ETV Bharat / technology

তিনিটাকৈ ভেৰিয়েণ্টত বজাৰত মুকলি MG Windsor EV - MG Windsor EV Prices Revealed

author img

By ETV Bharat Tech Team

Published : 4 hours ago

MG Windsor EV: শেহতীয়াকৈ MG Motor India ই বজাৰত মুকলি কৰিছে নতুন ইলেক্ট্ৰিক গাড়ী MG Windsor EV । এতিয়া কোম্পানীয়ে এই ইলেক্ট্ৰিক গাড়ীৰ বিভিন্ন ভেৰিয়েণ্টৰ দাম প্ৰকাশ কৰিছে । কোম্পানীটোৱে গাড়ীখনৰ আৰম্ভণিৰ মূল্য নিৰ্ধাৰণ কৰিছে 13.50 লাখ টকা (এক্স শ্ব’ৰুম) ।

Etv Bharat
তিনিটাকৈ ভেৰিয়েণ্টত বজাৰত মুকলি MG Windsor EV (MG Motor India)

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ: কিছুদিনৰ পূৰ্বে JSW MG Motor India ই নিজৰ নতুন MG Windsor EV মুকলি কৰিছিল যদিও সেই সময়ত কোম্পানীটোৱে ইয়াৰ আৰম্ভণি মূল্য প্ৰকাশ কৰিছিল । এতিয়া কোম্পানীয়ে নিজৰ ভেৰিয়েণ্ট ৱাইজ মূল্য ঘোষণা কৰিছে, যাৰ আৰম্ভণিৰ মূল্য 13.50 লাখ টকা (এক্স-শ্ব’ৰুম)।

  • তিনিটা ভেৰিয়েন্টত উপলব্ধ

উল্লেখযোগ্য বিষয় যে এই মূল্যসমূহ BaaS (Battery as a Service) প্ৰগ্ৰেমৰ অধীনত প্ৰযোজ্য নহয়, প্ৰত্যক্ষ ক্ৰয়ৰ বাবেহে । কোম্পানীটোৱে জনাইছে যে এই গাড়ীখনৰ বুকিং 3 অক্টোবৰৰ পৰা আৰম্ভ হ’ব । MG Windsor EV তিনিটা ভিন্নতাত উপলব্ধ কৰা হৈছে, য’ত আছে Excite, Exclusive আৰু Essence ।

MG Motor India

  • মূল্য আৰু ৰং

এই তিনিটা ভেৰিয়েন্টৰ মূল্য ক্ৰমে 13.50 লাখ, 14.50 লাখ আৰু 15.50 লাখ টকা (সকলো এক্স-শ্ব’ৰুম মূল্য ) । এই গাড়ীখন চাৰিটা ৰঙত উপলব্ধ, য’ত আছে ষ্টাৰবাৰ্ষ্ট ব্লেক, পাৰ্ল হোৱাইট, ক্লে বেইজ আৰু টাৰ্কুইজ গ্ৰীণ ।

  • উল্লেখযোগ্য বৈশিষ্ট্য

নতুন Windsor EV ৰ নিশ্চিত বাইবেক মূল্য তিনি বছৰ বা 45,000 কিলোমিটাৰ, ইহাব বাই এম জি এপ ব্যৱহাৰ কৰি ৰাজহুৱা চাৰ্জাৰত প্ৰথম বছৰৰ বাবে বিনামূলীয়া চাৰ্জিং আৰু গাড়ীখনৰ প্ৰথমগৰাকী মালিকৰ বাবে লাইফটাইম বেটাৰী ৱাৰেণ্টী ।

MG Windsor EV ক শক্তি প্ৰদান কৰিবলৈ 38 কিলোৱাট ঘণ্টাৰ বেটাৰী পেক এটা ইলেক্ট্ৰিক মটৰৰ সৈতে সংযোগ কৰা হৈছে, যিয়ে 134BHP শক্তি আৰু 200 এনএম টৰ্ক উৎপন্ন কৰে । এই গাড়ীখনে একক সম্পূৰ্ণ চাৰ্জত এ আৰ আইৰ দ্বাৰা প্ৰমাণিত 332 কিলোমিটাৰ ৰেঞ্জ দিয়ে । ইয়াৰ উপৰিও ইয়াত চাৰিটা ড্ৰাইভ মোডো আছে, য’ত আছে ইকো, ইকো+, নৰ্মেল আৰু স্প’ৰ্ট ।

লগতে পঢ়ক: Tata Punch ৰ নতুন মডেল মুকলি; দাম, বৈশিষ্ট্য - Tata Punch Launched

শীঘ্ৰেই ভাৰতীয় বজাৰলৈ Mercedes Benz ৰ ইলেক্ট্ৰিক গাড়ী; দাম কিমান ? - Mercedes Benz EQS SUV Launch

উৎসৱৰ বতৰত পছন্দৰ দুচকীয়াখন ক্ৰয় কৰক আৰু লাভ কৰক 45 হাজাৰ টকা পৰ্যন্ত ৰেহাই - Festival Cars Offers

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.