ETV Bharat / technology

মুকলি হ’ল আকৰ্ষণীয় ডিজাইন আৰু উন্নত বৈশিষ্ট্য সম্বলিত Hyundai ALCAZAR - Hyundai ALCAZAR launched in India

author img

By ETV Bharat Tech Team

Published : Sep 10, 2024, 11:57 AM IST

Hyundai ALCAZAR launched: সোমবাৰে হুণ্ডাই মুকলি কৰে ALCAZAR ৷ আকৰ্ষণীয় তথা শক্তিশালী এই SUV খনত যাত্ৰীৰ সুবিধাৰ বাবে বহু উন্নত প্ৰযুক্তি সংযোগ কৰা হৈছে ৷ সমান্তৰালভাৱে, যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি প্ৰস্তুত কৰি উলিওৱা হৈছে গাড়ীখন ৷

2024 Hyundai Alcazar launched in India; prices start at Rs. 14.99 lakh
মুকলি হ’ল আকৰ্ষণীয় ডিজাইন আৰু উন্নত বৈশিষ্ট্য সম্বলিত Hyundai ALCAZAR (Hyundai)

নিউজ ডেস্ক, 10 ছেপ্টেম্বৰ: বজাৰত মুকলি হ’ল হুণ্ডাই ALCAZAR ৷ শক্তিশালী, আৰামদায়ক হোৱাৰ লগতে এইখনৰ ডিজাইনো যথেষ্ট আকৰ্ষণীয় ।

হুণ্ডাই ALCAZAR ৰ প্ৰকৃত আৰ্কষণীয়তা ইয়াৰ বহুমুখীতাত নিহিত হৈ আছে । বিশাল আৰু প্ৰিমিয়াম আভ্যন্তৰীণ অংশই যাত্ৰীগৰাকীয়ে যাত্ৰা কৰি থকাৰ সময়ত আৰাম প্ৰদান কৰে ৷ আনহাতে গাড়ীখনৰ শক্তিশালী পৰিৱেশনে আপোনাক যিকোনো স্থানলৈ যাবলৈ সাহস দিব ।

বল্ড নতুন হুণ্ডাই ALCAZAR ৰ সকলো দিশেই আকৰ্ষণীয় । ইয়াৰ আকৰ্ষণীয় নতুন ডাৰ্ক ক্ৰ'ম ৰেডিয়েটৰ গ্ৰীল ডিজাইনে আত্মবিশ্বাসক প্ৰতিনিধিত্ব কৰে ৷ আনহাতে কোৱাড বিম এল ই ডি হেডলেম্প প্ৰযুক্তিৰ ফলত গভীৰ আন্ধাৰৰ সময়তো আপোনাক যাত্ৰাপথত কোনো অসুবিধাত পৰিবলৈ নিদিয়ে । হৰাইজন এল ই ডি পজিচনিং লেম্প আৰু এইচ আকৃতিৰ ডি আৰ এল সন্মুখৰ ফালে জ্বলি থাকে, আনহাতে পিছফালৰ হৰাইজন এল ই ডি লেম্পে শোভা বৃদ্ধি কৰিছে । বল্ড ডিজাইনটো কাষলৈকে বিস্তৃত, ৰং কৰা ক’লা বডি ক্লেডিঙৰ সৈতে যিয়ে ইয়াৰ পেশীবহুল স্থিতি আৰু দুঃসাহসিক অভিযানৰ বাবে সাজু হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । R18 ডাইমণ্ড কাট চকাৰ সৈতে সম্পূৰ্ণ নতুন চকাৰ ডিজাইনে ইয়াৰ লুকটো সম্পূৰ্ণ কৰে, ইয়াৰ কৌশলক প্ৰতিফলিত কৰে ।

হুণ্ডাই ALCAZAR ৰ বৈশিষ্ট্য

• ডাৰ্ক ক্ৰ’ম ৰেডিয়েটৰ গ্ৰীল

• এল ই ডি টেইল লেম্প

• R18(D=462 মিমি) আকৰ্ষণীয় চকা

• দলঙৰ ধৰণৰ roof rails

• ক্ৰমিক কাৰ্যৰ সৈতে LED টাৰ্ণ সংকেত

• কোৱাড বিম এল ই ডি হেডলেম্প

• হৰিজ’ন এল ই ডি পজিচনিং লেম্প আৰু এইচ আকৃতিৰ ডি আৰ এল

আড়ম্বৰৰে ভৰা ভিতৰচ’ৰা

নতুন ডুৱেল টোন নোবেল ব্ৰাউন আৰু হেজ নেভি ইণ্টেৰিয়ৰে এটা অত্যাধুনিক অথচ সুন্দৰ পৰিৱেশ সৃষ্টি কৰে । আসনৰ ওপৰেৰে কুইল্ট কৰা হৈছে । আসনবোৰ আৰামদায়ক ৷

• ডুৱেল টোন নোবেল ব্ৰাউন আৰু হেজ নেভি ইণ্টেৰিয়ৰ

• 2য় শাৰীৰ কেপ্তেইন আসনৰ সৈতে আসন মাউণ্ট কৰা আৰ্মৰেষ্ট আৰু উৰুৰ কুশ্বন এক্সটেনচন(কেৱল 6 আসনৰ)

• 1ম আৰু 2য় শাৰীৰ বায়ু চলাচল কৰা আসন

• 8 ৱে পাৱাৰ ড্ৰাইভাৰ আৰু আসন

• আই টি ডিভাইচ হোল্ডাৰ আৰু ৰিট্ৰেক্টেবল কাপ-হোল্ডাৰৰ সৈতে সন্মুখৰ শাৰীৰ ছিটবেক টেবুল

• উজ্জ্বল পৰিৱেশ

• 2ম আৰু 2য় শাৰীৰ ৱায়াৰলেজ চাৰ্জাৰ

• নতুন ট্ৰেণ্ডি horizental এচি ভেণ্ট

• চুম্বকীয় পেড

নতুন হুণ্ডাইখনত ALCAZAR য়ে সুবিধাৰ সমান্তৰালভাৱে বিভিন্ন অত্যাধুনিক সংযোগ কৰা হৈছে । ডিজিটেল কী ব্যৱহাৰ কৰি আপোনাৰ ফোনটোৰ সৈতে আপোনাৰ গাড়ীখন আনলক কৰিব পাৰিব, ভয়েচ-সক্ষম স্মাৰ্ট পেনোৰামিক ছানৰুফে আভ্যন্তৰীণ অংশক প্ৰাকৃতিক পোহৰ প্ৰদান কৰিব । ডুৱেল জ’ন অটোমেটিক টেম্পাৰেচাৰ কণ্ট্ৰ’ল (DATC)ৰ সৈতে আপোনাৰ গাড়ীৰ উষ্ণতা নিৰৱচ্ছিন্নভাৱে সামঞ্জস্য কৰক আৰু সকলোৰে বাবে আছে স্মাৰ্টফোন ৱায়াৰলেজ চাৰ্জিঙৰ সুবিধা ৷

নতুন হুণ্ডাই ALCAZAR খনত যাত্ৰীৰ সুৰক্ষাক প্ৰথম গুৰুত্ব প্ৰদান কৰা হৈছে ।

• পেডেল শ্বিফ্টাৰ

• ট্ৰেকচন মোড (বালি, বোকা আৰু বৰফ)

• 6টা এয়াৰবেগ (উন্নত নানবিশিষ্ট)

• বৰষুণ সংবেদন কৰা ৱাইপাৰ

• পাহাৰৰ পৰা নামি অহা নিয়ন্ত্ৰণ

• হুণ্ডাই স্মাৰ্টচেন্স

এই গাড়ীখনৰ আৰম্ভণি মূল্য 14.99 লাখ টকা (এক্স শ্ব’ৰুম) ।

লগতে পঢ়ক: অন্ত পৰিল অপেক্ষাৰ ! মুকলি হ’ল আইফোন 16 ছিৰিজ, কেতিয়াৰ পৰা আৰম্ভ হ’ব বিক্ৰী ? - Apple iPhone 16

ঘৰতে কেনেকৈ লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স ? - Driving License in India

9 লাখতে ক্ৰয় কৰক আপোনাৰ পছন্দৰ Maruti Suzuki Brezza ! - Maruti Brezza Variants

বানৰ বাবে যাতায়তত অসুবিধাৰ সন্মুখীন হৈছে নেকি : বাচি লওঁক ইয়াৰ ভিতৰত যিকোনো এখন গাড়ী - Top SUVs in India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.