ETV Bharat / state

কন্যা ৰাশিত সূৰ্যৰ প্ৰৱেশ...এই ৰাশিৰ জাতক-জাতিকাৰ বাবে খোল খাব ভাগ্যৰ দুৱাৰ - Sun Transit in Virgo

author img

By ETV Bharat Features Team

Published : Sep 17, 2024, 3:25 PM IST

Sun Transit in Virgo:১৬ ছেপ্টেম্বৰৰ সন্ধিয়া ৭.২৯ বজাত সূৰ্য দেৱে কন্যা ৰাশিত প্ৰৱেশ কৰাৰ লগতে ২৩ ছেপ্টেম্বৰত কন্যা ৰাশিৰ অধিপতি বুধেও নিজৰ ৰাশিত প্ৰৱেশ কৰিব । সেয়ে সূৰ্যৰ এই ৰাশিৰ পৰিবৰ্তনৰ ফলত কোনবোৰ ৰাশিৰ ফুলিব কপাল কাৰ ওপৰত পৰি বিৰূপ প্ৰভাৱ পৰিব জানিবৰ বাবে পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

Sun Transit in Virgo 2024: How it Affects Each Zodiac Sign
কন্যা ৰাশিত সূৰ্যৰ প্ৰৱেশ...এই ৰাশিৰ জাতক-জাতিকাৰ বাবে খোল খাব ভাগ্যৰ দুৱাৰ (ETV Bharat)

মেষ ৰাশি

সূৰ্য সংক্ৰান্তিৰ পৰৱৰ্তী মাহটো মেষ ৰাশিৰ লোকসকলৰ বাবে অতি লাভজনক হ’ব ৷ এই মাহটোৱে শুভ সময়, ব্যৱসায়ত উন্নতি, চাকৰিত পদোন্নতি, বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত সাফল্য আৰু সুদৃঢ় প্ৰেমৰ সম্পৰ্ক কঢ়িয়াই আনিব ৷ অৱশ্যে, আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত ৷

প্ৰতিকাৰ- দৈনিক গায়ত্ৰী মন্ত্ৰ জপ কৰাটো লাভজনক হ’ব ৷

বৃষ ৰাশি

বৃষ ৰাশিৰ লোকসকল কন্যা ৰাশিত সূৰ্যৰ সংক্ৰান্তি/সঞ্চাৰৰ ফলত লাভান্বিত হ’ব পাৰে ৷ মাটি-বাৰী সংক্ৰান্তীয় বিষয়ত আপুনি সহযোগিতা লাভ কৰিব ৷ নতুন নতুন উপাৰ্জনৰ উৎসও সৃষ্টি হ’ব, যাৰ ফলত আপুনি লাভান্বিত হ’ব ৷ চৰকাৰৰ ফালৰ পৰাও আপুনি সুবিধা লাভ কৰিব ৷ এই সময়ছোৱাত আপুনি ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰতো সহায় পাব ৷ এই সময়ছোৱাত শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ’ব ৷ জ্ঞানী ব্যক্তিক লগ পাব ৷

প্ৰতিকাৰ- প্ৰতিদিনে সূৰ্যক জল অৰ্পণ কৰক ৷

মিথুন ৰাশি

কন্যা ৰাশিত সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তিয়ে আপোনাক লাভান্বিত কৰিব ৷ এই সময়ছোৱাত আপোনাৰ ব্যৱসায় বৃদ্ধি হ’ব ৷ আৰ্থিক স্থিতিও উন্নত হ’ব৷ কেৱল এয়াই নহয়, ধন সঞ্চয়ৰ ক্ষেত্ৰতো সফল হ’ব ৷ ইয়াৰ ফলত আপোনাৰ ঘৰত সুখ বৃদ্ধি হ’ব ৷ সৰু ভাতৃ-ভগ্নীৰ পৰাও সহযোগিতা লাভ কৰিব ৷ পিতৃৰ সৈতে সম্পৰ্ক সুদৃঢ় হৈ পৰিব ৷ স্বাস্থ্যও ভালে থাকিব ৷

প্ৰতিকাৰ- আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক ৷

কৰ্কট ৰাশি

কন্যা ৰাশিত সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তিৰ সময়ছোৱাত কৰ্কট ৰাশিৰ লোকসকলৰ নতুন কিবা কৰিবলৈ চেষ্টা কৰাৰ উদ্যম থাকিব আৰু ধৰ্মীয় যাত্ৰালৈ যাব পাৰিব ৷ চৰকাৰী কামৰ পৰাও লাভান্বিত হ’ব আৰু যিকোনো কাম আত্মবিশ্বাসৰ সৈতে কৰিবলৈ সক্ষম হ’ব ৷

প্ৰতিকাৰ- দৈনিক গায়ত্ৰী মন্ত্ৰ জপ কৰক ৷

সিংহ ৰাশি

কন্যা ৰাশিত সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তি আপোনালোকৰ বাবে লাভজনক হ'ব ৷ এই সঞ্চাৰ/সংক্ৰান্তিৰ সময়ত তিনিটা গ্ৰহ সমৰৈখিক হ’ব, যাৰ ফলত আপুনি লাভান্বিত হ’ব ৷ আপোনাৰ আৰ্থিক স্থিতিও সবল হ’ব ৷ প্ৰতিটো কামতে আপুনি সফল হ’ব ৷ অৱশ্যে, এই সময়খিনিত কোনো ধৰণৰ ঋণ নল’ব ৷ এই সময়ছোৱাত আপুনি পূৰ্বতে ফচি থকা ধনৰাশিও উদ্ধাৰ কৰিব পাৰিব ৷ এই সময়ছোৱাত আপুনি পৰিয়ালৰ সদস্যৰ পৰা সহযোগিতা প্ৰাপ্ত কৰিব ৷ স্বাস্থ্যও ভালে থাকিব ৷

প্ৰতিকাৰ- সূৰ্য মন্ত্ৰ জপ কৰাটো আপোনাৰ বাবে ফলপ্ৰসূ হ’ব ৷

কন্যা ৰাশি

আপোনাৰ ৰাশিৰ মাজৰে সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তি হৈ আছে ৷ এনে পৰিস্থিতিত কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সঞ্চাৰ/সংক্ৰান্তি অতি লাভজনক হ’ব ৷ কোনো ডাঙৰ সমস্যাৰ পৰা আপুনি সকাহ পাব, যাৰ ফলত আপুনি মানসিক শান্তি অনুভৱ কৰিব ৷ এই সময়ছোৱাত আপুনি ধন উপাৰ্জনো কৰিব ৷ সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তিৰ প্ৰভাৱৰ ফলত আপোনাৰ ভিতৰত কিছু অহংবোধ দেখা যাব পাৰে ৷ আপোনাৰ জীৱন সংগী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত মতবিৰোধ হ’ব পাৰে ৷

প্ৰতিকাৰ- সূৰ্য দেৱৰ উপাসনা কৰক ৷

তুলা ৰাশি

কন্যা আৰু তুলা ৰাশিত সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তিয়ে আপোনাৰ ওপৰত অধিক প্ৰভাৱ পেলাব ৷ অৱশ্যে, এই গোটেই সময়ছোৱাত আপুনি সাৱধানে থকা উচিত ৷ এই সময়ছোৱাত আপোনাৰ ব্যয়ো বৃদ্ধি হ’ব ৷ আপুনি বিদেশ ভ্ৰমণলৈও যাব আৰু এই সময়ছোৱাত আপুনি খুব সতৰ্ক হ’ব লাগিব ৷ এই সময়খিনিত আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব ৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷ পুৰণি ৰোগৰ পৰাও আপুনি সকাহ পাব ৷

প্ৰতিকাৰ- প্ৰতিদিনে গৰুক ৰুটি খুওৱাটো লাভজনক হ’ব ৷

বৃশ্চিক ৰাশি

কন্যা সংক্ৰান্তি বা কন্যা ৰাশিত সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তিয়ে বৃশ্চিক ৰাশিৰ লোকসকলকো প্ৰভাৱিত কৰিব ৷ সঞ্চাৰ/সংক্ৰান্তিৰ সময়ছোৱাত আপোনাৰ আয় বৃদ্ধি হ’ব পাৰে ৷ এই সময়ছোৱাত আপুনি নিজৰ পূৰ্ব নিৰ্ধাৰিত পৰিকল্পনা অনুসৰি আগবাঢ়ি যাব, যাৰ ফলত আপুনি লাভান্বিত হ’ব ৷ যি সিদ্ধান্তই লওক, সেইটো সম্পূৰ্ণ নকৰাকৈ আপুনি ৰৈ নাযাব ৷ আপোনাৰ সামাজিক স্থিতিও উন্নত হ’ব ৷

প্ৰতিকাৰ- গায়ত্ৰী মন্ত্ৰৰ জপ কৰাটো আপোনাৰ বাবে শুভ হ’ব ৷

ধনু ৰাশি

সূৰ্য সংক্ৰান্তি আপোনাৰ বাবে লাভজনক হ’ব ৷ আপুনি নিজৰ কৰ্মসংস্থাপন তথা ব্যৱসায়ৰ পৰা লাভান্বিত হ’ব ৷ আপোনাৰ দৰমহা ভাল হ’ব, আনকি পদোন্নতিও হ’ব পাৰে ৷ এই সময়ছোৱাত আপোনাৰ প্ৰয়াসসমূহৰ শলাগ লোৱা হ'ব ৷ চৰকাৰী কামৰ পৰা আপুনি লাভ অৰ্জন কৰিব ৷ ব্যৱসায়ৰ পৰাও আপুনি লাভান্বিত হ’ব ৷ অৱশ্যে জীৱন সংগীৰ সৈতে আপোনাৰ মতানৈক্য বৃদ্ধি হ’ব পাৰে ৷ তাৰ প্ৰতি আপুনি মন কৰিব লাগিব ৷

মকৰ ৰাশি

কন্যা ৰাশিত সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তিৰ বাবে আপুনি এই সময়ছোৱাত সাৱধানে থকা উচিত ৷ এই সময়খিনি আপোনাৰ বাবে অলপ মানসিক চাপপূৰ্ণ হ’ব পাৰে ৷ ফলত যিকোনো পৰিকল্পনা সম্পূৰ্ণ কৰাত অসুবিধা পাব পাৰে ৷ অৱশ্যে, এই সময়ত দীৰ্ঘ অভিযান আৰম্ভ কৰাৰ সম্ভাৱনা আছে ৷ চাকৰিৰ ক্ষেত্ৰত বদলিও হ’ব পাৰে ৷ সময়খিনি শিক্ষাৰ্থীসকলৰ বাবে লাভজনক হ’ব ৷

প্ৰতিকাৰ- চকু চিকিৎসালয়ত ৰোগীৰ প্ৰতি সেৱা আগবঢ়োৱাটো শুভ হ’ব ৷

কুম্ভ ৰাশি

কন্যা ৰাশিৰ মাজেৰে সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তি কুম্ভ ৰাশিৰ লোকসকলৰ বাবে অনুকূল নহয় ৷ কিন্তু ভ্ৰমণে বহু পৰিস্থিতিত ইতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ আপোনাৰ মান-সন্মান বৃদ্ধি হ’ব পাৰে ৷ চৰকাৰী সুবিধাও পাব পাৰে ৷ অৱশ্যে, এই সময়ত আপোনাৰ স্বাস্থ্যজনিত চিন্তা হ’ব পাৰে ৷ আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷

প্ৰতিকাৰ- প্ৰতিদিনে গায়ত্ৰী মন্ত্ৰৰ সৈতে এডাল জপমালা জপ কৰক ৷

মীন ৰাশি

কন্যা ৰাশিৰ মাজেৰে সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তিয়ে মীন ৰাশিৰ লোকসকলৰ বৈবাহিক জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ আপোনাৰ বৈবাহিক জীৱনত সংঘাতৰ স্থিতি সৃষ্টি হ’ব পাৰে ৷ শহুৰ-শাহুৰ সৈতে নিজৰ সম্পৰ্কৰ প্ৰতিও যত্নশীল হওক ৷ এই সময়ছোৱাত ব্যৱসায়িক অংশীদাৰৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰতো চাপ অনুভৱ কৰিব পাৰে ৷ অৱশ্যে এই সময়খিনিত আপুনি নতুন মানুহৰ লগতো সম্পৰ্ক গঢ়ি তুলিব ৷ নতুন কাম আৰম্ভ কৰাৰ সময়ত সতৰ্কতা অৱলম্বন কৰাটো অতি আৱশ্যকীয় ৷

প্ৰতিকাৰ- সূৰ্যাষ্টকম পাঠ কৰাটো আপোনাৰ বাবে শুভ তথা ফলপ্ৰসূ হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.