ETV Bharat / sports

বিৰাট কোহলীয়ে ব্যৱহাৰ কৰা 10 টা ব্যয়বহুল ঘড়ী: মূল্য জানিলে চকু কপালত উঠিব আপোনাৰ - EXPENSIVE WATCHES OF VIRAT KOHLI

author img

By ETV Bharat Sports Team

Published : Aug 27, 2024, 6:29 PM IST

Virat Kohli Expensive Watches Price: খেলপথাৰত বেটিং কৰাৰ ক্ষেত্ৰত যেনেদৰে সুকীয়া ষ্টাইল, তেনেকৈ জীৱনশৈলীতো সুকীয়া ষ্টাইল অনুসৰণ কৰা ক্ৰিকেটাৰসকলৰ ভিতৰত অন্যতম হৈছে বিৰাট কোহলী ৷ খেলুৱৈগৰাকীৰ ওচৰত আছে নামী-দামী কোম্পানীৰ প্ৰায় 10 টাকৈ ব্যয়বহুল ঘড়ী ৷ যাৰ দাম শুনিলে চকু কপালত উঠিব আপোনাৰ ৷ এই খবৰৰ জৰিয়তে জানি লওকচোন বিৰাটে ব্যৱহাৰ কৰা ঘড়ীসমূহৰ মূল্য কিমান ৷

EXPENSIVE WATCHES OF VIRAT KOHLI
বিৰাট কোহলী (AP and IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 27 আগষ্ট: ভাৰতৰ তাৰকা ক্ৰিকেটাৰ আৰু টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী দেশৰ অন্যতম আগশাৰীৰ বেটছমেন । উৎকৃষ্ট বেটিঙশৈলীৰ বাবে বিখ্যাত ক্ৰিকেটাৰগৰাকীয়ে ইতিমধ্যে ক্ৰিকেট জগতত গঢ়িছে বহুতো অভিলেখ । কেৱল খেলতে নহয়, বিশ্বৰ অন্যতম ধনী খেলুৱৈৰ তালিকাতো আছে বিৰাট কোহলীৰ নাম । তেওঁ হাজাৰ হাজাৰ কোটি টকাৰ গৰাকী ।

EXPENSIVE WATCHES OF VIRAT KOHLI
বিৰাট কোহলীৰ ব্যয়বহুল ঘড়ীসমূহ (IANS PHOTOS)

কোহলীৰ আছে এটা বিলাসী বাসগৃহৰ লগতে বিলাসী বাহন ৷ তাৰোপৰি খেলুৱৈগৰাকীৰ ওচৰত আছে কেইবাটাও নামী-দামী ব্ৰেণ্ডৰ ব্যয়বহুল ঘড়ী ৷ এটা-দুটা নহয়, প্ৰায় 10 টাকৈ দামী ঘড়ী সততে ব্যৱহাৰ কৰে খেলুৱৈগৰাকীয়ে ৷ যাৰ দাম শুনিলে চকু কপালত উঠিব আপোনাৰ ।

এই প্ৰতিবেদনত বিৰাট কোহলীয়ে ব্যৱহাৰ কৰা ঘড়ীসমূহৰ মূল্য আৰু কোন কোম্পানীৰ, সেয়া যুগুত কৰা হৈছে ৷

বিৰাট কোহলীৰ দামী ঘড়ীসমূহৰ লগতে মূল্য

  1. ৰোলেক্স ডেটোনা - মূল্য: 4.6 কোটি টকা
  2. আইচ ব্লু ডায়েল আৰু মুগা চিৰামিক বেজেলৰ সৈতে প্লেটিনাম ৰোলেক্স ডেটোনা - মূল্য: 1.23 কোটি টকা

  3. প্লেটিনাম পাটেক ফিলিপ গ্ৰেণ্ড কমপ্লিকেশ্যন - মূল্য: 2.6 কোটি টকা
  4. পাটেক ফিলিপ নটিলেস - মূল্য: 1.14 কোটি টকা
  5. ৰোলেক্স অয়েষ্টাৰ পাৰপেচুৱেল স্কাই-ডেভেলাৰ - মূল্য: 1.8 কোটি টকা

  6. ৰোলেক্স ডেটোনা হোৱাইট ডায়েল- মূল্য: 3.2 কোটি টকা
  7. অডেমাৰ্ছ পিগুয়েট ৰয়েল অক ডাবল বেলেন্স হুইল - মূল্য: 1.2 কোটি টকা
  8. 18 কেৰেট সোণৰ ৰোলেক্স ডেটোনা গ্ৰীণ ডায়েল - মূল্য: 1.1 কোটি টকা
    EXPENSIVE WATCHES OF VIRAT KOHLI
    বিৰাট কোহলীৰ ব্যয়বহুল ঘড়ীসমূহ (ANI PHOTOS)
  9. ৰোলেক্স ডে-ডেট ৰোজ গোল্ড অলিভ ডায়েল - মূল্য: 57 লাখ টকা
  10. স্কেলেটন কনসেপ্ট ৰোলেক্স - মূল্য: 86 লাখ টকা

বিৰাট কোহলীয়ে ঘড়ী পিন্ধিবলৈ বৰ ভালপায় । সামাজিক মাধ্যমত খেলুৱৈগৰাকীয়ে শ্বেয়াৰ কৰা বহুকেইখন ফটোত তেওঁৰ হাতত ঘড়ী থকাতো প্ৰায়ে দেখা যায় ৷ এই ঘড়ীবোৰে ষ্টাইলিছ ক্ৰিকেটাৰগৰাকীক অধিক ষ্টাইলিছ কৰি তোলে ৷

লগতে পঢ়ক: মহিলা টি-20 বিশ্বকাপ 2024 ৰ দল ঘোষণা: দলত অন্তৰ্ভুক্ত অসমৰ উমা ছেত্ৰী - WOMENS T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.