ETV Bharat / technology

সৰ্বাধিক মাইলেজ প্ৰদান কৰা 5 খন মটৰ চাইকেল - Best Mileage Bikes

author img

By ETV Bharat Tech Team

Published : Aug 24, 2024, 5:06 PM IST

Updated : Aug 24, 2024, 5:18 PM IST

Mileage Bikes In India: দুচকীয়া বাহন ক্ৰয় কৰিম বুলি পৰিকল্পনা পুহি ৰাখিছে নেকি মনত ? কিন্তু পেট্ৰ’ল-ডিজেলৰ ক্ৰমবৰ্ধমান মূল্যৰ কথা চিন্তা কৰি আপোনাৰ সেই সপোনে সাকাৰ ৰূপ ল’ব নাই ? তেন্তে আপুনি পঢ়ক হাই মাইলেজ মটৰ চাইকেল সম্পৰ্কীয় আমাৰ এই প্ৰতিবেদন আৰু আপোনাৰ পছন্দৰ মটৰ চাইকেলখন নিৰ্বাচন কৰক---

Etv Bharat
সৰ্বাধিক মাইলেজ প্ৰদান কৰা মটৰ চাইকেল (Etv Bharat)

নেশ্যনেল ডেস্ক, 24 আগষ্ট: দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা পেট্ৰ’লৰ মূল্যই মানুহক সমস্যাত পেলাইছে, যাৰ বাবে মানুহ ক্ৰমাৎ বৈদ্যুতিক বাহন ক্ৰয়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে । কিন্তু বৈদ্যুতিক বাহনবোৰ সীমিত পৰিসৰৰ হোৱাৰ বাবে ইয়াৰ ব্যৱহাৰ দেশত ইমান দ্ৰুতগতিত বৃদ্ধি হোৱা নাই । কিন্তু পেট্ৰ’লৰ দাম বৃদ্ধিৰ পাছতো যদি আপুনি হাই মাইলেজ মটৰ চাইকেল ক্ৰয় কৰে, তেন্তে বৰ্ধিত মূল্যৰ বোজাৰ পৰা আংশিকভাৱে হ’লেও আপুনি সকাহ লাভ কৰিব ৷ সৰ্বোত্তম মাইলেজ প্ৰদান কৰা বাইক পাঁচখনৰ বিষয়ে আমি এই প্ৰতিবেদনত উল্লেখ কৰিম---

1) বাজাজ প্লেটিনা 100

দেশীয় দুচকীয়া বাহন নিৰ্মাতা বাজাজ অটোৱে বিক্ৰী কৰি থকা এই মটৰ চাইকেলখন 2006 চনৰ এপ্ৰিল মাহত মুকলি কৰা হৈছিল ।

বাজাজ প্লেটিনা 100 (Bajaj Auto)

ইঞ্জিন – 102 চিচি, একক চিলিণ্ডাৰ, বায়ু শীতল কৰি ৰাখিব পৰা ইঞ্জিন

শক্তি – 7.79 বিএইচপি শক্তি

টৰ্ক – 8.34 নিউটন মিটাৰ টৰ্ক

মাইলেজ – 72 কিলোমিটাৰ প্ৰতি লিটাৰ

মূল্য – 66837 টকা (এক্স-শ্ব’ৰুম)

2) টিভিএছ স্প’ৰ্ট

এই তালিকাখনৰ দ্বিতীয় নাম হৈছে টিভিএছ মটৰ কোম্পানীৰ আটাইতকৈ সুলভ মূল্যৰ মটৰ চাইকেল টিভিএছ স্প’ৰ্ট । কোম্পানীটোৱে এই মটৰ চাইকেলখন 2010 চনত বজাৰত মুকলি কৰিছিল আৰু তেতিয়াৰ পৰাই ইয়াক ধাৰাবাহিকভাৱে নানা ধৰণে উন্নীতকৰণ কৰা হৈছে ।

টিভিএছ স্প’ৰ্ট (TVS Motor)

ইঞ্জিন – 109.7 চিচি, একক চিলিণ্ডাৰ, বায়ু শীতল কৰি ৰাখিব পৰা ইঞ্জিন

শক্তি – 8.18 বিএইচপি

টৰ্ক – 8.7 নিউটন মিটাৰ টৰ্ক

মাইলেজ – 70 কিলোমিটাৰ প্ৰতি লিটাৰ

মূল্য – 64173 টকাৰ পৰা 69981 টকালৈ (এক্স-শ্ব’ৰুম)

3) হোণ্ডা শ্বাইন 100

জাপানৰ দুচকীয়া বাহন নিৰ্মাতা কোম্পানী হোণ্ডা মটৰ চাইকেলৰ হোণ্ডা শ্বাইন 100 য়েও এই তালিকাত স্থান লাভ কৰিছে । এই মটৰ চাইকেলখন 2023 চনত কোম্পানীটোৱে মুকলি কৰিছিল, তাৰ পিছত এই বাইকখন বাণিজ্যিকভাৱে যথেষ্ট সফল বুলি প্ৰমাণিত হৈছে ।

হোণ্ডা শ্বাইন 100 (Honda Motorcycle)

ইঞ্জিন – 98.98 চিচি, একক চিলিণ্ডাৰ, বায়ু শীতল কৰি ৰাখিব পৰা ইঞ্জিন

শক্তি – 7.28 বিএইচপি এনাৰ্জী

টৰ্ক – 8.05 নিউটন মিটাৰ টৰ্ক

মাইলেজ – 68 কিলোমিটাৰ প্ৰতি লিটাৰ

মূল্য – 65143 টকা (এক্স-শ্ব’ৰুম)

4) হোণ্ডা এছ পি 125

হোণ্ডা মটৰ চাইকেল আন এখন বাইক, য’ত আছে উৎকৃষ্ট মাইলেজৰ লগতে বৃহৎ আৰু শক্তিশালী ইঞ্জিন । 2019 চনৰ নৱেম্বৰ মাহত কোম্পানীটোৱে বজাৰত মুকলি কৰিছিল হোণ্ডা এছ পি 125, তাৰ পিছত ইয়াৰ কিছু ডিজাইন উন্নীতকৰণ কৰা হৈছিল । ইয়াক তিনিটা ভেৰিয়েণ্টত বিক্ৰী কৰা হৈছে ।

হোণ্ডা এছ পি 125 (Honda Motorcycle)

  • ইঞ্জিন – 123.9 চিচি, একক চিলিণ্ডাৰ, শীতল ইঞ্জিন
  • শক্তি – 10.7 বিএইচপি
  • টৰ্ক – 10.9 নিউটন মিটাৰ টৰ্ক
  • মাইলেজ – 65 কিলোমিটাৰ প্ৰতি লিটাৰ
  • মূল্য – 87383 টকাৰ পৰা 91498 টকালৈ (এক্স-শ্ব’ৰুম)

5/ হিৰো এইচ এফ ডিলাক্স

হিৰো মট’কৰ্পৰ বাজেট মটৰ চাইকেল হিৰো এইচ এফ ডিলাক্স এই তালিকাত আটাইতকৈ সুলভ মূল্যৰ সৈতে পঞ্চম স্থানত আছে । এই মটৰ চাইকেলখন 2013 চনৰ অক্টোবৰ মাহত কোম্পানীটোৱে মুকলি কৰিছিল, তাৰ পিছত ইয়াৰ কিছু ডিজাইন আৰু কচমেটিক উন্নীতকৰণ কৰা হৈছিল । এই মটৰ চাইকেলখন অত্যাধিক যাতায়ত কৰা মানুহৰ প্ৰিয় বাইক । কোম্পানীটোৱে এই বাইকখন মুঠ পাঁচটা ভেৰিয়েণ্টত বিক্ৰী কৰিছে ।

  • ইঞ্জিন – 97.2 চিচি, একক চিলিণ্ডাৰ, বায়ু শীতল ইঞ্জিন
  • শক্তি – 7.9 বিএইচপি শক্তি
  • টৰ্ক – 8.05 নিউটন মিটাৰ টৰ্ক
  • মাইলেজ – 65 কিলোমিটাৰ প্ৰতি লিটাৰ
  • মূল্য – 56,308 টকাৰ পৰা 68,561 টকা পৰ্যন্ত (এক্স-শ্ব’ৰুম)

লগতে পঢ়ক: 83,598 মূল্যত ভাৰতবৰ্ষত মুকলি 2024 বৰ্ষৰ হিৰো গ্লেমাৰ - 2024 Hero Glamour 125

কম মূল্যতে ক্ৰয় কৰক উন্নত ইয়াৰবাড - Earbuds under 2000

উন্নত ষ্ট’ৰেজ আৰু বেটাৰীৰ ফোন ক্ৰয় কৰক 15000 তকৈও কম মূল্যত - Smartphones Under 15000

Last Updated : Aug 24, 2024, 5:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.