ETV Bharat / politics

অসমৰ ১৪ টা সমষ্টিৰ ফলাফলৰ ৰূপৰেখা: শেষ হাঁহি মাৰি কোন কোন দিল্লীলৈ: জানক এটা ক্লিকত... - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 4:05 PM IST

Lok Sabha Elections Results 2024: সমাপ্ত হ’ল 2024 ৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ সমগ্ৰ দেশতে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে যদিও এন ডি এই মেজিক নাম্বাৰ অতিক্ৰম কৰিছে ৷ অসমৰ 14 খন আসনৰ ভিতৰত 11 খন বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ বিপৰীতে 3 খন আসনত জয়ী হৈছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৷

LOK SABHA ELECTION RESULTS 2024 OF ASSAM
অসমৰ ১৪ টা সমষ্টিৰ ফলাফলৰ ৰূপৰেখা : শেষ হাঁহি মাৰি কোন কোন দিল্লীলৈ... (etv bharat assam)

গুৱাহাটী, ৫ জুন : সকলো জল্পনা-কল্পনা আৰু পূৰ্বানুমানৰ অৱসান ঘটাই মঙলবাৰে সম্পন্ন হ'ল ভোটগণনা আৰু ওলাল ফলাফল । অসমৰ ১৪ টা সমষ্টিৰ বিপৰীতে বিজেপি মিত্রজোঁটে ১১ খন আসন আৰু কংগ্ৰেছে ৩ খন আসন লাভ কৰে । বিজেপিয়ে নিজাকৈ ৯ খন আসন লাভ কৰাৰ লগতে মিত্রদল অগপই এখন আৰু ইউ পি পি এলে এখন আসন লাভ কৰে । ইফালে এইবাৰ ধূলিসাৎ হ'ল এ আই ইউ ডি এফ দল । এখন আসনেৰে সংসদীয় ৰাজনীতিত থকা দলটোৱে সেই আসনখনো হেৰুৱালে ।

ধুবুৰীৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলে অভিলেখ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ হাতত পৰাজিত হ'ল । ৰকিবুল হুছেইনে দহ লক্ষাধিক ভোটৰ ব্যৱধানত বদৰুদ্দিন আজমলক পৰাভূত কৰে । উল্লেখ্য যে অসমত ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে’ত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল । অসমৰ ১৪ টা সমষ্টিত ভোটদানৰ হাৰ আছিল ৮১.৫৬ শতাংশ । আনহাতে ১৪ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মুঠ ১৪৩ গৰাকী প্ৰাৰ্থীয়ে ।

অসমৰ ১৪ টা সমষ্টিৰ ফলাফল আছিল এনেধৰণৰ ---

গুৱাহাটী লোকসভা সমষ্টি :

LOK SABHA ELECTION RESULTS 2024 OF ASSAM
বিজুলী কলিতা মেধি (ETV BHARAT ASSAM)

গুৱাহাটী সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধিয়ে লাভ কৰে ৮,৯৪,৮৮৭ টা ভোট । ইয়াৰ বিপৰীতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে ৬,৪৩,৭৯৭ টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে । বিজুলী কলিতা মেধি ২,৫১,০৯০ টা ভোটৰ ব্যৱধানত জয়ী হয় । গুৱাহাটীত ন'টাত ভোট পৰে ২০২৪৯ টা ।

বৰপেটা লোকসভা সমষ্টি :

ফণীভূষণ চৌধুৰী (ETV BHARAT ASSAM)

বৰপেটা সমষ্টিত অগপৰ ফণীভূষণ চৌধুৰীয়ে ৮,৬০,১১৩ টা ভোট লাভ কৰি জয়ী হয় । আনহাতে কংগ্ৰেছৰ দীপ বায়নে লাভ কৰে ৬,৩৭,৭৬২টা ভোট কৰি দ্বিতীয় স্থানত থাকে । ফণীভূষণ চৌধুৰী ২,২২,৩৫১ টা ভোটৰ ব্যৱধানত জয়ী হয় । সমষ্টিটোত চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৯৬,১৩৮ টা আৰু তৃণমূল কংগ্ৰেছৰ আবুল কালাম আজাদে ১৬,৪৩২ টা ভোট লাভ কৰে । সমষ্টিটোত ন'টাত ভোট পৰে ১৭১১৭ টা ভোট ৷

দৰং-ওদালগুৰি লোকসভা সমষ্টি :

দিলীপ শইকীয়া (ETV BHARAT ASSAM)

দৰং-ওদালগুৰি সমষ্টিত বিজেপিৰ দিলীপ শইকীয়াই ৮,৬৮,৩৮৭ টা ভোট লাভ কৰি জয়যুক্ত হয়। আনহাতে কংগ্ৰেছৰ মাধৱ ৰাজবংশীয়ে ৫,৩৯,৩৭৫ টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে। দিলীপ শইকীয়া ৩,২৯,০১২ টা ভোটৰ ব্যৱধানত জয়ী হয় । সেইদৰে সমষ্টিটোত বি পি এফৰ দুৰ্গাদাস বড়োৱে লাভ কৰে ৩,১০,৫৭৪ টা ভোট । আনহাতে ন'টাত ভোট পৰে ২৩২০৪ টা ।

ধুবুৰী লোকসভা সমষ্টি :

Lok Sabha Elections Results 2024
ৰকিবুল হুছেইন (etv bharat assam)

ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনে অভিলেখ সংখ্যক ১৪,৭১,৮৮৫ টা ভোট লাভ কৰি জয়ী হয় । তেওঁ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলক পৰাস্ত কৰে । এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে লাভ কৰে ৪,৫৯,৪০৯ টা ভোট । সেইদৰে অগপৰ জাবেদ ইছলামে ৪,৩৮,৫৯৪টা ভোট লাভ কৰে । ৰকিবুল হুছেইনে ১০,১২,৪৭৬ টা ভোটৰ বৃহৎ ব্যৱধানত জয়ী হয় । সমষ্টিটোত ন'টাত ভোট পৰে ১৫০১৫ টা ।

ডিব্ৰুগড় লোকসভা সমষ্টি :

সৰ্বামন্দ সোণোৱাল (ETV BHARAT ASSAM)

ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালে ৬,৯৩,৭৬২ টা ভোট লাভ কৰে। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক ২,৭৯,৩২১ টা ভোটৰ ব্যৱধানত পৰাভূত কৰে । আনহাতে অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে ৪,১৪,৪৪১ টা ভোট লাভ কৰে। সেইদৰে আম আদমি পাৰ্টীৰ মনোজ ধানোৱাৰে লাভ কৰে ১,৩৭,৮৬৪টা ভোট । ডিব্ৰুগড়ত ৩২২৫৫ টা ভোট ন'টাত পৰে ।

ডিফু লোকসভা সমষ্টি :

অমৰছিং তিছ’ (ETV BHARAT ASSAM)

ডিফু লোকসভা সমষ্টিত বিজেপিৰ অমৰছিং তিছ'ৱে ৩,৩৪,৬২০ টা ভোট লাভ কৰি জয়ী হয়। তেওঁ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী জে আই কাথাৰক ১,৪৭,৬০৩ টা ভোটৰ ব্যৱধানত পৰাভূত কৰে । আনহাতে নিৰ্দলীয় প্ৰাৰ্থী জে আই কাঠাৰে লাভ কৰে ১,৮৭,০১৭টা ভোট । সেইদৰে কংগ্ৰেছৰ জয়ৰাম ইংলেঙে লাভ কৰে ১,২৪,০১৯ টা ভোট । ন'টাত ভোট পৰে ১৬২৫৯ টা ।

যোৰহাট লোকসভা সমষ্টি :

গৌৰৱ গগৈ (ETV BHARAT ASSAM)

যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ৭,৫১,৭৭১ টা ভোট লাভ কৰি জয়ী হয় । তেওঁ জয়ী হোৱা ভোটৰ ব্যৱধান ১,৪৪,৩৯৩ টা । আনহাতে বিজেপিৰ তপন কুমাৰ গগৈয়ে লাভ কৰে ৬,০৭,৩৭৮ টা ভোট । সমষ্টিটোত ন'টাত ভোট পৰে ১৪৫৫৫ টা ।

কৰিমগঞ্জ লোকসভা সমষ্টি :

কৃপানাথ মাল্লা (ETV BHARAT ASSAM)

কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপিৰ কৃপানাথ মাল্লাই ৫,৪৫,০৯৩ টা ভোট লাভ কৰি জয়যুক্ত হয় । আনহাতে কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে ৫,২৬,৭৩৩ টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে । ১৮,৩৬০টা ভোটৰ ব্যৱধানত কৃপানাথ মাল্লা জয়ী হয় । এ আই ইউ ডি এফৰ ছাহাবুল ইছলাম চৌধুৰীয়ে লাভ কৰে ২৯,২০৫টা ভোট। সমষ্টিটোত ২৯৪০ টা ভোট ন'ট‍াত পৰে ।

কাজিৰঙা লোকসভা সমষ্টি :

কামাখ্যা প্ৰসাদ তাছা (ETV BHARAT ASSAM)

কাজিৰঙা লোকসভা সমষ্টিত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছাই ৮,৯৭,০৪৩ টা ভোট লাভ কৰি জয়ী হয়। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰ’জলিনা তিৰ্কীক ২,৪৮,৯৪৭টা ভোটৰ ব্যৱধানত পৰাভূত কৰে । কংগ্ৰেছৰ ৰ’জলিনা তিৰ্কীয়ে লাভ কৰে ৬,৪৮,০৯৬টা ভোট । আনহাতে ন'টাত পৰে ২৪৪৩১ টা ভোট ।

কোকৰাঝাৰ লোকসভা সমষ্টি :

জয়ন্ত বসুমতাৰী (ETV BHARAT ASSAM)

কোকৰাঝাৰ লোকসভা সমষ্টিত ইউ পি পি এলৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ৪,৮৮,৯৯৫ টা ভোট লাভ কৰি জয়ী হয় । তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী বি পি এফৰ খাম্ফা বৰগয়াৰীক ৫১,৫৮৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে । খাম্পা বৰগয়াৰীয়ে লাভ কৰে ৪,৩৭,৪১২ টা ভোট । সেইদৰে কংগ্ৰেছৰ গৰ্জন মুছাহাৰীয়ে লাভ কৰে ১,১৩,৭৩৬ টা ভোট । আনহাতে ন'টাত পৰে ১৩৯১২ টা ভোট ।

লখিমপুৰ লোকসভা সমষ্টি :

প্ৰদান বৰুৱা (ETV BHARAT ASSAM)

লখিমপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰদান বৰুৱাই ৬,৬৩,১২২ টা ভোট লাভ কৰি জয়ী হয় । তেওঁ ২,০১,২৫৭ টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাক পৰাভূত কৰে । উদয় শংকৰ হাজৰিকাই লাভ কৰে ৪,৬১,৮৬৫ টা ভোট । সমষ্টিটোত ন'টাত পৰে ১৬৯২১ টা ভোট ।

নগাঁও লোকসভা সমষ্টি :

প্ৰদ্যুৎ বৰদলৈ (ETV BHARAT ASSAM)

নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে ৭,৮৮,৮৫০ টা ভোট লাভ কৰি জয়যুক্ত হয়। তেওঁ বিজেপিৰ সুৰেশ বৰাক ২,১২,২৩১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে । বিজেপিৰ সুৰেশ বৰাই লাভ কৰে ৫,৭৬,৬১৯ টা ভোট । আনহাতে এ আই ইউ ডি এফৰ আমিনুল ইছলামে লাভ কৰে ১,৩৭,৩৪০ টা ভোট। ন'টাত পৰে ১১৯৯৫ টা ভোট ।

শিলচৰ লোকসভা সমষ্টি :

পৰিমল শুক্লবৈদ্য (ETV BHARAT ASSAM)

শিলচৰ লোকসভা সমষ্টিত মন্ত্রী পৰিমল শুক্লবৈদ্যই ৬,৫২,৪০৫ টা ভোট লাভ কৰি জয়ী হয় । তেওঁ কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰক ২,৬৪,৩১১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে । কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰে লাভ কৰে ৩,৮৮,০৯৪ টা ভোট । তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাসে লাভ কৰে ২০,৪৯৩ টা ভোট । আনহাতে ন'টাত পৰে ১২,৭০০ টা ভোট ।

শোণিতপুৰ লোকসভা সমষ্টি :

ৰঞ্জিত দত্ত (etv bharat assam)

শোণিতপুৰ লোকসভা সমষ্টিত বিজেপিৰ ৰঞ্জিত দত্তই ৭,৭৫,৭৮৮ টা ভোট লাভ কৰি জয়ী হয় । তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰেমলাল গঞ্জুক ৩,৬১,৪০৮ টা ভোটৰ ব্যৱধানত পৰাভূত কৰে । কংগ্ৰেছৰ প্ৰেমলাল গঞ্জুৱে লাভ কৰে ৪,১৪,৩৮০ টা ভোট । আনহাতে আম আদমি পাৰ্টীৰ ঋষিৰাজ কৌণ্ডিন্যই লাভ কৰে ৩৩,০৪৮ টা ভোট। ন'টাত ভোট পৰে ১৮,৭৪৮ টা ।

লগতে পঢ়ক: নিশ্চিত জয়ৰ দিশে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.