কলকাতাৰ চিকিৎসক হত্যাৰ ঘটনাক লৈ শিলচৰত এ বি ভি পি-তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাত - Clash between TMC and ABVP

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 7:12 PM IST

thumbnail
শিলচৰত ABVP আৰু তৃণমূল কংগ্ৰেছ কৰ্মীক মাজত সংঘাত (ETV Bharat Assam)

শিলচৰ, ১৭ আগষ্ট : কলকাতাৰ মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি শিলচৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । শিলচৰ তৃণমূল কংগ্ৰেছ কাৰ্যালয়ৰ সম্মুখত শনিবাৰে এ বি ভি পি আৰু তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত সৃষ্টি হয় সংঘাতৰ । অৱশ্যে পৰৱৰ্তী সময়ত বিশাল আৰক্ষী বাহিনী উক্ত স্থানত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।

বিৱৰণি অনুসৰি, কলকাতাৰ ঘটনাৰ প্ৰতিবাদত শিলচৰ চহৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰে এ বি ভি পিএ । এ বি ভি পিৰ প্ৰতিবাদকাৰীয়ে শিলচৰ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ৰ সম্মুখত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ কথা আছিল । কিন্তু এই খবৰ তৃণমূল কংগ্ৰেছ কৰ্মীসকলে গম পোৱাত এ বি ভি পিৰ প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে । যাৰ বাবে দুয়োপক্ষৰ মাজত সৃষ্টি হয় সংঘাতৰ ।

লগতে পঢ়ক : চিকিৎসকক ধৰ্ষণ-হত্যাৰ ঘটনাৰ বিৰুদ্ধে অসমত চিকিৎসকৰ প্ৰতিবাদ, স্তব্ধ চিকিৎসা সেৱা - IMA calls for 24 hours strike

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.