ETV Bharat / state

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল - DAILY HOROSCOPE FOR 6TH DECEMBER

কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

DAILY HOROSCOPE FOR 6TH DECEMBER 2024
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Dec 6, 2024, 12:46 AM IST

মেষ ৰাশি: নতুন কাম আৰম্ভ কৰিবৰ বাবে উত্‍সাহ আৰু উদ্দীপনা লাভ কৰিব । মানসিক আৰু শাৰীৰিক স্থিতি সৰ্বোত্তম হৈ থকাৰ বাবে উত্‍সাহিত আৰু শক্তিপূৰ্ণ অনুভৱ কৰিব ।

বৃষ ৰাশি: বিদেশ ভ্ৰমণৰ যোগ ৷ ভ্ৰমণৰ যোগ ৷ ধৰ্মীয় স্থান ভ্ৰমণ কৰিব পাৰে ৷ সু-সংবাদ লাভ কৰিব পাৰে ৷ স্বাস্থ্যজনিত সমস্যাই আমনি কৰিব পাৰে ৷

মিথুন ৰাশি: কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালদৰে ভাবি চিন্তি ল'ব ৷ ভ্ৰমণৰ যোগ ৷

কৰ্কট ৰাশি: আজি আপুনি দিনটো হাঁহি-ফুৰ্তিৰে কটাব ৷ আনন্দ আৰু সুযোগ-সুবিধা পাব । আজি গোটেই দিনটো আপুনি প্ৰাণৱন্ত আৰু উদ্দীপ্ত হৈ থাকিব । পৰিয়াল, বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে আনন্দদায়ক সময় কটাব । আজি আপুনি কিছু সু-সংবাদ, বিশেষকৈ পত্নীৰ পৰা সুসংবাদ পাব পাৰে । দাম্পত্য জীৱন সুখময় হ'ব ।

সিংহ ৰাশি: আজি আপুনি হতাশা অনুভৱ কৰিব । স্বাস্থ্যৰ কাৰণে আপুনি চিন্তাত থাকিব ৷ মানসিক চাপ আৰু উদ্বেগে আপোনাক অসুস্থ কৰি তুলিব । মামলা-মোকৰ্দমাৰ ক্ষেত্ৰত সতৰ্ক থাকক । বৈদেশিক যোগাোগৰ সম্ভাৱনা আছে । মহিলাসকলৰপৰা দূৰত থাকক । অধিক ব্যয়ক এৰাই চলিব নোৱাৰিব ।

কন্যা ৰাশি: আজি আপুনি লাভবান হ’ব । সকলো দিশৰ পৰা আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব । ব্যৱসায় বৃদ্ধিৰ সম্ভাৱনা আছে । সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব ৷ দাম্পত্য জীৱন সুখৰ হ'ব । অফিচৰ কামত বাহিৰলৈ যাবলগীয়া হ’ব পাৰে ।

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । ঘৰত আৰু কৰ্মক্ষেত্ৰতো আপুনি প্ৰাণৱন্ত আৰু উদ্দীপ্ত অনুভৱ কৰিব । পদোন্নতিৰ প্ৰবল সম্ভাৱনা । সাংসাৰিক পৰিৱেশ উজ্জ্বল আৰু আনন্দময় হৈ থাকিব । ঊৰ্ধ্বতনসকলৰপৰা প্ৰশংসা আৰু স্বীকৃতি পাব, সহকৰ্মীসকলৰপৰা সহযোগিতা পাব । নতুন কৰ্মত সফলতা অৰ্জন । মাতৃৰপৰা উপহাৰ লাভ কৰিব ৷

বৃশ্চিক ৰাশি: আপোনাৰ উৎসাহ আৰু উদ্যমে সমস্যা আৰু দুশ্চিন্তাক দূৰ কৰিব । আজি আপুনি শক্তি আৰু উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব । সৃজনশীল চিন্তাধাৰাসমূহ বৃদ্ধি পাব । আজি আপুনি জুতিলগা আৰু ৰুচিকৰ খাদ্য ভোজন কৰিব । পৰিয়ালৰ লোকৰ সৈতে, বিশেষকৈ মাতৃৰ সৈতে কথা পাতিলে আনন্দ লাভ কৰিব । ভ্ৰমণৰ যোগ । পৰিয়ালক কিছু সময় দিয়ক ৷

ধনু ৰাশি: অভাৱনীয় সমস্যা আৰু ঘটনাৰ আশংকা বৃদ্ধি । আজি কাম কৰিবলৈ সাজু থাকক । আজি দিনটো যিবোৰ সমস্যাৰ উদ্ভৱ হ’ব, সেইবোৰৰ সমাধানৰ চেষ্টা নকৰিব । অত্যধিক সংবেদনশীলতাৰ ফলত মানসিক হতাশাৰ সৃষ্টি হ’ব পাৰে । পত্নীৰ সৈতে কৌশল অৱলম্বন কৰি চলক । স্বাস্থ্যৰ যত্ন লওক ।

মকৰ ৰাশি: দিনটো শুভ । ব্যৱসায়ত উন্নতি । কমিছন, সুত লাভ বা ব্যৱসায়িক লেনদেনৰ জৰিয়তে আয়বৃদ্ধি হোৱাৰ সম্ভাৱনা । আৰ্থিক দিশত শুভ ৷ সৰু-সুৰা ভ্ৰমণৰ সম্ভাৱনা ।

কুম্ভ ৰাশি: দিনটো শুভ । কৰ্মক্ষেত্ৰত আপুনি অসাধাৰণ কাম কৰি দেখুৱাৰ ফলত আপুনি প্ৰচুৰ প্ৰশংসা লাভ কৰিব । ব্যৱসায়ৰ অংশীদাৰসকলে আৰু লগতে সহকৰ্মীসকলেও সহযোগিতা লাভ কৰিব । পৰিয়ালৰ সৈতে সময় কটালে আনন্দ লাভ কৰিব ।

মীন ৰাশি: আত্মকেন্দ্ৰিক হোৱাৰ সলনি নিজক বিনম্ৰ কৰি তোলক । বাস্তৱসন্মত মনোভাৱ পোষণ কৰাৰ জৰিয়তে আপুনি কৰ্মক্ষেত্ৰত, সমাজত আৰু সংসাৰত সমৰ্থন লাভ কৰিব পাৰিব । আপোনাৰ ভ্ৰমণ হ’ব পাৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.