ETV Bharat / bharat

Drugs Seized : কলকাতাত ৩০ কোটি মূল্যৰ ড্ৰাগছ জব্দ, ৩ জনক গ্ৰেপ্তাৰ

author img

By

Published : Oct 22, 2022, 2:01 PM IST

ড্ৰাগছখিনি পপী ষ্ট্ৰ' বুলি চিনাক্ত কৰা হৈছে (Poppy Straw drugs seized in Kolkata) । ই হৈছে এক প্ৰকাৰৰ আফিং । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ঘটনাটোৰ ঝাৰখণ্ডৰ সৈতে সম্পৰ্ক আছে ।

Drugs
Drugs
  • কলকাতাত ৩০ কোটি টকাৰ ড্ৰাগছ জব্দ (Worth Rs 30 crores drugs seized in Kolkata) ।
  • ৩৬০০ কিলোগ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কলকাতা আৰক্ষীৰ ।
  • কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চে শনিবাৰে জব্দ কৰে ড্ৰাগছখিনি (Kolkata Police STF seized drugs) ।
  • আৰক্ষীসূত্ৰই জনোৱা মতে, এটা গুদামৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি ।
  • গ্ৰেপ্তাৰ কৰা হৈছে তিনিজন লোকক ।
  • গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে চুলতান আহমেদ, মহম্মদ কালিম আৰু ফিৰোজ আলম ।
  • ড্ৰাগছখিনি পপী ষ্ট্ৰ' বুলি চিনাক্ত কৰা হৈছে (Poppy Straw drugs seized in Kolkata) ।
  • ই হৈছে এক প্ৰকাৰৰ আফিং ।
  • আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ঘটনাটোৰ ঝাৰখণ্ডৰ সৈতে সম্পৰ্ক আছে ।

লগতে পঢ়ক :Helicopter Crashed: দুৰ্ঘটৰ্ঘনাত পতিত হোৱাৰ পূৰ্বে সেৰ্বে না হেলিকপ্টাৰখনে পঠাইছিল বিশেষ বাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.