ETV Bharat / technology

28 দিনৰ বৈধতাৰে জিঅ’ৰ বিশেষ অফাৰ - Jio Mobile Recharge

author img

By ETV Bharat Tech Team

Published : Sep 18, 2024, 10:14 AM IST

Updated : Sep 18, 2024, 11:15 AM IST

Cheapest Jio Mobile Recharge : জিঅ’ ব্যৱহাৰকাৰীৰ বাবে সুখবৰ ৷ জিঅ’ই তেওঁলোকৰ ব্যৱহাৰকাৰীসকলৰ বাবে আগবঢ়াইছে সস্তা ৰিচাৰ্জ প্লেন ।

Etv Bharat
জিঅ’ (Jio)

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ: স্মাৰ্টফোনটো বৰ্তমান সকলোৰে বাবে হৈ পৰিছে অত্যন্ত প্ৰয়োজনীয় আৰু এই স্মাৰ্টফোনটো চলাবলৈ মোবাইল ৰিচাৰ্জ প্লেনৰ প্ৰয়োজন । প্ৰতিগৰাকী গ্ৰাহকৰ মোবাইল ৰিচাৰ্জৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ । কিন্তু যদি আপুনি জিঅ’ৰ গ্ৰাহক আৰু ৰিচাৰ্জ বৃদ্ধি হোৱাৰ বাবে সস্তা ৰিচাৰ্জ প্লেন বিচাৰিছে তেন্তে এই তথ্য আপোনাৰ বাবে উপযোগী হ’ব ।

দৰাচলতে ৰিচাৰ্জ প্লেনৰ দাম বৃদ্ধি কৰাৰ পাছতো ব্যক্তিগত টেলিকম কোম্পানীয়ে নিজৰ ব্যৱহাৰকাৰীক সস্তা ৰিচাৰ্জ প্লেন আগবঢ়াইছে । জিঅ’ই ইয়াৰ ব্যৱহাৰকাৰীসকলক 28 দিনৰ বৈধতাৰে 3 টা ৰিচাৰ্জ প্লেন আগবঢ়াইছে । প্ৰতিটো ৰিচাৰ্জৰ খৰচ সুবিধা প্ৰদানৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হয় । আপুনি নিজৰ বাবে 28 দিনৰ ৰিচাৰ্জ বাছি ল’ব পাৰে ।

Jio 28 দিনৰ ৰিচাৰ্জ প্লেন

  • 99 জিঅ’ প্লেন
  • পেকৰ বৈধতা- 28 দিন
  • ডাটা- 2 GB
  • কলৰ সুবিধা - সীমাহীন
  • এছএমএছ- প্ৰতিদিনে 100 এছএমএছ
  • চাবস্ক্ৰিপশ্যন -জিঅ'টিভি, জিঅ'চিনেমা, জিঅ'ক্লাউড

249 টকাৰ Jio প্লেন

  • পেকৰ বৈধতা- 28 দিন
  • ডাটা- 28GB, প্ৰতিদিনে 1GB
  • কলৰ সুবিধা- সীমাহীন
  • এছএমএছ- প্ৰতিদিনে 100 এছএমএছ
  • চাবস্ক্ৰিপশ্যন-জিঅ'টিভি, জিঅ'চিনেমা, জিঅ'ক্লাউড

299 টকাৰ Jio প্লেন

  • পেকৰ বৈধতা- 28 দিন
  • ডাটা- 42GB, প্ৰতিদিনে 1.5GB
  • কল- সীমাহীন

  • আপোনাৰ বাবে কোনটো ৰিচাৰ্জ প্লেন উপযুক্ত

Jio ব্যৱহাৰকাৰীয়ে 28 দিনৰ বৈধতাৰ বাবে 3 টা প্লেনৰ ভিতৰত এটা প্লেন বাছি ল’ব পাৰিব । যদি আপুনি কম ডাটা ব্যৱহাৰ কৰে তেন্তে আপুনি 99 টকীয়া জিঅ’ প্লেনটোও ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ দ্বাৰা আপোনাৰ প্ৰয়োজন অনুসৰি ডাটা ব্যৱহাৰ কৰিব পাৰিব । লগতে ৱেব ব্ৰাউজিং আৰু আনলিমিটেড কলৰ সুবিধাও পাব । একে সময়তে যদি আপোনাৰ ডাটাৰ প্ৰয়োজনীয়তা অধিক তেন্তে আপুনি 249 টকীয়া ৰিচাৰ্জ প্লেনটো বাছি ল’ব পাৰে । এই ৰিচাৰ্জ প্লেনত আপুনি দৈনন্দিন প্ৰয়োজনৰ বাবে 1 GB ডাটা পাব । যদি দৈনন্দিন প্ৰয়োজনৰ বাবে 1GB ডাটা অপৰ্যাপ্ত যেন লাগে, তেন্তে আপুনি 1.5 GB ৰিচাৰ্জ প্লেন নিৰ্বাচন কৰিব পাৰে । 299 টকীয়া ৰিচাৰ্জ প্লেনটো হ’ব ডাটাৰ প্ৰয়োজনীয়তা থকা আটাইতকৈ কম মূল্যৰ প্লেন ।

লগতে পঢ়ক: কেতিয়াৰ পৰা আৰম্ভ হ’ব BSNL ৰ 5G সেৱা ? - BSNL 5G launch date

উৎসৱৰ বতৰত এয়াৰটেলৰ আকৰ্ষণীয় অফাৰ - Airtel launches new plans

Last Updated : Sep 18, 2024, 11:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.