ETV Bharat / snippets

নগাঁৱত শিক্ষক-সাংবাদিকৰ ৰূপত ড্ৰাগছ সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 9:36 AM IST

Two Drugs smugglers arrested with drugs in BARHAMPUR
ড্ৰাগছসহ আটক দুই (ETV Bharat Assam)

বঢ়মপুৰ, 14 আগষ্ট: কচুৱা আৰক্ষীৰ বৃহৎ সফলতা । নিষিদ্ধ ড্ৰাগছসহ আটক ভুৱা সাংবাদিক । ধৃত সৰবৰাহকাৰী তথা ভুৱা প’ৰ্টেল সাংবাদিক দুজন হ’ল ক্ৰমে দুলাল হুছেইন আৰু আব্দুল মালেক ৷

জানিব পৰা মতে, কচুৱাৰ 1 নং ফাকলিত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই ড্ৰাগছ সৰবৰাহকাৰীক । কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অচ্যুত কৃষ্ণ ফুকনৰ নেতৃত্বত চলিছিল এই অভিযান । অভিযানকালত 20 টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ।

আনহাতে, ধৃত দুলাল হুছেইন এখন ব্যক্তিগত বিদ্যালয়ৰো শিক্ষক আছিল বুলি জানিব পৰা গৈছে । হুছেইনৰ পৰা আৰক্ষীয়ে দুখনকৈ সাংবাদিকৰ পৰিচয় পত্ৰ জব্দ কৰে । ঘটনা সংক্ৰান্তত অব্যাহত আৰক্ষীৰ জেৰা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.