ETV Bharat / technology

বিনামূলীয়া কৃত্ৰিম বুদ্ধিমত্তাৰ ছফ্টৱেৰৰ সহায়ত সহজতে এডিট কৰক ভিডিঅ' - Video Editing

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 3:59 PM IST

Video Editing : আপুনি ভিডিঅ' এডিটিং কৰি ভাল পায় নেকি ? ভিডিঅ’ এডিটিঙৰ বাবে আপুনি সঠিক ছফ্টৱেৰ বিচাৰি আছে নেকি ? তেনেহ’লে এই বাতৰি আপোনাৰ বাবে ৷ এতিয়াৰ পৰা সহজতে ভিডিঅ’ এডিট কৰিবলৈ ব্যৱহাৰ কৰক এই ছয়টা বিনামূলীয়া ছফ্টৱেৰ..

Free Artificial Intelligence Tools For Video Editing
ভিডিঅ' এডিটিঙৰ বাবে ব্যৱহাৰ কৰক বিনামূলীয়া কৃত্ৰিম বুদ্ধিমত্তাৰ টুলছ্

নিউজ ডেস্ক, 8 এপ্ৰিল : সম্প্ৰতি ছ'চিয়েল মিডিয়া আমাৰ জীৱনৰে এক অপৰিহাৰ্য অংগ ৷ আজিৰ সময়ত সামাজিক মাধ্য়মত এটা ক্লিকতে সকলোবোৰ উপলব্ধ হয় ৷ সামাজিক মাধ্যমে কেৱল মনোৰঞ্জনৰ লগতে বহুতো লাগতিয়াল তথ্যৰ লগতে বহু লোকক উপাৰ্জনৰ পথো মুকলি কৰি দিছে ৷ সেইবাবে সামাজিক মাধ্য়মত দৰ্শকসকলক আকৰ্ষিত কৰিবলৈ এখন ভাল ফটো, ভাল লেখা অথবা ভাল ভিডিঅ’ অতি গুৰুত্বপূৰ্ণ ।

তাৰ বাবে, আপুনি এটা ভাল ভিডিঅ' এডিটিং ছফ্টৱেৰ ব্যৱহাৰ কৰিব লাগিব । কিন্তু সকলো সুবিধা উপলব্ধ এটা ভিডিঅ’ ছফ্টৱেৰ অতি ব্যয়বহুল । সেয়েহে, বহুলোকে ছফ্টৱেৰসমূহৰ মূল্য বহন কৰিব নোৱাৰে ৷ সেইকাৰণে আমি আপোনালোকলৈ লৈ আহিছো সম্পূৰ্ণ বিনামূলীয়া কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ’ এডিটিং ছফ্টৱেৰ ৷

অপেনশ্বট: অপেনশ্বট হৈছে এক বিনামূলীয়ৈ ভিডিঅ' এডিটিং ছফ্টৱেৰ । ই অতি ব্যৱহাৰকাৰী । ই ভিডিঅ'ৰ ফৰ্মেট আৰু ৰিজ'লিউশ্বনৰ ক্ষেত্ৰত কাম কৰে ৷ এই টুলছত অডিঅ' সংশোধন কৰিব পাৰি ।

শ্বটকাট: শ্বটকাট হৈছে আটাইতকৈ শক্তিশালী ভিডিঅ' এডিটিং ছফ্টৱেৰ ৷ ই কেৱল শিকাৰুসকলকেই নহয়, ভিডিঅ’ এডিটিং কৰিবলৈ জনা লোকসকলৰ বাবেও উপযোগী ৷ ইয়াত বহুতো ভিডিঅ’ ফৰ্মেট উপলব্ধ ৷ ইয়াত 4K লৈকে ভিডিঅ’ এডিট কৰিব পাৰি ৷ এই ছফ্টৱেৰত থকা ফীচাৰসমূহ ব্যৱহাৰ কৰি অডিঅ' আৰু ভিডিঅ'ত ফিল্টাৰ যোগ কৰিব পাৰি । এই AI ছফ্টৱেৰটো সম্পূৰ্ণৰূপে বিনামূলীয়া ৷

VEED.IO: ভিড। আইঅ' হৈছে এটা অনলাইন ভিডিঅ' এডিটিং ছফ্টৱেৰ । এই ছফ্টৱেৰটোত এডিটিঙৰ বাবে বহুতো টুলছ আৰু ফীচাৰ আছে ৷ এইটো ছফ্টেৱৰত এনিমেচনো যোগ কৰিব পাৰি ৷ এইটো ছফ্টৱেৰ দ্ৰুত আৰু সহজে এডিটিং কৰিব পাৰি । ই সামাজিক মাধ্যমৰ উপযোগী ভিডিঅ’ এডিটিঙৰ লগতে বিপণনকাৰীসকলৰ বাবে অতি উপযোগী । ইয়াৰ মৌলিক সংস্কৰণটো সম্পূৰ্ণ বিনামূলীয়া । কিন্তু, আপুনি প্ৰ’সংস্কৰণটো ক্ৰয় কৰিব লাগিব ।

ৱাইজ কাট: ৱাইজ কাট হৈছে এ আই-চালিত ভিডিঅ' এডিটিং ছফ্টৱেৰ । সেয়েহে ই আপোনাৰ ভিডিঅ'ৰ মানদণ্ড বৃদ্ধি কৰিব । ই ভিডিঅ' ফুটেজ স্থিৰ কৰে । ইয়াত ভিডিঅ’ৰ ৰঙৰ সংশোধনো কৰিব পাৰি । তদুপৰি, ভিডিঅ'টো ভাগ ভাগ কৰি অন্য এটা ভিডিঅ’লৈ ৰূপান্তৰ কৰিব পাৰিব ৷ ইয়াৰ মৌলিক সংস্কৰণটো বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰি । প্ৰ’সংস্কৰণটো ক্ৰয় কৰিব লাগিব ।

ক্লিপচেম্প: ক্লিপচেম্প হৈছে এক ব্যৱহাৰকাৰী AI ভিডিঅ' এডিটিং ছফ্টৱেৰ ৷ ইয়াত বিভিন্ন ধৰণৰ ফীচাৰ আছে ৷ ইয়াত ভিডিঅ' ট্ৰিমিঙৰ জৰিয়তে, ক্ৰপিং আৰু ট্ৰেঞ্জিশ্যনো যোগ কৰিব পাৰি ৷ যিহেতু ই এক এআই-চালিত ছফ্টৱেৰ সেয়ে ই ভিডিঅ'ৰ মানদণ্ডও বৃদ্ধি কৰিব । ইয়াৰ মৌলিক সংস্কৰণটো সম্পূৰ্ণ বিনামূলীয়া । আপুনি প্ৰিমিয়াম সংস্কৰণটো ক্ৰয় কৰিব লাগিব।

লগতে পঢ়ক: তৃতীয় পক্ষৰ এপ ব্যৱহাৰ নকৰাকৈ কেনেকৈ ইনষ্টাগ্ৰামৰ ৰীল ডাউনলোড কৰিব ? - HOW TO DOWNLOAD INSTAGRAM REELS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.