ETV Bharat / health

এনে কি বস্তু আছে যাক খালে টেনচন দূৰ হয় ? আজি জানি লওক - Foods to Relieve Stress

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 2:18 PM IST

Foods to Relieve Stress: ব্যস্ততাৰে ভৰা এই জীৱনত কাৰ জীৱনত টেনচন নাথাকে ! কিন্তু ইয়াক নিয়ন্ত্ৰণত ৰখাটো অতিকৈ প্ৰয়োজনীয় অন্যথা ই লাহে লাহে আমাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে ৷ বৰ্তমান সময়ত বহু ৰোগৰ মূল কাৰণ হৈছে টেনচন ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰণ কৰাৰ ৰামবান উপায় জানি লওক-

Foods that can aid in reducing stress and tension
এনে কি বস্তু আছে যাক খালে টেনচন দূৰ হয় ? আজি জানি লওক (Getty Images)

আজিৰ দিনত মানসিক চাপ কাৰ নাথাকে! কাৰ্যালয়, ঘৰৰ দায়িত্ব, সন্তানৰ দায়িত্ব ইত্যাদিৰ ফলত প্ৰায়েই আমাৰ টেনচন বা মানসিক চাপ বৃদ্ধি পায় কিন্তু ইয়াক দূৰ কৰাৰ কোনো উপায় নাই নেকি ? এই প্ৰতিবেদনটি আপুনি যাৰ বাবে পঢ়িবৰ বাবে আহিছে সেয়া সঁচাকৈয়ে সম্ভৱ নেকি ? সঁচাকৈয়ে খাদ্যৰ দ্বাৰা আমি আমাৰ মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰো নেকি ? আজি আমি এই প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ চেষ্টা কৰিম-

এক গৱেষণা অনুসৰি, খাদ্যই আমাৰ মনৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ৷ কিছুমান এনে খাদ্য আছে যাক খালে আমি আমাৰ টেনচন নিয়ন্ত্ৰণ কৰিব পাৰো এই খাদ্যসমূহ নো কি জানি লওক-

দৈ

Foods that can aid in reducing stress and tension
দৈ (FREEPIK)

এন চি বি আইত প্ৰকাশিত এক অধ্যয়ন অনুসৰি মানসিক চাপ কমোৱাত দৈ অতি ফলপ্ৰসূ । দৰাচলতে দৈত থকা প্ৰ’বায়’টিকবোৰ অন্ত্ৰৰ বাবে উপকাৰী, যিয়ে মানসিক চাপ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াৰ উপৰিও দৈত থকা কেলচিয়ামেও মানসিক চাপ কমোৱাত সহায় কৰে ।

ডাৰ্ক চকলেট

ডাৰ্ক চকলেট (Getty Images)

অলপ ডাৰ্ক চকলেটে মানসিক চাপৰ সময়ত মেজাজ উন্নত কৰাত সহায় কৰে । দৰাচলতে ইয়াত থকা ক’ক’ই এণ্ড’ৰ্ফিন নামৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰাত সহায় কৰে, যাৰ ফলত মনটো শান্ত আৰু সুখী অনুভৱ হয় ।

বাদাম আৰু বীজ

বাদাম আৰু বীজ (Getty Images)

বাদাম আৰু বীজ যেনে আলমণ্ড, আখৰোট, কাজু আৰু সূৰ্যমুখী বীজত প্ৰচুৰ পৰিমাণে ভিটামিন ই, মেগনেছিয়াম আৰু ওমেগা-৩ ফেটি এচিড থাকে । এই পুষ্টিকৰ উপাদানসমূহে মানসিক চাপ কম কৰাৰ লগতে মনক শান্ত কৰি ৰখাত সহায় কৰে ।

কল

কল (Getty Images)

কল পটাছিয়ামৰ এক উৎকৃষ্ট উৎস । পটাছিয়ামে শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে, যাৰ ফলত মানসিক চাপ কম হয় । ইয়াৰ উপৰিও কলত থকা ভিটামিন বি ৬ য়েও মানসিক চাপ কমোৱাত সহায় কৰে ।

জামু

জামু (Getty Images)

জামুত এন্টিঅক্সিডেন্ট থাকে যিয়ে কোষৰ ক্ষতি হোৱাত বাধা দিয়ে আৰু মানসিক চাপ বৃদ্ধি হোৱাত বাধা দিয়ে । এনে পৰিস্থিতিত যদি আপুনি টেনচনত থাকে তেন্তে ১০-১২টা জামু খাই আপোনাৰ টেনচন নিয়ন্ত্ৰণ কৰিব পাৰে ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: মানসিক চাপৰ পৰা সকাহ পাবলৈ এমাহৰ বাবে সংগী কৰি লওক এইসমূহ অভ্যাসক; নিজেই দেখিব ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.