ETV Bharat / sports

পেৰিছ অলিম্পিকত ভাৰতৰ কোন ৰাজ্যৰ কোনে কোনে অংশ ল’ব ? - Paris Olympics 2024 - PARIS OLYMPICS 2024

Indian athletes selected for Paris Olympics : ২৬ জুলাইৰ পৰা আৰম্ভ হ’ব পেৰিছ অলিম্পিক-২০২৪. ভাৰতৰ কোন ৰাজ্যৰ কোন কোন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বিশ্বৰ সৰ্ববৃহৎ এই ক্ৰীড়া প্ৰতিযোগিতাত ? সৰ্বাধিক খেলুৱৈ কোনখন ৰাজ্যৰ ? জানক সবিশেষ...

Indian athletes selected for Paris Olympics
পেৰিছ অলিম্পিক-2024 (AP)
author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 9:14 PM IST

পেৰিছ অলিম্পিকৰ বাবে নিৰ্বাচিত ভাৰতীয় খেলুৱৈসকলৰ তালিকা :

ফ্ৰান্সৰ ৰাজধানীত ২৬ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া পেৰিছ অলিম্পিকত এইবাৰ ১১৭ গৰাকী ভাৰতীয় খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । মুঠ ৪৭ গৰাকী মহিলা আৰু ৭০ জন পুৰুষ খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব ৷ পেৰিছ অলিম্পিকত হাৰিয়ানাৰ ২৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ পঞ্জাৱৰ ১৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । আগন্তুক পেৰিছ অলিম্পিকত তামিলনাডুৰ ১২ গৰাকী খেলুৱৈ উপস্থিত থাকিব ।

ৰাজ্য অনুসৰি খেলুৱৈৰ সংখ্যা :

ক্ৰমৰাজ্যখেলুৱৈক্ৰমৰাজ্যখেলুৱৈক্ৰমৰাজ্যখেলুৱৈ
অন্ধ্ৰ প্ৰদেশ কৰ্ণাটক১৭ ৰাজস্থান
অসম ১০ কেৰালা১৮ ছিকিম
বিহাৰ১১ মধ্য প্ৰদেশ১৯ তামিলনাডু ১২
চণ্ডিগড়১২ মহাৰাষ্ট্ৰ২০ তেলেংগানা
গোৱা১৩ মণিপুৰ২১ উত্তৰ প্ৰদেশ
গুজৰাট১৪ নতুন দিল্লী২২ উত্তৰাখণ্ড
হাৰিয়ানা ২৫১৫ উৰিষ্যা২৩ পশ্চিম বংগ
ঝাৰখণ্ড১৬ পাঞ্জাৱ ১৮

এইসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কোনো খেলুৱৈ নাই :

অৰুণাচল প্ৰদেশ, ছত্তিশগড়, হিমাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, পুডুচেৰী, জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ, লাডাখ, লাক্ষাদ্বীপ ৷

ক্ৰমাধিকাৰভিত্তিত খেলুৱৈৰ সংখ্যা :

২০২৪ চনলৈকে চনলৈকে চণ্ডিগড়ৰ জনসংখ্যা হৈছে ১২ লাখ, এই কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা মাত্ৰ দুজন খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছে কৰিব ৷ প্ৰতি জন খেলুৱৈৰ জনসংখ্যাৰ অনুপাত হৈছে ১:৬২২ হাজাৰ ৷ ছিকিম ১:৬৯৫ আৰু হাৰিয়ানা ১:১২২৩ হাজাৰ ৷

হাৰিয়ানাই পেৰিছ অলিম্পিকৰ বাবে সৰ্বাধিক সংখ্যক শীৰ্ষ শ্ৰেণীৰ খেলুৱৈ প্ৰেৰণ কৰিছে । বিহাৰ হৈছে এখন ডাঙৰ ৰাজ্য ৷ যাৰ জনসংখ্যা ১৩ কোটি ৷ কিন্তু ৰাজ্যখনৰ পৰা মাত্ৰ এগৰাকী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছে ৷ প্ৰতিজন খেলুৱৈৰ গড় জনসংখ্যা হৈছে 1: 12.8 কোটি ৷ একেদৰে ৰাজস্থানৰ 1: 4 কোটি আৰু উত্তৰ প্ৰদেশ 1:3.9 কোটি ৷

ভাৰতৰ সামগ্ৰিক জনসংখ্যালৈ তেওঁলোকৰ অৱদান নিম্নস্থানত থকা স্বত্বেও পাঞ্জাৱে পেৰিছ অলিম্পিক 2024-ৰ বাবে সৰ্বাধিক সংখ্যক খেলুৱৈ প্ৰেৰণ কৰিছে ৷ পাঞ্জাৱৰ এথলীট জনসংখ্যাৰ অনুপাত হৈছে 18 : 1718 (প্ৰতি হাজাৰ জনসংখ্যাৰ বিপৰীতে খেলুৱৈ )৷

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচিত খেলুৱৈৰ বিপৰীতে জনসংখ্যা (হাজাৰ) :

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলখেলুৱৈৰ সংখ্যাখেলুৱৈৰ বিপৰীতে জনসংখ্যা (হাজাৰ)
চণ্ডিগড়৬২২
ছিকিম৬৯৫
হাৰিয়ানা২৫১২২৩
গোৱা১৫৮৩
মণিপুৰ১৬২৭
পাঞ্জাৱ১৮১৭১৮
উত্তৰাখণ্ড২৯৩৯
কেৰালা৫১৩১
তামিলনাডু১২৬৪২৪
তেলেংগানা৯৫৬৮
কৰ্ণাটক৯৭৩১
দিল্লী১০৮৭৬
অন্ধ্ৰ প্ৰদেশ১৩৩৩৫
ঝাৰখণ্ড১৯৯৮২
মহাৰাষ্ট্ৰ২১২২৭
ওড়িশা২৩২৮৩
মধ্য প্ৰদেশ২৯২০৩
পশ্চিমবংগ৩৩১৮৮
অসম৩৬০৪৭
গুজৰাট৩৬১৮৪
উত্তৰ প্ৰদেশ৩৯৬৮০
ৰাজস্থান৪০৯৪৯
বিহাৰ১২৮৫৯২

অলিম্পিকৰ বাবে নিৰ্বাচিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খেলুৱৈসকল :

অন্ধ্ৰ প্ৰদেশ : অন্ধ্ৰ প্ৰদেশৰ চাৰিগৰাকী খেলুৱৈ (দুজন পুৰুষ আৰু দুগৰাকী মহিলা)ই প্ৰতিনিধিত্ব কৰিব পেৰিছ অলিম্পিকত ৷ তেওঁলোক হ’ল ধীৰাজ বোম্মাদেৱৰা(আৰ্চাৰী), জ্যোতি য়াৰৰাজী (হাৰ্ডলছ), জ্যোতিকা শ্ৰী দণ্ডি (ৰিলে-মহিলা), সাতৱিকচাইৰাজ ৰেংকিৰেডী (বেডমিণ্টন-পুৰুষৰ ডাবলছ) ।

অসম : বক্সাৰ লাভলীনা বৰগোহাঁই হৈছে অসমৰ একমাত্ৰ মহিলা খেলুৱৈ, যিয়ে পেৰিছ অলিম্পিক-২০২৪ত মহিলাৰ ৭৫ কেজি ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ দ্বিতীয়বাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিব লাভলীনাই ৷

বিহাৰ : ট্ৰেপ শ্বুটাৰ শ্ৰেয়াচী সিঙে পেৰিছত অলিম্পিকত আত্মপ্ৰকাশ কৰিব । তেওঁ একমাত্ৰ এথেলেট যিয়ে বিহাৰৰ পৰা পেৰিছ অলিম্পিক-২০২৪ত প্ৰৱেশ কৰে ।

চণ্ডীগড় : শ্বুটিঙত চণ্ডীগড়ৰ দুজন খেলুৱৈ অৰ্জুন বাবুতা আৰু বিজয়বীৰ সিদ্ধুৱে পেৰিছ অলিম্পিক-২০২৪ৰ বাবে যোগ্যতা অৰ্জন কৰে । দুয়োজনে এই অলিম্পিকত অভিষেক ঘটাব ৷

গোৱা : মহিলা বেডমিণ্টন খেলুৱৈ ( মহিলা ডাবলছ) তানিছা ক্ৰাষ্টোৱে প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিব ৷

গুজৰাট : ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব গুজৰাটৰ দুগৰাকী টেবুল টেনিছ খেলুৱৈ হৰমীত দেশাই আৰু মানৱ ঠাক্কাৰে ৷

হাৰিয়ানা : পেৰিছ অলিম্পিকৰ বাবে হাৰিয়ানাই মুঠ ২৫ গৰাকী খেলুৱৈক প্ৰেৰণ কৰিছে (১৪ গৰাকী মহিলা আৰু ১১ গৰাকী পুৰুষ খেলুৱৈ) ৷ খেলুৱৈসকল হ'ল নীৰজ চোপ্ৰা ( জেভেলিন থ্ৰ' -দ্বিতীয়বাৰৰ বাবে), অমিত ফাংগল নিশান্ত দেৱ প্ৰীতি পাৱাৰ , জয়ছমিন লেম্বোৰিয়া (বক্সিং), দীক্ষা ডাগৰ (গ’ল্ফ দ্বিতীয়বাৰৰ বাবে), সুমিত , সঞ্জয় , অভিষেক (পুৰুষ হকী দল), বলৰাজ পাণোৱাৰ (ৰোইং), ৰাইজা ধিলন ,ৰমিতা জিন্দল সৰাবজোত সিং , মনু ভাকেৰ , ৰিদম সংগম , অনিশ ভানৱালা (শ্বুটিং), সুমিত নগাল (টেনিছ), অমন চেহৰাৱত , বিনেশ ফোগাট, অংশু মালিক , নিশা দহিয়া , ৰীতিকা হুদা, অন্তিম ফাংগল (মল্লযুঁজ) ৷ তাৰ ভিতৰত ভজন কৌৰ, কিৰণ পহল , নিশান্ত দেৱ , প্ৰীতি পাৱাৰ , জয়ছমিন লেম্বৰিয়া, সঞ্জয়ে প্ৰথমবাৰৰ বাবে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছে ৷

ঝাৰখণ্ড : ঝাৰখণ্ডৰ এজন পুৰুষ আৰু এগৰাকী মহিলা খেলুৱৈয়ে পেৰিছ অলিম্পিক-২০২৪ৰ বাবে ফ্ৰান্সলৈ যাত্ৰা কৰিব ৷ পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব ঝাৰখণ্ডৰ খেলুৱৈ দীপিকা কুমাৰী (আৰ্চাৰী) আৰু বিকাশ সিঙে (ৰেচ ৱাক)।

কৰ্ণাটক : কৰ্ণাটকৰ পৰা ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে কৰ্ণাকৰ পৰা সাতগৰাকী খেলুৱৈ (দুজন পুৰুষ আৰু পাঁচগৰাকী মহিলা)। এম আৰ পূভাম্মা (ৰিলে -মহিলা), অশ্বিনী পোনাপ্পা (বেডমিণ্টন-মহিলা ডাবলছ), অদিতি অশোক (গ’ল্ফ), ধিনিধি দেশিংহু (সাঁতোৰ), শ্ৰীহৰি নাটৰাজ (সাঁতোৰ), অৰ্চনা কামথ (টেবুল টেনিছ), ৰোহন বোপান্না (টেনিছ) ৷

কেৰালা : পেৰিছ অলিম্পিকৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে কেৰালাৰ ৭ জনকৈ। আব্দুলা আবুবাকাৰ (ট্ৰিপল জাম্প), মহম্মদ আনাছ ইয়াহিয়া (ৰিলে -পুৰুষৰ), মহম্মদ আজমল (ৰিলে -পুৰুষৰ), আমোজ জেকব (ৰিলে-পুৰুষৰ), মিজো চাকো কুৰিয়ান (ৰিলে ৰিজাৰ্ভ আৰু মিক্সড ৰিলে ), এইচ এছ প্ৰানয় (বেডমিণ্টন), পি আৰ শ্ৰীজেশ (হকী) ।

মধ্যপ্ৰদেশ : পেৰিছ অলিম্পিক-২০২৪ত মধ্যপ্ৰদেশৰ তিনিজন পুৰুষ খেলুৱৈয়ে স্থান লাভ কৰিছে ৷ ৩ গৰাকী প্ৰতিনিধিৰ ভিতৰত আছে- বিবেক সাগৰ প্ৰসাদ (হকী), সন্দীপ সিং, ঐশ্বৰী প্ৰতাপ সিং টোমাৰ (শ্বুটিং) ।

মহাৰাষ্ট্ৰ : ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে মহাৰাষ্ট্ৰৰ সাতজন পুৰুষ খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে৷ প্ৰবীণ জাধৱ (আৰ্চাৰী), অবিনাশ ছেবল (ষ্টীপলচেজ), সৰ্বেশ কুছাৰে (হাই জাম্প), চিৰাগ ছেত্ৰী (বেডমিণ্টন-পুৰুষৰ ডাবলছ), স্বপ্নিল কুছালে (শ্বুটিং), বিষ্ণু সৰৱনন (পালতোলা) ৷

মণিপুৰ : মণিপুৰৰ মিৰাবাই চানু (ভাৰোত্তোলন) আৰু নীলাকান্ত শৰ্মা (হকী, টিম ৰিজাৰ্ভ) পেৰিছ অলিম্পিকৰ বাবে নিৰ্বাচিত খেলুৱৈ দুগৰাকী । পেৰিছ-2024 হ’ব মীৰাবাঈ চানুৰ তৃতীয় অলিম্পিক ৷

নতুন দিল্লী : পেৰিছ অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰিব নতুন দিল্লীৰ জুডোকা তুলিকা মান আৰু মণিকা বাট্ৰা (টেবুল টেনিছ)ই ।

ওড়িশা : ওড়িশাৰ পৰা কিশোৰ জেনা (জেভলিন থ্ৰ’ ) আৰু অমিত ৰ’গিদাছে (হকী) পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব ।

পাঞ্জাৱ : ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব পাঞ্জাৱৰ ১৮ গৰাকী খেলুৱৈ ৷ অক্ষদীপ সিং (ৰেচ ৱাক), তাজিন্দৰপাল সিং টুৰ (শ্বট পুট ) শুভংকৰ শৰ্মা আৰু গগনজীৎ ভূল্লাৰ (গলফ), জৰ্মানপ্ৰীত সিং, হৰমনপ্ৰীত সিং, শমশ্বেৰ সিং, মনপ্ৰীত সিং, হাৰ্দিক সিং, সুখজীত সিং, মনদ্বীপ সিং, গুৰজন্ত সিং, জুগ্ৰাজ সিং (টিম ৰিজাৰ্ভ), কৃষণ বাহাদুৰ পাঠকে (টিম ৰিজাৰ্ভ) পুৰুষৰ হকী দলত খেলিব ৷ ৰাজেশ্বৰী কুমাৰী , ছিফ্ট কৌৰ সম্ৰা ​, অঞ্জুম মৌদগিল, অৰ্জুন চিমা (শ্বুটিং) ।

ৰাজস্থান : আগন্তুক পেৰিছ অলিম্পিক-২০২৪ত ভাৰতীয় শ্বটগান দলক প্ৰতিনিধিত্ব কৰিব ৰাজস্থানৰ অনন্তজীত সিং নাৰুকা আৰু মহেশ্বৰী চৌহানে ।

ছিকিম : ছিকিমৰ এছ আৰ্চাৰ তৰুনদীপ ৰায়ে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

তামিলনাডু : পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিব তামিলনাডুৰ ১২গৰাকী খেলুৱৈয়ে। জেছৱিন এলড্ৰিন (লং জাম্প ), প্ৰবীল চিথ্ৰাভেল (ট্ৰিপল জাম্প) , সন্তোষ তামিলাৰাছন (ৰীলে- পুৰুষৰ), ৰাজেশ ৰমেশ (ৰীলে -পুৰুষৰ), বিথ্যা ৰামৰাজ (ৰীলে (মহিলা), সুভা ভেংকটেছন (ৰীলে (মহিলা), নেত্ৰা কুমানন (পালতোলা), পৃথ্বীৰাজ টণ্ডাইমান (শ্বুটিং), এলাভেনিল ৱালাৰীভান (শ্বুটিং), শৰথ কমল (টেবুল টেনিছ), সাথিয়ান জি (টেবল টেনিছ-ৰিজাৰ্ভ), এন.শ্ৰীৰাম বালাজী (টেনিছ) ।

তেলেংগানা : পেৰিছ অলিম্পিক-২০২৪ৰ বাবে যোগ্যতা অৰ্জন কৰা তেলেংগানাৰ চাৰিগৰাকী মহিলা খেলুৱৈৰ তালিকাত আছে পি ভি সিন্ধু (বেডমিণ্টন), নিখাত জৰীণ (বক্সিং), এছা সিং (শ্বুটিং), শ্ৰীজা আকুলা (টেবুল টেনিছ) ।

উত্তৰ প্ৰদেশ : পেৰিছ অলিম্পিক-২০২৪ত ভাৰতক প্ৰতিনিধিত্ব কৰিব উত্তৰ প্ৰদেশৰ ছগৰাকী খেলুৱৈৱে । প্ৰিয়ংকা গোস্বামী (ৰেচ ৱাক), পাৰুল চৌধুৰী (ষ্টিপলচেজ), অন্নু ৰাণী (জেভলিন থ্ৰো), প্ৰাচী (ৰিলে ৰিজাৰ্ভ-মহিলা), ৰাজকুমাৰ পাল (হকী), ললিত কুমাৰ উপাধ্যায় (হকী) ।

উত্তৰাখণ্ড : উত্তৰাখণ্ডৰ চাৰিজন খেলুৱৈয়ে পেৰিছ-২০২৪ ত এথলেটিকছ ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰিছিল৷ পৰমজিৎ সিং বিষ্ট (ৰেচ ৱাক), অংকিতা ধ্যানী (মহিলা 500 মিটাৰ দৌৰ), সুৰজ পানৱাৰ (ৰেচ ৱাক মিক্সড মাৰাথন) আৰু লক্ষ্য সেন (বেডমিণ্টন) ৷

পশ্চিমবংগ : ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতীৰ হৈ অংশগ্ৰহণ কৰিব পশ্চিমবংগৰ অংকিতা ভকত (আৰ্চাৰী), অনুষ আগৰৱালা (অশ্বাৰোহী ড্ৰেছেজ), আয়িকা মুখাৰ্জী (টেবুল টেনিছ-ৰিজাৰ্ভ) ৷

উৎস : পি আই বি, ইণ্ডিয়ান অলিম্পিক এছ’চিয়েচন ।

লগতে পঢ়ক : পেৰিছ অলিম্পিক : নিৰাপত্তাৰ দায়িত্ব দুৰ্ধৰ্ষ কে-৯ স্নিফাৰ ডগৰ সৈতে ভাৰতীয় নিৰাপত্তা বাহিনীক

লগতে পঢ়ক : পেৰিছ অলিম্পিক: আৰ্চাৰীৰ ইতিহাস, ভাৰতৰ ট্ৰেক ৰেকৰ্ড আৰু বহুতো...

লগতে পঢ়ক : অলিম্পিকৰ পৰা নিষিদ্ধ হোৱা অলিম্পিক ইতিহাসৰ আটাইতকৈ অদ্ভুত খেলসমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.