ETV Bharat / snippets

আকৌ এক ধৰ্ষণ : মোমায়েকৰ কামনাৰ বলি ১৩ বছৰীয়া ভাগিন

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 7:44 PM IST

Man accused of raping 13-year-old girl in Baksa, Pregnant minor girl
মোমায়েকৰ কামনাৰ বলি ১৩ বছৰীয়া ভাগিন (ETV Bharat Assam)

বাক্সা, ২৪ আগষ্ট: ৰাজ্যত আন এক জঘন্যকাণ্ড । সম্পৰ্কীয় মোমায়েকৰ কামনাৰ বলি তেৰ বছৰীয়া ভাগিনীয়েক । বাক্সাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সৰুমাণিকপুৰত সংঘটিত হৈছে এই জঘন্য ঘটনা । ইতিমধ্যে পলাতক অৱস্থাত থকা লম্পট মোমায়েক ৰঞ্জিত বড়োক বৰ্তমান মুছলপুৰ আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

নাবালিকাগৰাকীৰ মাতৃয়ে পোহৰলৈ আনে জঘন্য ঘটনাটো ।‌ নাবালিকাগৰাকী দুই মাহৰ অন্তঃসত্বা বুলি জানিবলৈ দিয়ে মাতৃয়ে । ভয়-ভাবুকিৰে নাবালিকাগৰাকীৰ মুখ বন্ধ কৰি থৈছিল লম্পট মোমায়েক ৰঞ্জিত বড়োৱে ৷ স্বাভাৱিকতে সভ্য সমাজক লজ্জ্বানত কৰা এই ঘটনাই জোকৰি গৈছে সমগ্ৰ অঞ্চল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.