ETV Bharat / state

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল - DAILY HOROSCOPE FOR 13TH NOVEMBER

কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

Daily Horoscope For 13th November 2024
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 13, 2024, 12:52 AM IST

মেষ ৰাশি: আপোনাৰ বাবে আজিৰ দিনটো মধ্যমীয়া ৷ নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে দিনটো শুভ ৷ ভ্ৰমণৰ যোগ ৷ কথা কওঁতে সাৱধান হ'ব ৷ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷

বৃষ ৰাশি: সকলোৰে সৈতে ভালদৰে ব্যৱহাৰ কৰক ৷ সকলোকে সমান ব্যৱহাৰ কৰক ৷ মানসিকভাৱে নিজকে সুস্থিৰ কৰি ৰাখক অন্যথা বিপদ হ'ব পাৰে ৷ ভাবি-চিন্তি নতুন পদক্ষেপ গ্ৰহণ কৰিব ৷ নতুন কাম আৰম্ভ কৰিবৰ বাবে এতিয়া সঠিক সময় নহয় ৷

মিথুন ৰাশি: দিনটো শুভ ৷ আজি আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব ৷ আপোনাৰ হাঁহিয়ে সকলোকে মোহিত কৰিব ৷ সুন্দৰ চিন্তাধাৰা ভাল ব্যৱহাৰে আপোনাক সফলতা দিব ৷ সুস্বাদু খাদ্যৰে দিনটো আৰম্ভণি কৰক বা প্ৰিয়জনৰ সৈতে একেলগে খাদ্য গ্ৰহণ কৰক ৷ ভাল পোছাক পৰিধান কৰক ৷ কোনো বেয়া চিন্তা মনলৈ নানিব ৷ খৰছ বঢ়াৰ লগতে উপাৰ্জনো বৃদ্ধি পাব ৷

কৰ্কট ৰাশি: সমগ্ৰ দিন উদ্বিগ্নতাৰ মাজেৰে পাৰ হ'ব ৷ সিদ্ধান্ত লোৱাত অসুবিধা হ'ব, আৰু সেই চিন্তাই আপোনাৰ শৰীৰ আৰু মনত প্ৰভাব পেলাব ৷ প্ৰিয়জনক লগ কৰক আৰু চিন্তামুক্ত হওঁক অন্যথা সহকৰ্মী বা অচিনাকি ব্যক্তিৰ সৈতে বাক-বিতন্তা হ'ব পাৰে ৷

সিংহ ৰাশি: নতুন একো কাম আৰম্ভ নকৰাটোৱে মংগল ৷ নতুন বন্ধুত্ব গঢ়ি উঠিব পাৰে ৷ বন্ধুৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ ব্যৱসায় আৰু ধনৰ লেনদেনৰ বাবে সঠিক সময় ৷

কন্যা ৰাশি: গণেশৰ কৃপাত এটা সৌভাগ্যশালী আৰু পবিত্ৰ দিন ৷ চাকৰিত বাধা দূৰ হ'ব , পদোন্নতি আৰু সফলতাই আপোনাৰ স্থান ওপৰলৈ নিব ৷ পিতৃৰ সান্নিধ্য লাভ কৰিব ৷

তুলা ৰাশি: সাহিত্যিক আৰু কলা সন্মত কাম কৰা সকলৰ কামে স্বীকৃতি লাভ কৰিব ৷ আনৰ অহিত চিন্তা নকৰিলে সফলতা অৰ্জন কৰিব ৷ তীৰ্থ ভ্ৰমণৰ যোগ ৷

বৃশ্চিক ৰাশি: সাৱধানতা অৱলম্বন কৰক অন্যথা বিপদত পৰিব পাৰে ৷ যিকোনো ব্যক্তিক কৰ্মত নিয়োজিত কৰাৰ পূৰ্বে ভালদৰে চিন্তা-চৰ্চা কৰিব ৷ কোনো অনৈতিক কৰ্মত টকা ব্যয় নকৰিব ৷ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা ই আপোনাৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷ যোগ, ধ্যান কৰক ৷

ধনু ৰাশি: উদিত সূয্যই আপোনালৈ এটা সুন্দৰ আনন্দপূৰ্ণ দিন লৈ আহিছে ৷ সুস্বাদু খাদ্যসম্ভাৰে আপোনাৰ আনন্দ আৰু বঢ়াই তুলিব ৷ সাংস্কৃতিৰ ক্ষেত্ৰৰ সৈতে জড়িত কোনো ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰে ৷ প্ৰিয়জনৰ সৈতে সময় পাৰ কৰিলে আনন্দ লাভ কৰিব ৷ কলা, সাহিত্য চৰ্চাৰ বাবে সঠিক সময় ৷

মকৰ ৰাশি: শুভ দিন ৷ ঘৰত সকলো ভালেই থাকিব ৷ পলমকৈ হ'লেও কষ্টৰ ফল লাভ কৰিব ৷ নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে সঠিক সময় ৷ ধনৰ লেনদেন বা ধাৰ কৰা আৰু লোৱা কৰিব পাৰে ৷ খৰচ বৃদ্ধি ৷

কুম্ভ ৰাশি: কোনো নতুন কৰ্ম হাতত নল'ব ৷ আপোনাৰ মন স্থিৰ নাথাকিব ৷ মহিলাসকল বিশেষকে কথা কওতে সাবধান হ'ব আৰু আপোনাৰ অসন্তুষ্টি ব্যক্ত নকৰিব ৷ সাহিত্যিক সকলৰ বাবে ভাল সময় ৷ ভ্ৰমণলৈ নোযোৱাটোৱে মংগল ৷ সন্তানৰ যত্ন লওক ৷ খৰচ বৃদ্ধি ৷

মীন ৰাশি: আজি দিনটো বিশেষ এটা ভাল নহয় ৷ শৰীৰৰ যত্ন লওক ৷ মনৰ পৰিবৰ্তন হ'ব পাৰে ৷ আৰাম কৰাৰ লগতে শৰীৰৰ যত্ন লওক ৷ ব্যায়াম কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে মনোমালিন্য ঘটিব পাৰে ৷ সামাজিক দিশত ধনৰ লোকচানৰ সন্মুখীন হ'ব পাৰে ৷ চাকৰিয়ালসকল তেওঁলোকৰ কামৰ সুৰক্ষাৰ বাবে চিন্তাত পৰিব পাৰে ৷ আইনী কাম আৰু ধনৰ দিশত চকু ৰাখক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.