ETV Bharat / sports

টী-20 বিশ্বকাপ : 2007-22 লৈ জানিবলগীয়া সকলো তথ্য - T20 WORLD CUP

author img

By ETV Bharat Sports Team

Published : May 31, 2024, 8:34 AM IST

টী-20 বৰ্তমান যুগৰ আটাইতকৈ জনপ্ৰিয় ক্ৰিকেট ফৰ্মেট ৷ চলিত বৰ্ষৰ 2 জুনৰ পৰা আৰম্ভ হ’ব টী-20 বিশ্বকাপ ক্ৰিকেট ৷ যাৰ ওপৰত এতিয়া দৃষ্টি নিৱদ্ধ হৈ আছে সকলো ক্ৰিকেটপ্ৰেমীৰে ৷ 2007 চনৰ পৰা 2022 চনলৈ টী 20 বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত কি কি অভিলেখ সৃষ্টি হৈছিল, তাৰেই এই প্ৰতিবেদনখনি প্ৰস্তুত কৰা হৈছে ৷

T20 WORLD CUP
টী-20 বৰ্তমান যুগৰ আটাইতকৈ জনপ্ৰিয় ক্ৰিকেট ফৰ্মেট (Source : ANI)

স্প’ৰ্টছ ডেস্ক, 31 মে’: টী-20 বিশ্বকাপৰ নৱম সংস্কৰণৰ বাবে সাজু হৈছে ক্ৰিকেট বিশ্ব ৷ 2 জুনৰ পৰা টেক্সাছৰ গ্ৰেণ্ড প্ৰেৰী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ক্ৰিকেটৰ এই মহাৰণ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে এইবাৰৰ টী 20 বিশ্বকাপৰ আয়োজকৰ ভূমিকা পালন কৰিছে ৷ ক্ৰিকেটৰ এই সৰ্ববৃহৎ প্ৰতিযোগিতাসমূহ কেৰিবিয়ান দ্বীপপুঞ্জ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ'ব ৷

আৰম্ভণিৰ পৰাই বিশ্বব্যাপী অনুৰাগীসকলক আকৰ্ষিত কৰা এই প্ৰতিযোগিতাখনৰ বুকুত খোদিত আছে বহু অভিলেখ ৷ আনকি অভিলেখ ভংগৰো খতিয়ান লিপিবদ্ধ আছে এই ইতিহাসত ৷ এই প্ৰতিবেদনত কোনবোৰ দলে সৰ্বাধিক ট্ৰফী জয় কৰিছিল, অধিনায়ক হিচাপে সৰ্বাধিক জয়, সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী, আগশাৰীৰ উইকেটকীপাৰ আৰু অসামান্য ফিল্ডিং প্ৰদৰ্শন আদিৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে ।

দলৰ অভিলেখসমূহ

  • সৰ্বাধিক খিতাপ দখলকাৰী

ইংলেণ্ড (2) - 2010 আৰু 2022

ৱেষ্ট ইণ্ডিজ (2) - 2012 আৰু 2016

  • সৰ্বাধিক মেচত জয়লাভ

শ্ৰীলংকা - 31 (51 মেচ)

পাকিস্তান - 28 (47 মেচ)

ভাৰত - 27 (44 মেচ)

  • সৰ্বাধিক জয় (শতাংশ হিচাপত)

ভাৰত - 63.95 %

অষ্ট্ৰেলিয়া - 62.5%

শ্ৰীলংকা - 61.76%

  • সৰ্বাধিক দলীয় স্ক’ৰ

শ্ৰীলংকা - 260/6 বনাম কেনিয়া (2007)

ইংলেণ্ড - 230/8 বনাম দক্ষিণ আফ্ৰিকা (2016)

দক্ষিণ আফ্ৰিকা - 229/4 বনাম ইংলেণ্ড (2016)

  • সৰ্বনিম্ন দলীয় স্ক’ৰ

নেডাৰলেণ্ড - 39 বনাম শ্ৰীলংকা (2014)

নেডাৰলেণ্ড - 44 বনাম শ্ৰীলংকা (2021)

ৱেষ্ট ইণ্ডিজ - 55 বনাম ইংলেণ্ড (2021)

  • সৰ্ববৃহৎ জয় (ৰাণৰ ক্ষেত্ৰত)

শ্ৰীলংকা - 172 ৰাণ বনাম কেনিয়া (2007)

দক্ষিণ আফ্ৰিকা - 130 ৰাণ বনাম স্কটলেণ্ড (2009)

আফগানিস্তান - 130 ৰাণ বনাম স্কটলেণ্ড (2021)

  • সৰ্ববৃহৎ জয় (উইকেটৰ ক্ষেত্ৰত)

দক্ষিণ আফ্ৰিকা বনাম পাকিস্তান (10 টা উইকেট) (11.3 অভাৰত 130 ৰাণ)

অষ্ট্ৰেলিয়া বনাম শ্ৰীলংকা (10 উইকেট) (10.2 অভাৰত 102 ৰাণ)

কেনিয়া বনাম স্কটলেণ্ড (10 উইকেট) (12.3 অভাৰত 110 ৰাণ)

খেলুৱৈৰ দ্বাৰা প্ৰাপ্ত কৃতিত্ব

  • সৰ্বাধিক মেচ

ৰোহিত শৰ্মা - 39

ছাকিব আল হাছান - 36

টিলাক্ৰাটনে দিলশান - 35

  • সৰ্বাধিক ৰাণ

বিৰাট কোহলী - 1141 (25 ইনিংছ)

মাহেলা জয়াৱৰ্ধন - 1016 (31 ইনিংছ)

ক্ৰিছ গেইল - 965 (31 ইনিংছ)

  • সৰ্বাধিক চাৰি

মাহেলা জয়াৱৰ্ধন - 111

বিৰাট কোহলী - 103

টিলাক্ৰাটনে দিলশান - 101

  • সৰ্বাধিক ছয়

ক্ৰিছ গেইল - 63

ৰোহিত শৰ্মা - 35

জছ বাটলাৰ - 33

  • বেছিভাগ ডাক

শ্বাহিদ আফ্ৰিদী - 5

টিলাক্ৰাটনে দিলশান - 5

জৰ্জ ডক্ৰেল - 4

  • সৰ্বাধিক অৰ্ধশতক

বিৰাট কোহলী - 14

ক্ৰিছ গেইল - 9

ৰোহিত শৰ্মা - 9

  • সৰ্বাধিক শতক

ক্ৰিছ গেইল - 2

  • একক সংস্কৰণত সৰ্বাধিক ৰাণ

বিৰাট কোহলী - 2014 চনত 319

টিলাক্ৰাটনে দিলশান - 2009 চনত 317

বাবৰ আজমত - 2021 চনত 303

  • সৰ্বাধিক যুটি

এলেক্স হেলছ-জছ বাটলাৰ - 2022 চনত অপৰাজিত 170 বনাম ভাৰত

ৰিলি ৰোছৌ-কুইণ্টন ডি কক - 2022 চনত 168 বনাম বাংলাদেশ

কুমাৰ চাংগাকাৰা-মাহেলা জয়ৱৰ্ধন - 2010 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 166

  • সৰ্বাধিক স্ক’ৰ

ব্ৰেণ্ডন মেককুলাম - 58 টা বলত 123 ৰাণ (2012 চনত বাংলাদেশৰ বিপৰীতে)

ক্ৰিছ গেইল - 57 টা বলত 117 ৰাণ (2007 চনত দক্ষিণ আফ্ৰিকাৰ বিপৰীতে)

এলেক্স হেলছ - 64 টা বলত 116* (2014 চনত শ্ৰীলংকা বনাম শ্ৰীলংকা)

  • সৰ্বাধিক গড় (কমেও 10 খন মেচ)

বিৰাট কোহলী - 81.50

সূৰ্যকুমাৰ যাদৱ - 56.20

মাইকেল হাছী - 54.62

  • সৰ্বোচ্চ ষ্ট্ৰাইক ৰেট (কমেও 10 খন মেচ)

সূৰ্যকুমাৰ যাদৱ - 181.29

ডাৰেন ছেমি - 164.12

শ্বাহিদ আফ্ৰিদী - 154.23

  • সৰ্বাধিক উইকেট

চাকিব আল হাছান - 47 (35 ইনিংছ)

শ্বাহিদ আফ্ৰিদী - 39 (34 ইনিংছ)

লাচিত মালিংগা - 38 (31 ইনিংছ)

  • সৰ্বাধিক ইক’ন’মিক হাৰ (কমেও 10 খন মেচ)

সুনীল নাৰিন - 5.17

চেমুৱেল বদ্ৰী - 5.52

ৱানিন্দু হাচাৰাংগা - 5.81

  • শ্ৰেষ্ঠ বলিং

অজন্তা মেণ্ডিছ - 2012 চনত জিম্বাবৱেৰ বিৰুদ্ধে 4 অভাৰত 6 উইকেটৰ বিনিময়ত 8 ৰাণ ব্যয়

ৰংগনা হেৰথ - 2014 চনত নিউজিলেণ্ডৰ বিৰুদ্ধে 3.3 অভাৰত 5 উইকেটৰ বিনিময়ত 3 ৰাণ ব্যয়

ওমৰ গুল - 2009 চনত নিউজিলেণ্ডৰ বিৰুদ্ধে 3 অভাৰত 5 উইকেটৰ বিনিময়ত 6 ৰাণ ব্যয়

  • একক সংস্কৰণত সৰ্বাধিক উইকেট

ৱানিন্দু হাচাৰাংগা - 2021 চনত 16

অজন্তা মেণ্ডিছ - 2012 চনত 15

ৱানিন্দু হাচাৰাংগা - 2022 চনত 15

  • ফিল্ডাৰ ৰেকৰ্ড

সৰ্বাধিক আউট (উইকেটকীপাৰ)মহেন্দ্ৰ সিং ধোনী - 32

কামৰান আকমল - 30

দিন ৰামদিন - 27

  • সৰ্বাধিক কেচ

এবি ডি ভিলিয়ৰ্ছ - 23

ডেভিড ৱাৰ্ণাৰ - 21

মাৰ্টিন গাপ্টিল - 19

  • সৰ্বাধিক ৰাণ

আউটচডৱেন ব্ৰাভো - 6

ব্ৰেণ্ডন মেককুলাম - 4

ওমৰ গুল - 3

  • অধিনায়কত্বৰ ৰেকৰ্ড

অধিনায়ক হিচাপে সৰ্বাধিক জয় - মহেন্দ্ৰ সিং ধোনী (21)

আটাইতকৈ সফল অধিনায়ক - ডাৰেন ছেমি (অধিনায়ক হিচাপে 2 টা খিতাপ জয়)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.