ETV Bharat / health

ডিপ্ৰেছন-হতাশা-উদ্বিগ্নতাৰ পৰা পৰিত্ৰাণ পাবলৈ কৰক এই উপায় - Astro Tips - ASTRO TIPS

Astro Tips: বৰ্তমান সময়ত বহুলোকেই ডিপ্ৰেছন, হতাশা, উদ্বিগ্নতা বা নিগেটিভিটি আদি সমস্যাত ভূগি থকা পৰিলক্ষিত হয় । মানসিক ভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব এই সন্দৰ্ভত জনালে জ্যোতিষী ড৹ পৰশমণি শৰ্মাই ।

Astro tips
জ্যোতিষী ড৹ পৰশমণি শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Features Team

Published : Aug 23, 2024, 7:26 PM IST

Updated : Aug 24, 2024, 12:52 PM IST

ব্যক্তি বিশেষে প্ৰতিগৰাকী লোকৰে স্বভাৱ বেলেগ বেলেগ ধৰণৰ হয় ৷ ঠিক তেনেদৰে সকলো লোকৰে মানসিক অৱস্থাও বা ক্ষমতাও বেলেগ বেলেগ ধৰণৰ হয় ৷ বৰ্তমান সময়ত ভিন্ন কাৰণত প্ৰায় ভাগলোকেই মানসিক দুঃচিন্তা, মানসিক উদ্বেগ আদিকে ধৰি ভিন্ন ধৰণৰ সমস্যাত ভোগা দেখা যায় ৷ যিবোৰ মানুহে প্ৰায়ে ডিপ্ৰেছন, Anxiety , Mood swings বা নিগেটিভিতি সমস্যাত ভুগি আছে তেওঁলোকে কিছুমান কাম কৰি এইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷

জ্যোতিষী ড৹ পৰশমণি শৰ্মা (ETV Bharat Assam)

মানসিক স্বাস্থ্যৰ সৈতে জড়িত ভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব ?

১) প্ৰায়ে ডিপ্ৰেছন, Anxiety, Mood swings বা নিগেটিভিতি আদিৰ সমস্যাত ভুগি থকা বুলি অনুভৱ কৰা লোক সকলে যিকোনো শনিবাৰ এটাত বজাৰৰ পৰা ৪০০ গ্ৰাম ফিটকিৰিৰ টুকুৰা আনি তেওঁৰ শুৱনি কোঠাৰ যি কোনো অংশৰ এটা কোণত যদি ৰাখি দিয়ে তেন্তে এইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷

২) গা-ধোৱা পানীত দৈনিক কৰপূৰ, ফিটকিৰি আৰু নিমখ আৰু অকণমান কফি পাউদাৰ মিহলি কৰি যদি গা ধোৱে তেন্তে ইয়াৰ পৰাও সুফল পাব ৷ এনেদৰে গা-ধোঁৱা পানীত ৪৩ দিনলৈ কৰিব লাগিব ৷

৩) লগতে যিটো কোঠাত থাকে সেই কোঠাত চন্দনৰ ধূপ লগাব পৰিলেও পজিটিভিতি অনুভৱ কৰিব ৷

৫) যেতিয়া যিকোনো কামৰ পৰা ঘৰলৈ আহে বা যিকোনো সময়তে গোলাপ জলৰ লগত গংগাজল মিহলি কৰি সুগন্ধিৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিব পাৰে ৷

৬) লগতে এই সমস্যাত ভুগি থকালোক সকলে লগত এখন ৰঙা ৰুমাল সাহস আৰু আত্মবিশ্বাস বৃদ্ধি হয় ৷

৭) পাৰিলে এই সমস্যাত ভুগি থকা লোকসকলে শোৱাৰ সময়ত দক্ষিণ দিশৰ ফালে মূৰ কৰি শুব পৰিলেও ভাল ৷

লগতে পঢ়ক: চৰ্দি-কাহৰ দৰে সাধাৰণ ৰোগত পৰিণত হৈছে হতাশা আৰু উদ্বেগ : ৩ বছৰত আক্ৰান্তৰ সংখ্যা ৬০% বৃদ্ধি - Depression and Anxiety

Last Updated : Aug 24, 2024, 12:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.