মা কামাখ্যা মন্দিৰ দৰ্শন দেৱলীনা ওৰফে গোপী বহুৰ - celebs at Kamakhya Temple
![মা কামাখ্যা মন্দিৰ দৰ্শন দেৱলীনা ওৰফে গোপী বহুৰ মা কামাখ্যা মন্দিৰ দৰ্শন দেৱলীনা ওৰফে গোপী বহুৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-02-2024/1200-675-20681441-thumbnail-16x9-devo.jpg?imwidth=3840)
Devoleena Reached Kamakhya Temple: মা কামাখ্যা দৰ্শন সকলোৰে মৰমৰ 'গোপী বহু' অৰ্থাৎ দেৱলীনা ভট্টাচাৰ্জীৰ ৷ অভিনেত্ৰীগৰাকীয়ে মা কামাখ্যা মন্দিৰৰ দৰ্শন কৰি বহু ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁক মাৰ ভক্তিত বিলীন হোৱা দেখা গৈছে । চাও আহক এই ফটোসমূহ. . .
![ETV Bharat Assamese Team author img](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Feb 6, 2024, 3:47 PM IST