ETV Bharat / bharat

ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? - Weekly Horoscope

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 3:03 PM IST

Weekly Horoscope: ৰাশিফল অনুসৰি এই চলিত সপ্তাহতো প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰীয়ে ।

Weekly horoscope
ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? (ETV Bharat)

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহটোত আয়ৰ ক্ষেত্ৰত খুব ভাল ৷ লগতে শিক্ষা প্ৰেম, বৈবাহিক জীৱনত ভাল ফল লাভ কৰিব ৷ কিন্তু শত্ৰুয়ে বাধা সৃষ্টি কৰিব পাৰে ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ উপাৰ্জন তথা আয়ৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ৷ প্ৰেমৰ পৰা আৰম্ভ কৰি সকলো সম্পর্কৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত সফলতাৰ ক্ষেত্ৰত বাধা আহিব পাৰে ৷ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল যদিও যিসকলে উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ সকলো ক্ষেত্ৰতে এই সপ্তাহটো ভাল ৷ আয় বৃদ্ধি ৷ কৰ্ম সংক্ৰান্তত ভ্ৰমণ হ'ব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত বাধা আহিব পাৰে ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহটো কৰ্মক্ষেত্ৰত নতুন যোগাযোগ আহিব পাৰে ৷ আয় বৃদ্ধি হ'ব ৷ প্ৰেমৰ ক্ষেত্ৰত বাধা আহিব পাৰে ৷ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ভাল ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ চলিত সপ্তাহত উপাৰ্জনৰ ক্ষেত্ৰত খুব ভাল ফলাফল লাভ কৰিব ৷ সম্পত্তি, গাড়ী-বাহন আদি ক্ৰয় কৰিব পাৰে ৷ প্ৰেম, বৈবাহিক জীৱনত ভাল ফল লাভ কৰিব ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ কৰ্মস্থানত ভাল ফলাফল লাভ কৰিব ৷ পঢ়া শুনাৰ ক্ষেত্ৰতো ভাল ৷ প্ৰেম, বৈবাহিক জীৱনত সুখ লাভ কৰিব ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহটোত ভাগ্য উদয় হ'ব ৷ প্ৰেম, বৈবাহিক সম্পর্কৰ দ্বাৰা কোনো বিত্তীয় লাভালাভ হ'ব পাৰে ৷ শিক্ষা, কৰ্ম, ব্যৱসায় আদিত ভাল ফল লাভ কৰিব ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত শত্ৰুৱে বাধাৰ সৃষ্টি কৰিব পাৰে ৷ প্ৰেম, বৈবাহিক জীৱনত সুখ লাভ কৰিব ৷ নতুন প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতিক-জাতিকাসকলৰ ক্ষেত্ৰত চলিত সপ্তাহ সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ প্ৰেম, শিক্ষা, ব্যৱসায়, আয় আদিৰ ক্ষেত্ৰত এই সপ্তাহত ভাল ফলাফল লাভ কৰিব ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলে সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ শিক্ষাৰ্থীসকলেও এই সপ্তাহত ভাল ফলাফল লাভ কৰিব ৷ বৈবাহিক আৰু প্ৰেমৰ ক্ষেত্ৰতো ভাল ফলাফল লাভ কৰিব ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব ৷ বৈবাহিক আৰু প্ৰেমৰ ক্ষেত্ৰতো ভাল ফলাফল লাভ কৰিব ৷ শিক্ষাৰ্থীসকলে ভাল ফলাফল পাব ৷ কৰ্মৰ ক্ষেত্ৰত ভ্ৰমণ হ'ব পাৰে ৷

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহত প্ৰেম, কৰ্ম, ব্যৱসায়, শিক্ষা আদিৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব ৷ স্বাস্থ্যৰ যত্ন ল'ব লাগিব ৷ কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে চিন্তা-চৰ্চা কৰি ল’ব ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ ব্যৱসায়ত উন্নতি...শিক্ষাৰ্থীসকলে লাভ কৰিব পৰিশ্ৰমৰ ফল...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.