ETV Bharat / health

নিতৌ এনেদৰে পান কৰক আমলখিৰ ৰস...আৰু পাওক এই উপকাৰিতা - Amla Juice - AMLA JUICE

Amla Juice: আমাৰ মাজৰ বহুতেই নাজানে যে প্ৰতিদিনে আমলখিৰ ৰস খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেয়ে আজি বিশেষজ্ঞৰ পৰা জানো আহক আমলখিৰ ৰস খোৱাৰ আচৰিত উপকাৰিতা-

amazing health benefits of drinking amla juice
নিতৌ এনেদৰে পান কৰক আমলখিৰ ৰস...আৰু পাওক এই উপকাৰিতা (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Sep 23, 2024, 5:34 PM IST

আয়ুৰ্বেদৰ মতে আমলখিৰ ৰসত পোৱা সকলো উপাদানে আপোনাৰ স্বাস্থ্যক শক্তিশালী কৰিব পাৰে ৷ যদি আপুনি নিজকে সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে প্ৰতিদিনে আমলখিৰ ৰস খাবলৈ আৰম্ভ কৰক ৷ ডায়েবেটিছ ৰোগীৰ বাবে আমলখিৰ ৰস খুবেই উপকাৰী ৷ সেয়ে আজি পলম নকৰি জানো আহক আমলখিৰ ৰস খোৱাৰ কিছুমান আচৰিত উপকাৰিতা ৷

কেনেকৈ সেৱন কৰিব লাগে ?

বিশেষজ্ঞৰ মতে, মধুমেহ ৰোগৰ দৰে চাইলেন্টে কিলাৰ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ হালধি আৰু মৌ মিহলি কৰি আমলখিৰ ৰস খাব পাৰি ৷ এইদৰে আমলখিৰ ৰস খালে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি ৷ কেৱল এয়াই নহয়, আমলখিৰ ৰস আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে, অৰ্থাৎ এই প্ৰাকৃতিক পানীয় নিয়মিতভাৱে সেৱন কৰিলে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা কম কৰিব পাৰি ৷

ডায়েবেটিছ নিয়ন্ত্ৰণত উপকাৰী

ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ উপৰিও আমলখিৰ ৰসে আপোনাৰ স্বাস্থ্যৰ ওপৰত বহুতো ইতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ আমলখিৰ ৰস খোৱাটো বাঞ্ছনীয় ৷ ইয়াৰ উপৰিও আমলখিৰ ৰস খালে আন্ত্ৰিক স্বাস্থ্যৰ বহু পৰিমাণে উন্নতি সাধন কৰিব পাৰি ৷ হাঁপানীৰ চিকিৎসাৰ বাবেও আমলখিৰ ৰস সেৱন কৰিব পাৰে ৷

ছাল-চুলিৰ স্বাস্থ্যৰ বাবে

আপোনাৰ স্বাস্থ্যৰ লগতে আমলখিৰ ৰসত পোৱা সকলো উপাদান আপোনাৰ ছাল আৰু চুলিৰ বাবেও অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ গতিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পিচত আপুনিও ভিটামিন চি, এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-বেক্টেৰিয়েল গুণযুক্ত আমলখিৰ ৰস খাবলৈ আৰম্ভ কৰিব লাগে ৷

লগতে পঢ়ক: Gooseberry Juice Benefits: প্ৰতিদিনে পুৱা খালী পেটত পান কৰক আমলখিৰ ৰস, স্বাস্থ্যৰ পক্ষে এক নহয় অনেক উপকাৰিতা পাওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.