ভোলেনাথৰ ভক্তিত লীন হ’ল ছাৰা আলী খান, চাওক ফটো - Sara Ali Khan Mandir pics
![ভোলেনাথৰ ভক্তিত লীন হ’ল ছাৰা আলী খান, চাওক ফটো Sara Ali Khan visits Grishneshwar Jyotirlinga Mandir, See pics](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-01-2024/1200-675-20580450-thumbnail-16x9-saraali.jpg?imwidth=3840)
Sara Ali Khan Pics: শিৱৰ পৰম ভক্ত বলীউডৰ অভিনেত্ৰী ছাৰা আলী খান । শিৱৰ দৰ্শন কৰিবলৈ প্ৰায়ে অভিনেত্ৰীগৰাকীক মন্দিৰলৈ যোৱা দেখা যায় । যেতিয়াই ছুটিৰ বাবে সময় পাই তেতিয়া মন্দিৰ দৰ্শনৰ বাবে ভ্ৰমণলৈ ওলাই যায় ছাৰা আলী খান ৷ এইবাৰ আকৌ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ ঘৃষ্ণেশ্বৰ জ্যোতিৰ্লিংগ মন্দিৰ ভ্ৰমণলৈ গৈছে অভিনেত্ৰীগৰাকী ।
![ETV Bharat Assamese Team author img](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 24, 2024, 11:29 AM IST