ETV Bharat / bharat

Chhattisgarh Election 2023: ছত্তিশগড়ত কংগ্ৰেছক তুলাধুনা হিমন্ত বিশ্ব শৰ্মাৰ - Himanta Biswa Sarma slams congress

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ছত্তিশগড়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷ নিজৰ ভাষণত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ছত্তিশগড়ৰ ভূপেশ বাঘেল চৰকাৰক তীব্ৰ আক্ৰমণ কৰে । কংগ্ৰেছে বাবৰক ডাঙৰ কৰিলে আৰু ভূপেশে আকবৰক ডাঙৰ কৰিলে বুলি কয় ড৹ শৰ্মাই ।

Himanta Biswa Sarma Attacks Congress
Chhattisgarh Election 2023
author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 8:07 PM IST

নিউজ ডেস্ক, 18 অক্টোবৰ: ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া অব্যাহত আছে । বিজেপিয়ে কাৱৰ্ধৰ পৰা বিজয় শৰ্মাক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে । বিজয় শৰ্মা নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰবীণ কংগ্ৰেছ নেতা তথা মন্ত্ৰী মহম্মদ আকবৰৰ বিৰুদ্ধে । বুধবাৰে বিজয় শৰ্মাই মনোনয়ন দাখিল কৰে ।

মনোনয়ন দাখিলৰ সময়ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাও মুখ্য অতিথি হিচাপে কাৱর্ধত উপস্থিত হয় ৷ মনোনয়নৰ পূৰ্বে এটা সমদলৰো আয়োজন কৰা হয় ৷ উক্ত সমদলত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ভাষণ প্ৰদান কৰা দেখা যায় ৷

  • "मोहब्बत की दुकान” वाली कांग्रेस को माननीय प्रधानमंत्री जी से इतना नफरत है कि छत्तीसगढ़ के गरीबों को प्रधानमंत्री आवास योजना से वंचित किया ।

    📍लोरमी @BJP4CGState pic.twitter.com/vcTE9T62Bp

    — Himanta Biswa Sarma (@himantabiswa) October 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে কাৱৰ্ধৰ পৰা নোহোৱা হ’ব আকবৰ : নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে । হিমন্ত বিশ্ব শৰ্মাই কয়, "মই কাৱৰ্ধলৈ অহাৰ পৰাই আকবৰ-আকবৰ ধ্বনি শুনি আহিছোঁ । আগতে উত্তৰ প্ৰদেশত আকবৰৰ কথা শুনিছিলোঁ । কিন্তু বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ লগে লগে আকবৰ নাইকিয়া হৈ গ'ল । বিজেপিৰ লগে লগেই আকবৰ নাইকিয়া হৈ গ'ল । ছত্তিশগড়ত চৰকাৰ গঠন হ'ল, কাৱৰ্ধৰ পৰা আকবৰৰ কথা শুনা গ'ল । নাইকিয়া হ'ব । আমি অসমৰ বহু বাংলাদেশী অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াইছোঁ, এতিয়া ছত্তিশগড় আৰু কাৱৰ্ধৰ পাল ।"

‘‘ইয়াত উপস্থিত হোৱাৰ সময়ত আকবৰ-আকবৰৰ কথা শুনিবলৈ পালোঁ । অসমলৈও এজন আকবৰ আহিছিল, মানুহে তেওঁক হৃদয়ত স্থান দিছিল । আজি সকলো জিলাতে হিন্দু সংখ্যালঘু হৈ পৰিছে । আগতে এজন আকবৰ আহিলে লগত ১০০ আকবৰ আনে ৷ উত্তৰ প্ৰদেশতো বাবৰ-বাবৰ ধ্বনি শুনা গ'ল । বিজেপি চৰকাৰ গঠন হোৱাৰ সময়ত বাবৰ বিলুপ্ত হৈ এতিয়া তাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে । বাবৰ, হুমায়ুন, আকবৰক সোনকালে দলিয়াই পেলোৱাটো প্ৰয়োজনীয় ।’’ হিমন্ত বিশ্ব শৰ্মা ৷

  • छत्तीसगढ़ में धर्मांतरण के कई मामले सामने आये । कवर्धा में भगवा ध्वज लहराने पर रोक किसने लगवाया ?

    📍कवर्धा @BJP4CGState pic.twitter.com/a3gYj46qCJ

কংগ্ৰেছে সন্ত্ৰাসবাদীক সমৰ্থন কৰে: হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়, "কংগ্ৰেছে ৬০ বছৰ শাসন কৰিছিল যদিও মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰিছিল । মোদী চৰকাৰৰ দিনত পুনৰ মন্দিৰ নিৰ্মাণৰ কাম কৰা হৈছে । কংগ্ৰেছে ৰাৱণক পূজা কৰে আৰু বিজেপিয়ে ৰামক পূজা কৰে । যাৰ প্ৰমাণ স্বৰূপে উত্তৰ প্ৰদেশত ৰাম মন্দিৰ নিৰ্মাণ কৰি আছে । ছত্তিশগড়ত ভূপেশ বাঘেলে দুখীয়াৰ ২.৫ লাখ ঘৰ খালে । দুখীয়াৰ ঘৰ কাঢ়ি লোৱা চৰকাৰখনৰ এক মিনিটৰ বাবেও শাসনত থকাৰ অধিকাৰ নাই । ৰাহুল গান্ধীয়ে ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধত হামাছক সমৰ্থন কৰিছে । ইফালে হামাছ সন্ত্ৰাসবাদী । কংগ্ৰেছে সদায় সন্ত্ৰাসবাদীক সমৰ্থন কৰে ।"

  • इजराइल पर आतंकी हमले हुए पर कांग्रेस ने किया किसका समर्थन ?

    📍कवर्धा @BJP4CGState pic.twitter.com/yi66cohEfy

মুংগেলীৰ শ্ৰমিক সন্মিলনত অংশগ্ৰহণ: কাৱৰ্ধত মনোনয়ন পত্ৰ দাখিলৰ সমদলত ভাষণ দিয়াৰ পাচত হিমন্ত বিশ্ব শৰ্মাই বিজয় বিশ্বাসৰ শ্ৰমিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মুংগেলীৰ লৰ্মিত উপস্থিত হয় । য'ত তেওঁ ল'ৰমিৰ ৰাজহুৱা সভাত ভাষণ দিয়ে । এই সময়তে পি এছ চি কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছক আক্ৰমণ কৰে হিমন্তই । তেওঁ কয় যে চৰকাৰে দুখীয়া নিবনুৱাৰ অধিকাৰ কাঢ়ি লৈছিল । বিজেপি চৰকাৰ আহিলে ১৬ লাখ পৰিয়ালে ঘৰ পাব ।

  • असम में युवाओं को सरकारी नौकरी मिल रही हैं और माताओं के खाते में पैसे ।

    छत्तीसगढ़ में कांग्रेस ने सिर्फ अपने बिचौलियों को नौकरी दी और माताओं के घर के आस-पास शराब की दुकानें खोल दी ।

    📍कवर्धा @BJP4CGState pic.twitter.com/cJmgkzpqMD

"ছত্তিশগড়ত ধৰ্মান্তৰকৰণ আৰু লাভ জেহাদ আৰম্ভ হৈছে । য'তেই কংগ্ৰেছৰ চৰকাৰ আছে, তাতেই হিন্দুসকলে দুৰ্দশাত জীৱন কটাবলগীয়া হৈছে ।কংগ্ৰেছে বাবৰক ডাঙৰ-দীঘল কৰিছে, ভূপেশ বাঘেলে আকবৰক ডাঙৰ-দীঘল কৰিছে আৰু আমি শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণ কৰিম ।'' হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য ৷

  • कांग्रेस ने छत्तीसगढ़ के उपमुख्यमंत्री को सच बोलने के लिए माफी मांगने को कहा ।

    📍कवर्धा @BJP4CGState pic.twitter.com/pIirkflCNY

মই অসমৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ অনুৰাগী: হিমন্ত বিশ্ব শৰ্মাই মুংগেলীৰ সভাত অংশ লোৱা সময়ত ধৰ্মজিৎ সিঙে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ধৰমজিৎ সিঙে হিমন্ত বিশ্ব শৰ্মাক নিজৰ আদৰ্শ বুলি অভিহিত কৰে । তেওঁ লগতে কয় যে এইটো এটা অতি মৰ্মস্পৰ্শী আৰু আৱেগিক মুহূৰ্ত । ১৯৯০ চনৰ পৰাই এই অঞ্চলৰ লগত ৰাজনৈতিকভাৱে জড়িত হৈ আছোঁ । যদি কিবা ভুল হৈছে তেন্তে কৰযোৰে জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছোঁ । ইয়াৰ মাজতে বিজেপিৰ ৰাজ্যিক সভাপতি অৰুণ সাওৱে ৰাজ্যৰ কংগ্ৰেছ চৰকাৰক অপসাৰণ কৰি বিজেপিক পুনৰ ক্ষমতালৈ অনাৰ বাবে জনসাধাৰণক আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাকো তাখাতপুৰ ভ্ৰমণলৈ আমন্ত্ৰণ জনায় ।

লগতে পঢ়ক: Court notice to Assam CM: ১৮ নৱেম্বৰত উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰ আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.