ETV Bharat / snippets

বিতৰ্কিত গীত গোৱা আলতাপ হুছেইনক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 10:25 AM IST

Altap Hussain arrested for singing controversial song
বিতৰ্কিত গীত গোৱা আলতাপ হুছেইন আৰক্ষীৰ জালত (ETV Bharat Assam)

ধুবুৰী, ১ ছেপ্টেম্বৰ: বিতৰ্কিত গীত পৰিৱেশন কৰি অৱশেষত আৰক্ষী জালত তথাকথিত ইউটিউবাৰ আলতাপ হুছেইন । অসমীয়াৰ বিৰুদ্ধে গীত পৰিৱেশন কৰি নিজৰ পেজত আপলোড কৰি অৱশেষত গৌৰীপুৰ আৰক্ষীৰ জালত পৰিল আলতাপ হুছেইন ৷

শেহতীয়াকৈ অসমৰ পৰিস্থিতিক লৈ তথাকথিত আলতাৱ হুছেইনে অসমীয়া আৰু মুছলমান লোকসকলৰ মাজত সংঘাত লগাবলৈ এক বিতৰ্ককিত গীত পৰিৱেশন কৰি সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰে । যাক লৈ সমগ্ৰ ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় । তাৰ পিছতেই গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই আত্মগোপন কৰা আলতাপ হুছেইনক গ্ৰেপ্তাৰ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.