ETV Bharat / bharat

ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? - Weekly Horoscope

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 6:55 PM IST

Weekly Horoscope For 28th July to 3rd August: ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ ক্ষেত্ৰত কেনে ফলাফল লাভ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰীয়ে ৷

Weekly Horoscope
ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? (ETV Bharat)

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহটোত সকলো ক্ষেত্ৰতে ধনাত্মক ফলাফল আহিব ৷ শিক্ষাৰ্থীসকলে কষ্ট কৰিব লাগিব ৷ সম্পর্কৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব ৷ অন্যান্য দিশ যেনে স্বাস্থ্য, কৰ্ম আদিৰ পৰা আৰম্ভ কৰি সকলোতে ভাল ফল লাভ কৰিব ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহতো শিক্ষাৰ্থীসকলে কষ্ট কৰিব লাগিব ৷ নতুন ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহতো খুবেই ভাল ৷ প্ৰেম আৰু বৈবাহিক সম্পৰ্ক দুয়োটাৰে ক্ষেত্ৰত ভাল ফল লাভ কৰিব ৷ বাকী অন্যান্য ক্ষেত্ৰসমূহতো ভাল ফলাফল লাভ কৰিব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে খুব ভাল ফল লাভ কৰিব ৷ নতুন চাকৰি বিচাৰি থকা বা যিসকলে কৰ্মস্থান সলনি কৰিব বিচাৰি আছে তেওঁলোকৰ বাবে খুব ভাল ৷ প্রেমৰ লগতে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সপ্তাহতো অতিকৈ কষ্ট কৰিব লাগিব ৷ বিশেষকৈ শিক্ষাৰ্থী বা কৰ্মৰ ক্ষেত্ৰত কষ্ট কৰিব লাগিব ৷ সম্পৰ্কবোৰ ভালে থাকিব ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে চলিত সপ্তাহতো খুবেই ভাল ৷ নতুন ব্যৱসায়ৰ যোগাযোগ আহিব পাৰে ৷ চাকৰিৰ ক্ষেত্ৰতো নতুন যোগাযোগ আহিব পাৰে ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহটোত সম্পৰ্কৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব ৷ স্বাস্থ্যৰো যত্ন ল’ব লাগিব ৷ ব্যৱসায়ী, উপাৰ্জন, শিক্ষা আদিত ভাল ফল লাভ কৰিব ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে চলিত সপ্তাহতো খুবেই ভাল ৷ সম্পৰ্কৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব ৷ ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো খুবেই ভাল ৷ স্বাস্থ্যৰ লগতে সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হোৱাৰ লগতে যত্ন ল'ব লাগিব ৷ শিক্ষাৰ্থীসকলৰ বাবেও এই সপ্তাহতো ভাল ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে এই সপ্তাহটোত খুব ভাল ফলাফল লাভ কৰিব ৷ ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো ভালেই যাব ৷ সম্পৰ্কবোৰ ভালেই থাকিব ৷ অবিবাহিতসকলৰ বাবে বিবাহৰ কোনো যোগাযোগ আহিব পাৰে ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতিক-জাতিকাসকলৰ ক্ষেত্ৰত চলিত সপ্তাহ সকলো ক্ষেত্ৰতে ভাগ্যদয় হ'ব ৷ প্ৰেম , শিক্ষা, ব্যৱসায়, আয় আদিৰ ক্ষেত্ৰত এই সপ্তাহত ভাল ফলাফল লাভ কৰিব ৷ লগতে শিক্ষা, কৰ্ম, ব্যৱসায়, উপাৰ্জন আদিত ভাল ফল লাভ কৰিব ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহটো ভালেই যাব ৷ শিক্ষাৰ্থীসকলে এই সপ্তাহটোত খুব ভাল ফলাফল লাভ কৰিব ৷ সম্পর্কৰ ক্ষেত্ৰতো ঠিকেই থাকিব ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ ভিতৰত শিক্ষাৰ্থীসকলৰ শিক্ষামূলক ভ্ৰমণ হ'ব পাৰে ৷ চলিত সপ্তাহতো সকলো ক্ষেত্ৰতে যেনে প্ৰেম, কৰ্ম, ব্যৱসায়, উপাৰ্জন আদিত ভাল ফল লাভ কৰিব ৷

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহটোত স্বাস্থ্যৰ যতন ল'ব লাগিব ৷ প্ৰেম বা বৈবাহিক সম্পৰ্ক থাকিয়েই থাকিব ৷কৰ্ম আৰু আয়ৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.