ETV Bharat / entertainment

পেৰিছ অলিম্পিকৰ পুৰুষ হকীত ভাৰতলৈ ব্ৰঞ্জ পদক : উল্লাসিত চলচ্চিত্ৰ জগত - Bollywood Stars on Mens Hocky

author img

By ETV Bharat Entertainment Team

Published : Aug 9, 2024, 12:08 PM IST

Paris Olympics 2024: ভাৰতীয় পুৰুষ হকী দলটোৱে বৃহস্পতিবাৰে পেৰিছ অলিম্পিকত স্পেইনক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিচত ইতিহাসৰ সৃষ্টি কৰে । সামান্থা ৰুথ প্ৰভু, দীপিকা পাডুকন, কৰীণা কাপুৰ খান সকলোৱে হৰমনপ্ৰীত সিং নেতৃত্বাধীন দলটোক জয়ৰ পাচত শুভকামনা জ্ঞাপন কৰে ।

Bollywood Stars Celebrate India's Bronze Medal in Men's Hockey at Paris Olympics 2024
উল্লাসিত চলচ্চিত্ৰ জগত (ANI)

চিটাৰা ডেস্ক, 9 আগষ্ট : 2024 চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতৰ পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগে লগে বলীউডৰ চেলেব্ৰিটীসকলে অভিনন্দন জ্ঞাপন কৰে । কৰীণা কাপুৰ খান, দীপিকা পাডুকন, ৰণবীৰ সিং, সিদ্ধাৰ্থ মালহোত্ৰা, সামান্থা ৰুথ প্ৰভুকে ধৰি বহু চেলেব্ৰিটীয়ে দলটোৰ প্ৰদৰ্শনক প্ৰশংসা কৰি ছ’চিয়েল মিডিয়াত এই ঐতিহাসিক সাফল্যক উদযাপন কৰে ।

Bollywood Stars Celebrate India's Bronze Medal in Men's Hockey at Paris Olympics 2024
তাৰকাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Instagram story)

দীপিকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ভাৰতীয় পুৰুষ হকী দলৰ এখন ফটো পোষ্ট কৰে । ফটোখনত দেখা গৈছে যে চলি থকা প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক লাভ কৰি খেলপথাৰত খেলুৱৈসকলে উদযাপন কৰে । কৰীণা কাপুৰ খানে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত দলটোক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে । "এবছলিউটলি ব্রিলিয়েন্ট" বুলি লিখে তেওঁ পোষ্টটোত ৷ শিল্পা শ্বেট্টীয়েও নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত অভিনন্দন বাৰ্তা শ্বেয়াৰ কৰি দলটোৰ এই কৃতিত্বৰ বাবে গৌৰৱ প্ৰকাশ কৰে ।

লগতে পঢ়ক : বিনেশ ফোগাটক সান্ত্বনা সাংসদ কংগনাৰ : নয়নতৰাই ক’লে আপুনি… - Kangana Nayanthara Paris Olympics

ৰণবীৰ সিঙে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত দুটা ষ্ট’ৰী শ্বেয়াৰ কৰে । এটা পোষ্টত তেওঁ লিখিছে: "কাম অন বেক টু বেক ।" আনটো ষ্ট’ৰী শ্ৰীজেশৰ নামত উৎসৰ্গা কৰে, যিয়ে নিজৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে সকলোৰে হৃদয় জিনে । তেওঁক প্ৰশংসা কৰি সিঙে লিখিছে, "অল হেইল ৷ থেংক ইউ ফৰ এভৰিথিং চেম্প ৷" ছিম্বা অভিনেতাগৰাকীয়ে তেওঁক ‘‘THE GREAT WALL OF INDIAN HOCKEY’’ বুলি অভিহিত কৰে ।

সিদ্ধাৰ্থ মালহোত্ৰাইও ভাৰতীয় পুৰুষ হকী দলটোক সামাজিক মাধ্যমত অভিনন্দন জনায় । দলটোৰ এখন ফটোৰ লগত তেওঁ লিখিছে, "কি মেচ । প্ৰাপ্য জয়ৰ বাবে অভিনন্দন ।" মালহোত্ৰাইয়ো পি আৰ শ্ৰীজেশক প্ৰশংসা কৰে । ইনষ্টাগ্ৰামত সামান্থাই এখন ফটো শ্বেয়াৰ কৰি জয় উদযাপন কৰি লিখিছে, ‘‘দিনটোৰ ফটো’’ । অভিনেতা বিকী কৌশলে লিখিছে, "বয়জ ৰিপিটিং এপিকনেছ ।"

ইভছ ডু মেনোয়াৰ ষ্টেডিয়ামত অধিনায়ক হৰমনপ্ৰীত সিং আৰু পি আৰ শ্ৰীজেশৰ উল্লেখনীয় প্ৰদৰ্শনৰ ফলত ভাৰতে পেৰিছ অলিম্পিকত স্পেইনক 2-1 গলত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰে । প্ৰথম কোৱাৰ্টাৰৰ পিচত 0-1 গলত পিছ পৰি থকাৰ পাচত পেৰিছ অলিম্পিকৰ ৰোমাঞ্চকৰ পৰিৱেশৰ মাজতে ভাৰতীয় দলটোৱে নিজৰ সংগ্ৰহত চতুৰ্থটো পদক সংযোজন কৰে ।

লগতে পঢ়ক : অযোগ্য বিবেচিত হোৱাৰ পিচত মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা বিনেশৰ: ছ’চিয়েল মিডিয়া কঁপাইছে বলীউড তাৰকাই - Celebs on Vinesh Phogat retirement

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.