ETV Bharat / bharat

কৰ্কট ৰাশিত সূৰ্যৰ প্ৰৱেশ : জানি লওক কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? - Sun Transit In Cancer 2024

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 7:25 PM IST

Sun Transit In Cancer 2024 : কৰ্কট ৰাশিত সূৰ্যৰ প্ৰৱেশৰ ফলত ৰাশিসমূহত পৰিব কেনে প্ৰভাৱ ৷ জানো আহক কি প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত...

Sun Transit in Cancer
কৰ্কট ৰাশিত সূৰ্যৰ প্ৰৱেশ; জানি লওক কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? (ETV Bharat)

মেষ ৰাশি

মেষ ৰাশিৰ পঞ্চম স্থানৰ অধিপতি সূৰ্যই সম্প্ৰতি মেষ ৰাশিৰ চতুৰ্থ স্থান অতিক্ৰম কৰি আছে । এই সঞ্চাৰ বা সংক্ৰান্তিৰ ফলত মেষ ৰাশিৰ জাতক/জাতিকাসকলৰ জীৱন উন্নত হ’ব । আপুনি নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰতো সফল হ’ব । ব্যৱসায়তো আপুনি লাভ অৰ্জন কৰিব । সংগীৰ সৈতে শান্তি বিৰাজ কৰিব ।

প্ৰতিকাৰ- প্ৰতিদিনে কুমকুম (ৰোলি) পানীত মিহলাই সূৰ্যক অৰ্ঘ প্ৰদান কৰক । দাইল আৰু গুড় দান কৰক ।

বৃষ ৰাশি

বৃষ ৰাশিৰ লোকসকলৰ বাবে চতুৰ্থ স্থানৰ অধিপতি সূৰ্যৰ তৃতীয় স্থানত প্ৰৱেশ কৰাটো লাভজনক হ’ব । ভাগ্য আপোনাৰ পক্ষত থাকিব । আয়ো বৃদ্ধি হ’ব । পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পৰ্ক উন্নত হ’ব । আপুনি প্ৰিয়জনৰ সৈতে ফুৰিবলৈ যাব পাৰে । স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে;

সাৱধান হওক ।

প্ৰতিকাৰ- সূৰ্যাষ্টক পাঠ কৰক । চাউল মিহলাই জল তৰ্পণ কৰক ।

মিথুন ৰাশি

মিথুন ৰাশিৰ লোকসকলৰ বাবে তৃতীয় স্থানৰ অধিপতি সূৰ্যৰ দ্বিতীয় স্থানত প্ৰৱেশ কৰাটো লাভজনক হ’ব । আপোনাৰ কেৰিয়াৰৰ উন্নতি আৰু সৌভাগ্য দুয়োটা প্ৰাপ্তি কৰিব । ব্যৱসায়ৰ বাবে ভ্ৰমণৰ সুযোগো আহিব । অৱশ্যে এই সময়খিনি আপোনাৰ বাবে অলপ কঠিন হ’ব পাৰে; সাৱধানে আগবাঢ়ি যাওক ।

প্ৰতিকাৰ- দুবৰি আৰু কুমকুম (ৰোলি) মিহলাই জল তৰ্পণ কৰক । ঔম ৰৱয়ে নমঃ মন্ত্ৰৰ জপ কৰক ।

কৰ্কট ৰাশি

সূৰ্য এতিয়া এমাহলৈ আপোনাৰ ৰাশিত অৱস্থান কৰিব । ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ক্ৰোধ আৰু অহংকাৰ দুয়োটাই দেখা দিব পাৰে । জীৱন সংগী আৰু ব্যৱসায়িক অংশীদাৰৰ মাজত মতবিৰোধ হ’ব পাৰে । এই সময়ত আপুনি নিজৰ মাজত ইতিবাচকতা গঢ়ি তুলিব লাগিব । স্বাস্থ্যৰ যত্ন লওক আৰু অত্যধিক আত্মবিশ্বাসী হোৱাৰ পৰা বিৰত থাকক ।

প্ৰতিকাৰ- প্ৰতিদিনে গায়ত্ৰী মন্ত্ৰ জপ কৰক

সিংহ ৰাশি

আপোনাৰ প্ৰথম স্থানৰ অধিপতি সূৰ্যই বৰ্তমান দ্বাদশ স্থানত প্ৰৱেশ কৰি আছে । এই সঞ্চাৰ বা সংক্ৰান্তিয়ে আপোনাৰ কেৰিয়াৰক উপকৃত কৰিব, কিন্তু ইয়াৰ ফলত ব্যৱসায়িক লোকচান হ’ব পাৰে । আপুনি সম্পৰ্কৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু স্বাস্থ্যৰ যত্ন ল’ব লাগিব ।

প্ৰতিকাৰ- আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক

কন্যা ৰাশি

কন্যা ৰাশিৰ বাবে দ্বাদশ স্থানৰ অধিপতি সূৰ্যৰ একাদশ স্থানলৈ সঞ্চাৰ বা সংক্ৰান্তিৰ ফলাফল মিশ্ৰিত হ’ব । আপুনি নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিছু মানসিক চাপত থাকিব পাৰে । আপোনাৰ সম্ভৱতঃ কোনো আৰ্থিক সমস্যা হ’ব পাৰে । অৱশ্যে এই মাহত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰে ।

প্ৰতিকাৰ- সূৰ্য চালিছা পাঠ কৰক

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে দশম স্থানৰ অধিপতি সূৰ্যৰ নৱম স্থানলৈ হোৱা সঞ্চাৰ বা সংক্ৰান্তি সাধাৰণভাৱে লাভজনক হ’ব । কাম-কাজৰ ক্ষেত্ৰত উন্নতি হ’ব । ব্যৱসায়ৰ ক্ষেত্ৰত ভাগ্য আপোনাৰ পক্ষত থাকিব । ব্যয় হ’ব, কিন্তু আৰ্থিক স্থিতিৰ উন্নতি হ’ব । এই সময়ত আপুনি নিজৰ প্ৰয়াসৰ প্ৰতি বিশ্বাস ৰাখিব লাগিব । সংগীৰ সৈতে উপযুক্ত আচৰণ কৰক ।

প্ৰতিকাৰ- সূৰ্য দেৱক কুমকুম আৰু ৰঙা ফুল মিশ্ৰিত জল তৰ্পণ কৰক ।

ধনু ৰাশি

ধনু ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে নৱম স্থানৰ অধিপতি সূৰ্য আপোনালোকৰ অষ্টম স্থানত প্ৰৱেশ কৰিছে, যিটো খুব সৌভাগ্যশালী নহ’বও পাৰে । আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে । আপুনি ব্যৱসায়তো হতাশাৰ সন্মুখীন হ’ব পাৰে । আৰ্থিক ক্ষতিও হ’ব পাৰে । নিজৰ সম্পৰ্কসমূহৰ ক্ষেত্ৰত সমন্বয় বজাই ৰাখক; অন্যথা জটিলতা আহিব পাৰে ।

প্ৰতিকাৰ- ঔম আদিত্যায় নমঃ মন্ত্ৰৰ জপ কৰক । ৰামচৰিত মানসৰ শ্লোক পাঠ কৰিলে ফল প্ৰাপ্ত হ’ব ।

মকৰ ৰাশি

অষ্টম স্থানৰ অধিপতি সূৰ্য মকৰ ৰাশিৰ সপ্তম স্থানত প্ৰৱেশ কৰিব ৷ এই সময়ছোৱাত আপোনাক আপোনাৰ সম্পৰ্কসমূহত সুখৰ সন্ধান কৰিবলৈ প্ৰেৰণা দিব ৷ কোম্পানী আৰু চাকৰিৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে ৷ এই সময়ছোৱাত যদি আপুনি কাৰোবাক ধন ধাৰে দিয়ে, তেন্তে সেই ধন ৰৈ যাব পাৰে ৷ জীৱন সংগীৰ সৈতে আপোনাৰ তৰ্কাতৰ্কি হ’ব পাৰে ৷

প্ৰতিকাৰ- গায়ত্ৰী চালিছা পাঠ কৰাটো আপোনাৰ বাবে লাভজনক হ’ব ৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ ক্ষেত্ৰত সপ্তম স্থানৰ অধিপতি সূৰ্যই আপোনাৰ ষষ্ঠ স্থানত প্ৰৱেশ কৰিব, যিটো সম্পৰ্কৰ বাবে সমস্যাজনক হ’ব পাৰে ৷ এতিয়া চাকৰিৰ ক্ষেত্ৰত চাপ থাকিব ৷ ব্যৱসায়িক লাভো হ্ৰাস পাব ৷ ঋণ ল’বলগীয়া হ’ব পাৰে ৷ আপুনি শত্ৰুৰ ওপৰত জয়লাভ কৰিব ৷ সম্পৰ্কসমূহত সমন্বয় বজাই ৰাখক আৰু অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰি থাকক ৷

প্ৰতিকাৰ- প্ৰতিদিনে হনুমান চালিছা পাঠ কৰক ৷ সূৰ্য দৰ্শনৰ পাছতহে কাম আৰম্ভ কৰিব ৷

মীন ৰাশি

ষষ্ঠ স্থানৰ অধিপতি সূৰ্য বৰ্তমান মীন ৰাশিৰ পঞ্চম স্থানত সঞ্চাৰ বা সংক্ৰান্তি কৰি আছে ৷ সূৰ্য সংক্ৰান্তিৰ প্ৰথম মাহটো মীন ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে লাভজনক হ’ব ৷ আপুনি যিকোনো নতুন কথা শিকিবলৈ আগ্ৰহী হ’ব ৷ ব্যৱসায়ত লাভ অৰ্জন হ’ব ৷ আপুনি আপোনাৰ সম্পৰ্কসমূহৰ ক্ষেত্ৰত মানসিক চাপ অনুভৱ কৰিব পাৰে ৷ আপুনি আইনী সহায় লাভ কৰিব পাৰে ৷

প্ৰতিকাৰ- ভগৱান বিষ্ণুৰ মন্ত্ৰৰ সৈতে যিকোনো এটা সূৰ্য মন্ত্ৰ জপ কৰক ৷

লগতে পঢ়ক: সপোনত মহাদেৱক এইদৰে দেখে নেকি ? তেন্তে পাব শুভফল - Lord Shiva In Your Dreams

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.