ETV Bharat / snippets

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সন্ধানহীন বিশেষভাৱে সক্ষম ৰোগী

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 9:10 PM IST

DIFFERENTLY ABLED patient MISSING
সন্ধানহীন বিশেষভাৱে সক্ষম ৰোগী (ETV BHARAT ASSAM)

গুৱাহাটী, 8 জুলাই : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাঞ্চল্যকৰ ঘটনা ৷ জি এম চি এইছৰ পৰা সন্ধানহীন এজন বিশেষভাৱে সক্ষম ৰোগী ৷ চিকিৎসা কৰিবলৈ আহি সন্ধানহীন হৈছে এজন 30 বছৰীয়া যুৱক ৷ 4 জুলাইত পৰিয়ালৰ লোকে বিশেষভাৱে সক্ষম বীৰচা কেৰকাটা নামৰ যুৱকজনক চিকিৎসাৰ বাবে আনিছিল GMCH লৈ ৷ পৰিয়ালৰ লোক শুই থাকোতেই নিখোজ হৈ পৰে যুৱকজন ৷

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ভঙাগড় আৰক্ষী থানা, GMCH কৰ্তৃপক্ষক অৱগত কৰিছে যদিও বৰ্তমানলৈ শুংসূত্ৰ নাই যুৱকজনৰ ৷ উল্লেখ্য যে হাত ভঙা আৰু মূৰত পোৱা আঘাতৰ চিকিৎসাৰ বাবে 4 জুলাইত ওদালগুৰিৰ হাতীগড় চাহ বাগিচাৰ পৰা আহিছিল জি এম চি এইচলৈ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.