ETV Bharat / technology

আপোনাৰ জিঅ’ চিমখন ৰিচাৰ্জ কৰক আৰু লাভ কৰক Zomato Gold সদস্যপদ - Jio 8th anniversary offers

author img

By ETV Bharat Tech Team

Published : Sep 6, 2024, 11:25 AM IST

Jio Anniversary Offers 2024: 49 কোটিতকৈ অধিক গ্ৰাহক থকা জিঅ’ হৈছে দেশৰ সৰ্ববৃহৎ মোবাইল নেটৱৰ্ক কোম্পানী । এতিয়া জিঅ'ই 8 বছৰীয়া জয়ন্তী উপলক্ষে গ্ৰাহকৰ বাবে লৈ আহিছে বিশেষ উপহাৰ ।

Jio announces 8th-anniversary offers with free OTT subscriptions, and Zomato Gold: How to claim the benefits
আপোনাৰ জিঅ’ চিমখন ৰিচাৰ্জ কৰক আৰু লাভ কৰক Zomato Gold সদস্যপদ (ETV Bharat)

নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ: ৰিলায়েন্স জিঅ’ই গ্ৰাহকৰ বাবে ঘোষণা কৰিছে ৰিচাৰ্জ প্লেনৰ বিশেষ অফাৰ ৷ কোম্পানীটোৱে 8 বছৰীয়া জয়ন্তী উপলক্ষে এই অফাৰ ঘোষণা কৰিছে । এই অফাৰ নিৰ্বাচিত ৰিচাৰ্জত বৈধ । 5 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰৰ ভিতৰত ৰিচাৰ্জ কৰা জিঅ’ৰ গ্ৰাহকে লাভ কৰিব 700 টকা পৰ্যন্ত সুবিধা । এই অফাৰ 899 টকা, 999 টকা আৰু 3599 টকাৰ বাৰ্ষিক প্লেনত উপলব্ধ হ’ব ।

Jio Anniversary Offer: নিৰ্বাচিত প্লেনেৰে ৰিচাৰ্জ কৰা গ্ৰাহকে 175 টকাত 28 দিনৰ বৈধতাৰ সৈতে 10 টা অ’টিটি আৰু 10 জিবি ডাটা পেকৰ ছাবস্ক্ৰিপশ্যনকে ধৰি 700 টকা পৰ্যন্ত সুবিধা লাভ কৰিব । তদুপৰি জিঅ’ ব্যৱহাৰকাৰীসকলে বিনামূলীয়াকৈ তিনি মাহৰ বাবে Zomato Gold সদস্যপদ লাভ কৰিব । 2999 টকাৰ ওপৰত ক্ৰয় কৰিলে 500 টকাৰ AJIO ভাউচাৰ উপলব্ধ হ’ব ।

Jio Rs 899 Recharge Plan: এই প্লেনৰ বৈধতা 90 দিন । ইয়াত আনলিমিটেড কলিং আৰু প্ৰতিদিনে 100 SMS ৰ সুবিধা আছে । এই প্লেনত প্ৰতিদিনে 2 জিবি ডাটা উপলব্ধ । এই ৰিচাৰ্জ প্লেনত গ্ৰাহকে 20GB অতিৰিক্ত ডাটা আৰু আনলিমিটেড 5G ডাটা লাভ কৰিব ।

Jio Rs 999 Recharge Plan: এই প্লেনৰ বৈধতা 98 দিন । ইয়াত আনলিমিটেড ভইচ কলিং আৰু প্ৰতিদিনে 100 এছএমএছৰ সুবিধা আছে । এই প্লেনত প্ৰতিদিনে 2GB ডাটা উপলব্ধ । ইয়াৰ উপৰিও গ্ৰাহকে সীমাহীন 5G ডাটাও লাভ কৰিব ।

Jio Recharge Plan Rs 3599: এই প্লেনৰ বৈধতা 356 দিনৰ । ইয়াত আনলিমিটেড কলিং আৰু প্ৰতিদিনে 100 এছএমএছৰ সুবিধা আছে । প্ৰতিদিনে 2.5 GB ডাটা লাভ কৰিব গ্ৰাহকে । লগতে আনলিমিটেড 5G ডাটা উপলব্ধ হ’ব ।

লগতে পঢ়ক: জিঅ’ ৰিচাৰ্জৰ লগত বিনামূল্যে লাভ কৰক নেটফ্লিক্সৰ ছাবস্ক্ৰিপশ্যন - Netflix subscription with Jio

আম্বানীৰ ডাঙৰ পৰিকল্পনা : JIO ব্যৱহাৰকাৰীৰ বাবে উপহাৰ ! উপলব্ধ হ'ব 100GB পৰ্যন্ত বিনামূলীয়া Cloud storage - JIO AI Cloud Welcome Offer

মুকেশ আম্বানীৰ বিৰুদ্ধে এজাহাৰ : ২৯ অক্টোবৰত উপভোক্তা আয়োগৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ - MUKESH AMBANI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.