ETV Bharat / bharat

Pigeon Pea Benefits: Calcium ৰ বাবে গাখীৰতকৈ অধিক লাভদায়ক এইবিধ দালি, জানি লওক ইয়াৰ আচৰিত লাভালাভ

author img

By

Published : Apr 20, 2023, 8:40 PM IST

এটা গৱেষণাত প্ৰকাশ পাইছে যে বাকলিৰে ভৰা এইবিধ দালিত ইমানেই কেলচিয়াম থাকে যে ই আমাৰ হাড়বোৰ অতি মজবুত কৰি তুলিব পাৰে, আৰু আপুনি গাখীৰ খোৱাৰ প্ৰয়োজন নহ'বও পাৰে । জানো আহক এইবিধ দালিৰ উপকাৰিতাৰ বিষয়ে ৷

Amazing Health Benefits of Pigeon Pea
Calciumৰ বাবে গাখীৰতকৈ অধিক লাভদায়ক এইবিধ দালি, জানি লওক ইয়াৰ আচৰিত লাভালাভ

কেলচিয়াম এনেকুৱা এবিধ পুষ্টিকৰ উপাদান যিটো আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ । ইয়াৰ ফলত হাড় আৰু দাঁতক প্ৰচণ্ড শক্তি প্ৰদান কৰে । যদি এই পুষ্টিকৰ উপাদানৰ অভাৱ হয়, তেন্তে গোটেই শৰীৰটো দুৰ্বল হৈ পৰিব আৰু দিনটোৰ স্বাভাৱিক কাম-কাজ কৰাটো কঠিন হৈ পৰিব । ইয়াৰ উপৰিও ই তেজ জমা হোৱা, পেশী শক্তিশালী কৰা, হৃদস্পন্দন সঠিক কৰি ৰখা আৰু স্নায়ুতন্ত্ৰ সঠিকভাৱে কাম কৰাত সহায় কৰে (Arhar Dal) ।

এইবিধ সামগ্ৰীৰ দ্বাৰা গাখীৰতকৈ অধিক কেলচিয়াম লাভ কৰিব

সাধাৰণতে গাখীৰত কেলচিয়ামৰ প্ৰচুৰ উৎস বুলি বিশ্বাস কৰা হয়, যাৰ বাবে শিশুৰ পৰা বৃদ্ধলৈকে এই পানীয় সেৱন কৰাটো বাঞ্ছনীয় । কিন্তু শেহতীয়া এক অধ্যয়নত পোহৰলৈ আহিছে যে ৰহৰ দালি খোলাত যথেষ্ট পৰিমাণৰ কেলচিয়াম পোৱা যায় । ইয়াক বেছিকৈ পশুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় (Which nutrient is pigeon pea a good source of)।

গৱেষণাত ডাঙৰ প্ৰকাশ

আন্তৰ্জাতিক শস্য গৱেষণা প্ৰতিষ্ঠান ফৰ দ্য চেমি-এৰিড ট্ৰপিক (ICRISAT)ৰ মতে, ৰহৰ দালিত গাখীৰতকৈ ৬ গুণ অধিক কেলচিয়াম থাকে, যাৰ ফলত ই অষ্টিঅ’পৰ’ছিছ আৰু ৰিকেটৰ ঔষধ আৰু খাদ্য প্ৰস্তুত কৰাৰ বাবে উপযোগী (Amazing Health Benefits of Pigeon Pea) ৷

ICRISAT ত কৰা গৱেষণাৰ মতে, গাখীৰতকৈ ৰহৰ দালিৰ বাকলিত অধিক কেলচিয়াম পোৱা যায়, যিটো শিশুৰ খাদ্য আৰু মিনাৰেল পৰিপূৰকৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে (ICRISAT Research)। এই অধ্যয়ন অনুসৰি মাত্ৰ ১০০ গ্ৰাম ৰহৰ দালিৰ বাকলিতো ৬৫২ মিলিগ্ৰাম কেলচিয়াম থাকে ৷

আনহাতে ১০০ মিলিলিটাৰ গাখীৰত মাত্ৰ ১২০ মিলিগ্ৰাম কেলচিয়াম পোৱা যায় । আমাৰ শৰীৰত প্ৰতিদিনে ৮০০-১,০০০ মিলিগ্ৰাম কেলচিয়ামৰ প্ৰয়োজন হয় (What are the medicinal benefits of pigeon pea) । সেইবাবেই আপোনাৰ খাদ্যৰ সঠিক বাচনি কৰাটো প্ৰয়োজন (ICRISAT Research Report)।

লগতে পঢ়ক: Skin Care: শালমইনাৰ ক’লা দাগে আমনি কৰিছে নেকি ? তেন্তে আপোনাৰ মুখমণ্ডলক প্ৰয়োজন এই দুবিধ ঘৰুৱা টোনাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.