানি গোচৰ ৰিণিকী ভূঞা শৰ্মাৰ ৷

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী চিছ’ডিয়াৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাৰ 100 কোটিৰ মানহানি গোচৰ
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী চিছ’ডিয়াৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাৰ 100 কোটিৰ মানহানি গোচৰ

নিউজ ডেস্ক, 21 জুন: ৰাজ্যত চলি থকা PPE Kit বিতৰ্কই আজি এক নতুন মোৰ লয় ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই মঙলবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ চিছ’ডিয়াৰ বিৰুদ্ধে 100 কোটি টকাৰ মানহানি গোচৰ তৰে ৷

স্মৰ্তব্য যে, দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে দিল্লীত এখন সংবাদমেল অনুষ্ঠিত কৰি গুৰুতৰ অভিযোগ তুলিছিল যে তদানীন্তন স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই তেওঁৰ মালিকানাধীন প্ৰতিষ্ঠানৰ নামত পিপিই কিট যোগান ধৰি বৃহৎ কেলেংকাৰী সংঘটিত কৰিছিল ক’ভিডৰ কালছোৱাত ৷

1500 পিপিই কিট দান দিয়া বুলি দেখুৱাই ৰিণিকী ভূঞা শৰ্মাই এই কেলেংকাৰী গাপ দিয়াৰ চেষ্টা চলাইছিল বুলি মণীষ চিছ’ডিয়াই অভিযোগ তুলিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.