ETV Bharat / bharat

আকাশ-এনজি মিছাইলৰ সফল পৰীক্ষণ - 'আকাশ মিছাইল'ৰ সফল উৎক্ষেপণ

ডিআৰডিঅ'য়ে ৰাজস্থানৰ জয়চালমেৰ জিলাৰ পোখৰান ফিল্ড ফায়াৰিং ৰেঞ্জৰ পৰা নৱ প্ৰজন্মৰ 'আকাশ মিছাইল'ৰ সফল উৎক্ষেপণ কৰে। নৱ প্ৰজন্মৰ এই মিছাইলটো ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় সেনাৰ দ্বাৰা উচ্চ-মেনোভৰিং বিমানৰ ভাবুকি প্ৰতিৰোধ কৰাৰ বাবে ডিজাইন কৰা হৈছে ।

আকাশ-এনজি মিছাইলৰ সফল পৰীক্ষণ
আকাশ-এনজি মিছাইলৰ সফল পৰীক্ষণ
author img

By

Published : Mar 26, 2021, 6:03 PM IST

নেশ্যনেল ডেস্ক, ২৬ মাৰ্চ: মঙলবাৰে ডিআৰডিঅ'য়ে ৰাজস্থানৰ জয়চালমেৰ জিলাৰ পোখৰান ফিল্ড ফায়াৰিং ৰেঞ্জৰ পৰা নৱ প্ৰজন্মৰ 'আকাশ মিছাইল'ৰ সফল উৎক্ষেপণ কৰে । নৱ প্ৰজন্মৰ এই মিছাইলটো ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় সেনাৰ দ্বাৰা উচ্চ-মেনোভৰিং বিমানৰ ভাবুকি প্ৰতিৰোধ কৰাৰ বাবে ডিজাইন কৰা হৈছে । নিৰ্দিষ্ট সময়ত একাধিক লক্ষ্য প্ৰাপ্ত কৰিবলৈ সক্ষম হয় এই মিছাইলটো ।

আকাশ-এনজি মিছাইলৰ সফল পৰীক্ষণ
আকাশ-এনজি মিছাইলৰ সফল পৰীক্ষণ

এই মিছাইলটোৰ ৪০ কিলোমিটাৰ ইন্টাৰচেপশ্বন ৰেঞ্জৰ সামৰ্থ্য আছে । লগতে অগ্নি নিয়ন্ত্ৰণ প্ৰণালীৰ সৈতে মিছাইল নিৰ্দেশনা প্ৰণালীটো অধিক সঠিক হৈ আছে । ইয়াৰোপৰি, উন্নত আকাশ-এনজি প্ৰণালীটো একে ধৰণৰ প্ৰণালীৰ তুলনাত উন্নত নিয়োগ যোগ্যতাৰ সৈতে বিকশিত কৰা হৈছে বুলি ভাৰতীয় সেনাৰ দক্ষিণ পশ্চিম কামাণ্ডাৰ তৰফৰ পৰা টুইট কৰে । উল্লেখ্য যে, পোখৰণ ফিল্ড ফায়িং ৰেঞ্জে সফলতাৰে বিভিন্ন মিছাইল আৰু অস্ত্ৰ উৎক্ষেপণ কৰিছে ।

লগতে পঢ়ক: দুই হত্যাকাৰীক মৃত্যুদণ্ডৰ শাস্তি উত্তৰ ত্ৰিপুৰা জিলা আৰু সত্ৰ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.