ETV Bharat / health

আপোনাৰ জীৱনৰ লাকী নম্বৰটো কি জানেনে ? আপোনাৰ জন্মৰ তাৰিখতে লুকাই আছে এই ৰহস্য - Lucky Number

author img

By ETV Bharat Features Team

Published : Jul 2, 2024, 1:39 PM IST

Lucky Number Calculator: আপোনাৰ লাকী নম্বৰৰ বিষয়ে আপুনি জ্ঞাত নে ? আপোনাৰ জন্মৰ তাৰিখতে লুকাই আছে এই ৰহস্য ৷ যদি আপুনি আপোনাৰ লাকী নম্বৰৰ বিষয়ে এবাৰ জানি লয় তেন্তে জীৱনত সফলতা লাভ কৰাৰ ক্ষেত্ৰত আপোনাক কোনেও ৰখাব নোৱাৰে ৷ সেয়ে আজি আমি এই সন্দৰ্ভত জ্যোতিষ আচাৰ্য ৰাহুল দেৰ পৰা বিতংভাৱে জানিবলৈ চেষ্টা কৰিম ৷

LUCKY NUMBER
আপোনাৰ জীৱনৰ লাকী নম্বৰটো কি জানেনে ? আপোনাৰ জন্মৰ তাৰিখতে লুকাই আছে এই ৰহস্য (FREEPIK)

কোনটো নম্বৰ আমাৰ বাবে শুভ হয় সেয়া আমি সকলোৱে জানিব বিচাৰো ৷ কোন নম্বৰত লুকাই আমাৰ জীৱনৰ সাফল্যৰ চাবিকাঠি সেয়া জনাটো আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ প্ৰায়ে দেখা যায় যে মানুহে যিকোনো কাম কৰাৰ পূৰ্বে শুভ বা ভাগ্যৱান সংখ্যাটো জানিব বিচাৰে ৷ সেয়ে আজি আমি এই সন্দৰ্ভত জ্যোতিষী ৰাহুল দেৰ পৰা বিতংভাৱে জানিবলৈ চেষ্টা কৰিম তথা লাকী নম্বৰ অনুসৰি আপোনাৰ শুভ ৰং কি তথা আপুনি কাৰ উপাসন কৰিলে শুভফল পাব সেই বিষয়ে জানো আহক -

জীৱনত সফলতা কঢ়িয়াই আনিব পৰা ভাগ্যৰ সংখ্যা জনাটো জৰুৰী ৷ জ্যোতিষীয়ে কয় যে, মাত্ৰ এটা সংখ্যাই আপোনাৰ জীৱন সলনি কৰিব পাৰে আৰু সেই সংখ্যাটো আমি আমাৰ জন্মৰ তাৰিখ অনুযায়ী জানিব পাৰো ৷ তেন্তে আহক জন্মৰ তাৰিখ অনুসৰি আপোনাৰ জীৱনৰ শুভ সংখ্যাটো কি হ'ব পাৰে জানি লওক-

লাকী নম্বৰ ১: যিসকলৰ জন্মৰ তাৰিখ ১, ১০, ১৯, ২৮ তেওঁলোকৰ লাকী নম্বৰ ১। ১ৰ লগতে ১০, ১৯, ২৮ ৰ যোগফলো ১ হয় ৷ সূৰ্য এই ভাগ্যবান সংখ্যা ১ৰ অধিপতি গতিকে এই তাৰিখসমূহত জন্মগ্ৰহণ কৰাসকলে সূৰ্যক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰক আৰু প্ৰতিদিনে সূৰ্যক প্ৰণাম কৰক ৷ এনে কৰিলে আপুনি বিচাৰি পাব জীৱনত সফলতাৰ চাবিকাঠি ৷ এই তাৰিখসমূহত জন্ম হোৱা লোকে ৰঙা বা কমলা ৰঙৰ কাপোৰ পিন্ধিব পাৰে যি তেওঁলোকৰ বাবে অতিকৈ শুভ ৷

লাকী নম্বৰ ২: যিসকলৰ জন্মৰ তাৰিখ ২, ১১, ২০, ২৯ হয় তেওঁলোকৰ লাকী নম্বৰ হৈছে ২ ৷ এই লাকী নম্বৰৰ অধিপতি হৈছে চন্দ্ৰ ৷ সেয়ে এই তাৰিখত জন্মলাভ কৰাসকলে চন্দ্ৰৰ সন্তুষ্ট কৰা উচিত বা উপাসনা কৰা উচিত ৷ এই তাৰিখসমূহত জন্ম হোৱা লোকৰ শুভ ৰং হৈছে বগা ৷ সেয়ে এই ৰঙৰ পোচাক পৰিধান কৰাটো এনে লোকৰ বাবে শুভ হয় ৷

লাকী নম্বৰ ৩: যিসকল লোকৰ জন্মৰ তাৰিখ ৩, ১২, ২১, ৩০ তেওঁলোকৰ লাকী নম্বৰ হৈছে ৩ ৷ এওঁলোকৰ অধিপতি হৈছে গ্ৰহৰ গুৰু বৃহস্পতি ৷ যাৰ বাবে এই তাৰিখত জন্মগ্ৰহণ কৰাসকলে বৃহস্পতিক সন্তুষ্ট কৰি ৰখা উচিত বা উপাসনা কৰা উচিত ৷ এই তাৰিখত জন্মগ্ৰহণ কৰাসকলৰ শুভ ৰং হৈছে হালধীয়া ৷

লাকী নম্বৰ ৪: যিসকল লোকৰ জন্মৰ তাৰিখ ৪, ১৩, ২২, ৩১ তেওঁলোকৰ লাকী নম্বৰ হৈছে ৪ ৷ এওঁলোকৰ অধিপতি হৈছে ৰাহু ৷ যাৰ বাবে এই তাৰিখত জন্মগ্ৰহণ কৰাসকলে ৰাহুক সন্তুষ্ট কৰি ৰখা উচিত বা উপাসনা কৰা উচিত ৷ এই তাৰিখত জন্মগ্ৰহণ কৰাসকলৰ শুভ ৰং হৈছে মাটিয়া ৰং বা ধোঁৱা বৰণীয়া ৷

লাকী নম্বৰ ৫: যিসকল লোকৰ জন্মৰ তাৰিখ ৫, ১৪, ২৩ তেওঁলোকৰ লাকী নম্বৰ হৈছে ৫ ৷ এওঁলোকৰ অধিপতি হৈছে গ্ৰহৰ ৰাজকুমাৰ বুধ ৷ যাৰ বাবে এই তাৰিখত জন্মগ্ৰহণ কৰাসকলে বুধক সন্তুষ্ট কৰি ৰখা উচিত বা উপাসনা কৰা উচিত ৷ সেয়ে এই তাৰিখত জন্মগ্ৰহণ কৰাসকলে কোনো শুভ কাম-কাজ কৰাৰ সময়ত সেউজীয়া ৰঙৰ পোচাক পৰিধান কৰা উচিত আৰু সেউজীয়া ৰঙৰ উপহাৰ দিয়া উচিত ৷

লাকী নম্বৰ ৬: ৬, ১৫, ২৪ তাৰিখত জন্ম লোৱা লোকৰ লাকী নম্বৰ হৈছে ৬ এওঁলোকৰ অধিপতি হৈছে শুক্ৰ ৷ যাৰ বাবে এই তাৰিখত জন্মগ্ৰহণ কৰাসকলে শুক্ৰক সন্তুষ্ট ৰখা উচিত বা উপাসনা কৰা উচিত ৷ এই তাৰিখত জন্মগ্ৰহণ কৰাসকলৰ শুভ ৰং হৈছে বগা ৷

লাকী নম্বৰ ৭: ৭, ১৬, ২৫ তাৰিখত জন্ম লোৱা লোকৰ লাকী নম্বৰ হৈছে ৭ আৰু এওঁলোকৰ অধিপতি হৈছে কেতু ৷ আপোনাৰ জীৱনত যাতে কেতুৰ প্ৰভাৱ হ্ৰাস নহয় তাৰ প্ৰতি চকু দিয়াৰ প্ৰয়োজন ৷ এই তাৰিখত জন্ম লোৱাসকলৰ শুভ ৰং হৈছে মাটিয়া ৷

লাকী নম্বৰ ৮: ৮, ১৭, ২৬ তাৰিখত জন্ম লোৱা লোকৰ লাকী নম্বৰ হৈছে ৮ ৷ এওঁলোকৰ অধিপতি হৈছে শনি ৷ লগতে এই তাৰিখত জন্মগ্ৰহণ কৰাসকলৰ শুভ ৰং হৈছে নীলা ৷

লাকী নম্বৰ ৯: ৯, ১৮, ২৭ তাৰিখত জন্ম লোৱা লোকৰ লাকী নম্বৰ হৈছে ৯ ৷ এওঁলোকৰ অধিপতি হৈছে মংগল ৷ এই তাৰিখত জন্ম লোৱাসকলৰ শুভ ৰং হৈছে ৰঙা ৷

লগতে পঢ়ক: খুবেই খঙাল হয় এই ৩ ৰাশিৰ জাতক-জাতিকা : ভুলতেও জোকাই নল’ব - Most Angry Zodiac Sign

লগতে পঢ়ক: আহাৰ পূৰ্ণিমা তিথিত সৌভাগ্যৰ দুৱাৰ খোল খাব এই ৩টা ৰাশিৰ জাতক-জাতিকাৰ - Ashada Purnima

লগতে পঢ়ক: জুলাই মাহত ভাগ্য উদয় হ'ব এই ৪ ৰাশিৰ; বেয়া ফল ভোগ কৰিব ৩ ৰাশিৰ জাতক-জাতিকাই - Horoscope For July

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.