- কলকাতাত ৩০ কোটি টকাৰ ড্ৰাগছ জব্দ (Worth Rs 30 crores drugs seized in Kolkata) ।
- ৩৬০০ কিলোগ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কলকাতা আৰক্ষীৰ ।
- কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চে শনিবাৰে জব্দ কৰে ড্ৰাগছখিনি (Kolkata Police STF seized drugs) ।
- আৰক্ষীসূত্ৰই জনোৱা মতে, এটা গুদামৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি ।
- গ্ৰেপ্তাৰ কৰা হৈছে তিনিজন লোকক ।
- গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে চুলতান আহমেদ, মহম্মদ কালিম আৰু ফিৰোজ আলম ।
- ড্ৰাগছখিনি পপী ষ্ট্ৰ' বুলি চিনাক্ত কৰা হৈছে (Poppy Straw drugs seized in Kolkata) ।
- ই হৈছে এক প্ৰকাৰৰ আফিং ।
- আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ঘটনাটোৰ ঝাৰখণ্ডৰ সৈতে সম্পৰ্ক আছে ।
লগতে পঢ়ক :Helicopter Crashed: দুৰ্ঘটৰ্ঘনাত পতিত হোৱাৰ পূৰ্বে সেৰ্বে না হেলিকপ্টাৰখনে পঠাইছিল বিশেষ বাৰ