ETV Bharat / bharat

তেলেংগানাত অক্সিজেনৰ অভাৱত 9 গৰাকী ক’ভিড ৰোগীৰ মৃত্যু - 58 গৰাকী ৰোগী চিকিৎসাধীন

তেলেংগানাৰ বেলামপল্লীৰ আঁচুতীয়া কেন্দ্ৰত অক্সিজেনৰ অভাৱত কমেও 9 গৰাকী ক’ভিড ৰোগীৰ মৃত্যু ৷ এই কেন্দ্ৰটোত প্ৰায় 58 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ।

তেলেংগানাত অক্সিজেনৰ অভাৱত 9 গৰাকী ক’ভিড ৰোগীৰ মৃত্যু

author img

By

Published : May 6, 2021, 2:20 PM IST

নেশ্যনেল ডেস্ক, ৬ মে': দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে ক’ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ভাৰতত বুধবাৰ পৰ্যন্ত কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা 2,10,70,852 গৰাকী আৰু মৃত্যুৰ সংখ্যা 2,30,151 গৰাকী ৷

বিভিন্ন ৰাজ্যৰ লগতে তেলেংগানাটো বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ যোৱা ২৪ ঘণ্টাত তেলেংগানাৰ বেলামপল্লীৰ আঁচুতীয়া কেন্দ্ৰত অক্সিজেনৰ অভাৱত কমেও 9 গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হয় । প্ৰতিবেদন অনুসৰি, এই কেন্দ্ৰটোত প্ৰায় 58 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক:কৰ'ণাত আক্ৰান্ত আশাৰাম বাপু আইচিইউত চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.