ETV Bharat / bharat

মহাৰাষ্ট্ৰত ৰেল দূৰ্ঘটনাত আহত 53 যাত্ৰী - মহাৰাষ্ট্ৰত দুৰ্ঘটনাত পতিত ৰায়পুৰৰ পৰা নাগপুৰ অভিমুখী ভগত কি কোঠী

মহাৰাষ্ট্ৰত দুৰ্ঘটনাত পতিত ৰায়পুৰৰ পৰা নাগপুৰ অভিমুখী ভগত কি কোঠী নামৰ যাত্ৰীবাহী ৰেলখন(Bhagat Ki Kothi train from Raipur to Nagpur) ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত প্ৰায় 53 জন যাত্ৰী ৷ কথমপি প্ৰাণৰক্ষা পৰে কেইবাজনো যাত্ৰীৰ ৷

A passenger train hits goods train in Maharashtra, several injured
মহাৰাষ্ট্ৰত যাত্ৰীবাহী ৰেলে খুন্দা মাৰিলে মালবাহী ৰেলত
author img

By

Published : Aug 17, 2022, 9:40 AM IST

নিউজ ডেস্ক, 17 আগষ্ট: মহাৰাষ্ট্ৰৰ গণ্ডিয়া চহৰত বুধবাৰে পুৱা এখন যাত্ৰীবাহী ৰেলখন দুৰ্ঘটনাত পতিত হয়(Train Accident in Maharashtra) ৷ যাত্ৰীবাহী ৰেলখনে এখন মালবাহী ৰেলত পিছফালৰ পৰা খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় কেইবাজনো যাত্ৰী(passenger train hits goods train in Maharashtra) ৷ ৰায়পুৰৰ পৰা নাগপুৰ অভিমুখী ভগত কি কোঠী নামৰ যাত্ৰীবাহী ৰেলখন দুৰ্ঘটনাত পতিত হোৱাত প্ৰায় 53 জন যাত্ৰী গুৰুতৰভাৱে আহত হয় ।

A passenger train hits goods train in Maharashtra, several injured
মহাৰাষ্ট্ৰত যাত্ৰীবাহী ৰেলে খুন্দা মাৰিলে মালবাহী ৰেলত

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ তথ্য লাভ কৰাৰ পাচতেই ঘটনাস্থলীত ৰেল আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হয় ৷ উদ্ধাৰকাৰী দলে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কাৰ্য আৰম্ভ কৰাৰ লগতে আহত যাত্ৰীসকলক জিলা চৰকাৰী হাস্পতাল আৰু ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৰেল আৰক্ষীয়ে ৷

লগতে পঢ়ক : মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত পাঁচ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.