ETV Bharat / bharat

এই সপ্তাহত প্ৰেম-ভাগ্য দুয়োটাই থাকিব কেবাটাও ৰাশিৰ পক্ষত...প্ৰশংসাৰ পাত্ৰ হ’ব জাতক-জাতিকাসকল...কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

author img

By ETV Bharat Features Team

Published : Aug 4, 2024, 12:56 AM IST

Weekly Horoscope For 4th August to 10th August : এই সপ্তাহত ধনু ৰাশিৰ লোকসকলে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন লওক ৷ এলাহ ত্যাগ কৰিলেহে সুফল পাব এই ৰাশিৰ জাতক-জাতিকাই ৷ প্ৰেমিক যুগলৰ বাবে কেনে যাব এই সপ্তাহটো ? এই সকলোবোৰ জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷

Weekly Horoscope For 4th to 10th August 2024
সপ্তাহটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: সপ্তাহটো মেষ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে মিশ্ৰিত হ’ব ৷ সাপ্তাহিক কামবোৰ সময়মতে সম্পন্ন হ’ব ৷ চাকৰি আৰু ব্যৱসায়ত আশানুৰূপ সাফল্য লাভ কৰিব, সপ্তাহৰ মাজভাগত কিছু ইতিবাচক খবৰ আহিব পাৰে ৷ এই সময়ছোৱাত চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত জ্যেষ্ঠ আৰু কনিষ্ঠ উভয় সহকৰ্মীৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ যদি ব্যৱসায় কৰে, তেন্তে এই সময়ছোৱাত আপুনি নিজৰ আৰ্থিক স্থিতিৰ প্ৰতি সতৰ্ক হওক আৰু যিকোনো আঁচনি বা ব্যৱসায়ত ভাবি-চিন্তি বিনিয়োগ কৰক ৷ প্ৰত্যাহ্বানবোৰ চাকৰি, ব্যৱসায় বা পৰিয়াল যাৰ সৈতে সম্পৰ্কিত নহওক ৷ জীৱন সংগীয়ে সেইবোৰ সমাধান কৰাত আপোনাক সহায় কৰিব ৷ এই সপ্তাহত নিজৰ প্ৰেম সম্পৰ্কক গুৰুত্বসহকাৰে লওক আৰু আপোনাৰ সংগীৰ নিৰুপায় অৱস্থা বুজিবলৈ চেষ্টা কৰক ৷

বৃষ ৰাশি: এই সপ্তাহটো বৃষ ৰাশিৰ লোকসকলৰ বাবে অতি শুভ হ’ব ৷ সপ্তাহটোৰ আৰম্ভণি ঘৰতে শুভ কাৰ্যৰে হ’ব, যাৰ বাবে আত্মীয়-স্বজনৰ পৰা সহায় লাভ কৰিব ৷ স্বাস্থ্য গতানুগতিক হৈ থাকিব আৰু নতুন উদ্যমেৰে আগবাঢ়ি যোৱা দেখা যাব ৷ এই সময়ছোৱাত কোনো তীৰ্থস্থানলৈও যাব পাৰে ৷ সপ্তাহৰ আৰম্ভণিতে নিজৰ সুখ-সুবিধাৰ বাবে ধন ব্যয় কৰিব ৷ যদি আপুনি দীৰ্ঘদিন ধৰি মাটি, ঘৰ বা বাহন কিনাৰ কথা চিন্তা কৰি আছে, তেন্তে এই সপ্তাহতে সপোন পূৰণ হ’ব পাৰে ৷ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো বাবে সৌভাগ্যপূৰ্ণ হ’ব ৷ ৰোমান্টিক সংগীৰ সৈতে গভীৰ সংযোগ অনুভৱ কৰিব আৰু তেওঁৰ সৈতে আনন্দদায়ক সময় কটাবলৈ অধিক সুযোগ পাব ৷ বৈবাহিক জীৱন সুখময় হ'ব ৷ সকলো প্ৰয়াসৰ ফলত সপ্তাহটোৰ শেষৰ ফালে আনতকৈ ভাল প্ৰদৰ্শন কৰিব আৰু উৰ্ধতন বিষয়াসকলে প্ৰশংসা কৰিব ৷

মিথুন ৰাশি: এই সপ্তাহটোৱে মিথুন ৰাশিৰ লোকসকলৰ জীৱনৰ সকলো অসুবিধাৰ সমাধান কৰিব ৷ বিশেষ কথাটো হ'ল যে, ঘৰৰ তথা বাহিৰৰ সকলোৰে সম্পূৰ্ণ সহযোগিতা লাভ কৰিব, সেয়া আপোনাৰ চাকৰি হওক, ব্যৱসায় হওক বা জীৱনৰ আন যিকোনো ডাঙৰ লক্ষ্য হওক ৷ স্বাস্থ্য ভালা থাকিব, কিন্তু আপুনি পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্য সম্পৰ্কে চিন্তিত হ’ব পাৰে ৷ চাকৰিয়াল লোকসকলে সপ্তাহৰ আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ সুযোগ পাব পাৰে ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে সৌভাগ্যপূৰ্ণ হ'ব ৷ ৰোমান্টিক সংগীৰ পৰা এটা চমকপ্ৰদ উপহাৰ পাব পাৰে ৷ বৈবাহিক জীৱনত সুখ বিৰাজ কৰিব ৷ সপ্তাহৰ শেষলৈ আপুনি নিজৰ সন্তান সন্দৰ্ভত কোনো ইতিবাচক খবৰ লাভ কৰিব, যাৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব ৷ বহুদিন ধৰি স্থগিত হৈ থকা বা পিছুৱাই ৰখা পৰিকল্পনাবোৰ হঠাতে শুভাকাংক্ষীৰ সহায়ত আগবাঢ়ি যাব ৷

কর্কট ৰাশি: এই সপ্তাহত আকাংক্ষিত কৃতিত্ব লাভ কৰিবলৈ কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলে নিজৰ এলাহ ত্যাগ কৰি কঠিন পৰিশ্ৰম কৰি সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগিব, অন্যথা সুযোগ হেৰুৱাব লাগিব ৷ সপ্তাহৰ দ্বিতীয়াৰ্ধত প্ৰিয়জনৰ সৈতে সম্পৰ্ক বিশেষভাৱে মধুৰ হ’ব ৷ নিজৰ পৰিয়ালৰ সদস্যসকলৰ ধনাত্মক উন্নতি দেখিবলৈ পাব ৷ প্ৰিয়জনৰ সৈতে যদি মতানৈক্য আছিল, তেন্তে আপুনি এগৰাকী বান্ধৱীৰ সহায়ত ভুল বুজাবুজিবোৰ আঁতৰ কৰিব পাৰে আৰু প্ৰেম সম্পৰ্ক আকৌ এবাৰ সুদৃঢ় হোৱা দেখা যাব ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব ৷ আত্মীয়-স্বজনৰ সৈতে সুখময় সময় কটোৱাৰ সুযোগ পাব ৷ ঋতুজনিত ৰোগৰ পৰা সাৱধানে থাকক ৷ এই সময়ছোৱাত বন্ধু-বান্ধৱ, শুভাকাংক্ষী বা ৰোমান্টিক সংগীৰ সহায়ত আপুনি কিছুমান গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰাত সফল হ’ব ৷

সিংহ ৰাশি: এই সময়ছোৱাত কৰ্ম সম্পৰ্কীয় ৰোমাঞ্চকৰ কামবোৰ উপভোগ্য, সফল তথা লাভজনক হ’ব ৷ সপ্তাহৰ মাজভাগত এগৰাকী বন্ধুৰ সহায়ত পৰিয়ালৰ সৈতে হোৱা ভুল বুজাবুজি আঁতৰি যাব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক পুনৰ ভাল হ’ব ৷ এই সময়ছোৱাত আপোনাৰ ওপৰত থকা গুৰুত্বপূৰ্ণ পাৰিবাৰিক দায়িত্বও বৃদ্ধি হ’ব পাৰে ৷ এইবোৰৰ মাজতে ঋতু পৰিৱৰ্তন নাইবা কোনো পুৰণি ৰোগ উকোৱাৰ ফলত শাৰীৰিক কষ্ট হ’ব পাৰে ৷ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে অতি লাভজনক হ'ব ৷ এই সপ্তাহত সংগীৰ সৈতে এক দৃঢ় বন্ধন অনুভৱ কৰিব ৷ বৈবাহিক জীৱনটোও সুখপ্ৰদ হ’ব ৷ পিতৃ-মাতৃকে ধৰি আপোনাৰ জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ আশীৰ্বাদ পাব ৷ যুৱক-যুৱতীসকলে অধিকাংশ সময় স্ফূৰ্তি কৰি তথা পিকনিকলৈ গৈ অতিবাহিত কৰিব ৷ সপ্তাহৰ দ্বিতীয়াৰ্ধটো আপোনাৰ বাবে সামান্য বিশৃংখল তথা ক্লান্তিকৰ হ’ব পাৰে ৷

কন্যা ৰাশি: এই সপ্তাহত সহকৰ্মীসকলৰ সৈতে লেনদেন কৰাৰ সময়ত আপুনি অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগিব ৷ তেওঁলোকে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আপোনাৰ উৰ্ধতন তথা অধঃস্তন উভয় সহকৰ্মীকে উত্তেজিত কৰি তুলিব পাৰে নাইবা আপোনাৰ লক্ষ্যৰ পৰা আপোনাক বিচলিত কৰিবলৈ চেষ্টা কৰিব পাৰে ৷ এই সমস্যা সমাধানৰ বাবে পৰিয়ালৰ এগৰাকী বয়োজ্যেষ্ঠ সদস্যৰ সহায়ৰ প্ৰয়োজন হ’ব ৷ এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ মন পঢ়া-শুনাৰ পৰা বিচ্যুত হ’ব পাৰে ৷ ৰাজনৈতিক ক্ষেত্ৰত কোনো পদ বা গুৰুত্বপূৰ্ণ দায়িত্বৰ বাবে অপেক্ষা কৰি থকাসকলে নতুন আশা লাভ কৰিব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো গতানুগতিক হ’ব ৷ প্ৰেম সম্পৰ্কত প্ৰেম আৰু সম্প্ৰীতি থাকিব ৷ বৈবাহিক জীৱন সুখময় হ'ব ৷ জীৱনৰ দৌৰা-ঢপৰাৰ মাজত স্বাস্থ্য সন্দৰ্ভত অত্যন্ত সতৰ্ক হোৱা উচিত ৷ সপ্তাহটোৰ শেষলৈ ব্যৱসায়ৰ মালিকসকলে তেওঁলোকৰ প্ৰতিদ্বন্দ্বীৰ সৈতে কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ’ব পাৰে ৷

তুলা ৰাশি: এই সপ্তাহত তুলা ৰাশিৰ জাতক/জাতিকাসকলে খুব ভাবি-চিন্তি কথা কোৱা উচিত, কাৰণ তেওঁলোকৰ কথাই হয় তেওঁলোকৰ কঠিন পৰিশ্ৰম সফল কৰিব নাইবা পণ্ড কৰিব ৷ সপ্তাহৰ মাজভাগত আপুনি কাম নাইবা ব্যৱসায় সংক্ৰান্তত দীৰ্ঘ নাইবা কম দূৰত্বৰ ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে ৷ ভ্ৰমণৰ সময়ত আপুনি নিজৰ স্বাস্থ্য আৰু মূল্যৱান সামগ্ৰী দুয়োটাৰে যত্ন লোৱা উচিত ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত হোৱা ভুল বুজাবুজিৰ ফলত প্ৰিয়জনৰ মাজৰ দূৰত্ব বৃদ্ধি হ’ব পাৰে ৷ আৱেগৰ ভিত্তিত প্ৰেম সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ বৈবাহিক জীৱনত আপোনাৰ জীৱন সংগীৰ পৰা আপুনি সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ সপ্তাহৰ দ্বিতীয়াৰ্ধত কাৰো সৈতে ধেমালি নকৰিব বা কৰ্মক্ষেত্ৰত কাৰো সৈতে এনে আচৰণ নকৰিব যাৰ ফলত আপুনি অসুবিধাত পৰিব পাৰে ৷ এই সময়ছোৱাত আপুনি আপোনাৰ পেছাৰ সকলো ক্ষেত্ৰতে নিজৰ সুনামক অগ্ৰাধিকাৰ দিব লাগে ৷

বৃশ্চিক ৰাশি: এই সপ্তাহটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অতি সুখপ্ৰদ হ’ব ৷ চাকৰিয়াল লোকসকলৰ বদলি হ’ব পাৰে বা নিজৰ আকাংক্ষিত পদলৈ পদোন্নতি পাব পাৰে ৷ আয়ৰ নতুন উৎসৰ সৃষ্টি হ’ব, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি উন্নত হ’ব ৷ কোনো আঁচনিত পূৰ্বতে কৰা বিনিয়োগৰ পৰা লাভাৰ্জন কৰিব ৷ যদি আদালতত কোনো গোচৰ বিচাৰাধীন হৈ আছে, তেন্তে তাৰ ৰায় আপোনাৰ পক্ষত হ’ব পাৰে ৷ প্ৰিয়জনৰ সৈতে ঘনিষ্ঠ সময় কটোৱাৰ সুযোগ পাব ৷ এই সপ্তাহত নিজৰ পুৰণি বন্ধু-বান্ধৱকো লগ পাব পাৰে ৷ যাৰ লগত আনন্দৰে সময় কটাব পাৰিব আৰু পুৰণি স্মৃতিবোৰ সতেজ কৰি তুলিব পাৰিব ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব ৷ প্ৰিয়জনৰ পৰা এটা ডাঙৰ চমকপ্ৰদ উপহাৰ পাব পাৰে ৷ স্বাস্থ্য গতানুগতিক হৈ থৈকিব ৷ সপ্তাহটোৰ দ্বিতীয়াৰ্ধত আপুনি স্বস্তিৰ নিশ্বাস পেলাব, কিয়নো সন্তান সম্পৰ্কীয় কোনো ডাঙৰ চিন্তা আঁতৰি যাব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আশানুৰূপ অগ্ৰগতি হ’ব ৷

ধনু ৰাশি: সপ্তাহৰ আৰম্ভণিতে বেয়া খাদ্যাভ্যাস বা কোনো পুৰণি ৰোগৰ বাবে শাৰীৰিক কষ্টত ভুগিব পাৰে ৷ সপ্তাহটোৰ মাজভাগত বৰ ব্যস্ত হৈ থাকিব ৷ পৰীক্ষা তথা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰয়াসৰ সম্পূৰ্ণ লাভ প্ৰাপ্ত কৰিব ৷ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো সৌভাগ্যপূৰ্ণ হ’ব ৷ মানসিক চাপত থকা সময়ত আপোনাৰ ৰোমান্টিক সংগীয়ে আপোনাৰ ঢাল হৈ আপোনাক সহায় কৰিব ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব ৷ আপোনাৰ জাৱন সংগীৰ কোনো গুৰুত্বপূৰ্ণ কৃতিত্বই আপোনালৈ সন্মান কঢ়িয়াই আনিব ৷ সঠিক খাদ্যাভ্যাস আৰু নিয়মীয়া ৰুটিন বজাই ৰাখক ৷ সপ্তাহৰ শেষৰ ফালে কিছু ইতিবাচক খবৰ পাব পাৰে ৷ গৃহিণীসকলে ধৰ্মীয় কাম-কাজৰ প্ৰতি অধিক সময় দিব ৷ এই সময়ছোৱাত সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ সময় আৰু শক্তি দুয়োটা চম্ভালিব লাগিব ৷

মকৰ ৰাশি: এই সপ্তাহত মকৰ ৰাশিৰ লোকসকলে তেওঁলোকৰ প্ৰয়াসৰ সম্পূৰ্ণ লাভ প্ৰাপ্ত কৰিব ৷ সপ্তাহৰ আৰম্ভণিতে আপুনি নিজৰ অতীতৰ কৃতিত্বৰ বাবে কৰ্মক্ষেত্ৰত স্বীকৃতি পাব পাৰে ৷ আপোনাৰ উৰ্ধতন আৰু অধঃস্তন সহকৰ্মীসকলে আপোনাৰ কামৰ শলাগ লোৱা দেখা যাব ৷ যোৱা সপ্তাহৰ পৰা আপুনি যিবোৰ ঘৰুৱা সমস্যাৰ বিষয়ে চিন্তিত হৈ আছিলে, সেইবোৰ এই সপ্তাহতে সমাধান হ’ব ৷ চাকৰিয়াল লোকসকলে অতিৰিক্ত উপাৰ্জনৰ নতুন উৎস প্ৰাপ্ত কৰিব ৷ মুঠ ধন-সম্পত্তি বৃদ্ধি হ’ব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰগাঢ়তা থাকিব ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব ৷ সংগীৰ সৈতে দীৰ্ঘ বা কম দূৰত্বৰ যাত্ৰা কৰিব পাৰে ৷ পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে সুখবৰ পাব ৷ সপ্তাহটোৰ শেষৰ ফালে আপুনি কোনো প্ৰিয়জনক লগ পাব, যি আপোনাক দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা কামবোৰ শীঘ্ৰে সম্পূৰ্ণ কৰাত সহায় কৰিব ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহৰ আৰম্ভণিটো অলপ কঠিন হ’ব পাৰে ৷ অৱশ্যে আপুনি যিকোনো পৰিস্থিতিৰ সৈতে বুদ্ধিমত্তা, অন্তৰ্দৃষ্টি আৰু সাহসেৰে মোকাবিলা কৰিব পাৰিব ৷ বিশেষ কথাটো হ’ল যে, যিকোনো বাধা অতিক্ৰম কৰাৰ ক্ষেত্ৰত আপোনাৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু আত্মীয়ৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ এই সময়ছোৱাত আপোনাৰ সংগত থকা গোপন শত্ৰুৰ পৰা সাৱধান হোৱা উচিত, যিয়ে আপোনাৰ সুনামৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে ৷ অৱশ্যে, কোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চয়কৈ নিজৰ সমৰ্থকসকলৰ পৰামৰ্শ ল’ব লাগিব ৷ পেছাগতভাৱে এই সময়খিনি আপোনাৰ বাবে বহুত ভাল হ’ব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত পাৰস্পৰিক বিশ্বাস আৰু অন্তৰংগতা বৃদ্ধি পাব ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব ৷ যদি আপুনি সৰু-সুৰা সমস্যাবোৰক আওকাণ কৰে, তেন্তে আপোনাৰ স্বাস্থ্য সুস্থিৰ হৈ থাকিব ৷ দীৰ্ঘদিন ধৰি কেৰিয়াৰ সলনি কৰাৰ কথা চিন্তা কৰি থকাসকলে আৰু ভাল প্ৰস্তাৱ পাব ৷ লগতে আপুনি প্ৰয়োজনীয় ব্যৱসায়িক লাভ অৰ্জনো কৰিব ৷

মীন ৰাশি: প্ৰেম আৰু ভাগ্য গোটেই সপ্তাহটো আপোনাৰ পক্ষত থাকিব ৷ সপ্তাহৰ আৰম্ভণিতে আপুনি কোনো ডাঙৰ কৃতিত্ব লাভ কৰিব, যাৰ ফলত ঘৰত সুখময় পৰিৱেশ সৃষ্টি হ’ব ৷ ব্যৱসায়িক পৰিস্থিতি অনুকূল হ’ব আৰু প্ৰয়োজনীয় সম্প্ৰসাৰণ হ’ব ৷ সন্তান সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ কৃতিত্বই আপোনালৈ উচ্চ পৰ্য্যায়ৰ সন্মান কঢ়িয়াই আনিব ৷ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ বাবে এই সপ্তাহটো সৌভাগ্যপূৰ্ণ হ’ব ৷ যদি আপুনি কাৰোবাৰ আগত নিজৰ প্ৰেম প্ৰকাশ কৰাৰ কথা ভাবিছে, তেন্তে তেনে কৰিলে লাভান্বিত হ’ব ৷ লগতে বৰ্তমানৰ ৰোমান্টিক সম্পৰ্কবোৰো অধিক সুদৃঢ় হৈ উঠিব ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব ৷ স্বাস্থ্য গতানুগতিক হৈ থাকিব ৷ সপ্তাহৰ দ্বিতীয়াৰ্ধত আপুনি নিৰ্জন ঠাইলৈ গৈ অকলে সময় কটাব বিচাৰিব ৷ এই সময়ছোৱাত আপোনাৰ মন ধৰ্ম, আধ্যাত্মিকতা আৰু সামাজিক কামত লিপ্ত হৈ থাকিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.