ETV Bharat / bharat

মিথুন ৰাশিত সূৰ্যৰ প্ৰৱেশ; জানি লওক কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? - Sun Transit in Gemini

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 3:34 PM IST

Sun Transit In Gemini 2024: মিথুন ৰাশিত সূৰ্যৰ প্ৰৱেশৰ ফলত আন আন ৰাশিসমূহতো পৰিব প্ৰভাৱ ৷ জানো আহক কি প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত...

Sun Transit 2024 in Gemini its impact on all zodiac signs
মিথুন ৰাশিত সূৰ্যৰ সঞ্চাৰ; কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত (FREEPIK)

মেষ ৰাশি: মিথুন ৰাশিত সূৰ্যৰ প্ৰৱেশ আপোনাৰ বাবে লাভজনক হ’ব ৷ এই সময়চোৱাত চাকৰিয়াল লোকসকলে সুবিধা লাভ কৰিব আৰু তেওঁলোকে চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ সুযোগ প্ৰাপ্ত কৰিব ৷ আপোনাৰ পিতৃয়ে আপোনাক বিভিন্ন ধৰণে সহায় কৰিব ৷ বিনিয়োগ সম্পৰ্কীয় কোনো সিদ্ধান্তও ল’ব পাৰে ৷

প্ৰতিকাৰ- গায়ত্ৰী চালিচা পাঠ কৰক ৷

বৃষ ৰাশি: মিথুন ৰাশিত সূৰ্যৰ প্ৰৱেশৰ লগে লগে আপুনি পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ সুযোগ পাব ৷ এই সময়ত চকু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ৷ অৱশ্যে যদি আপুনি কোনো বাহন ব্যৱহাৰ কৰে, তেন্তে অত্যন্ত সাৱধানতা অৱলম্বন কৰিব ৷

প্ৰতিকাৰ- সূৰ্য মন্ত্ৰ জপ কৰক ৷

মিথুন ৰাশি: সূৰ্য এতিয়া এমাহলৈ আপোনাৰ ৰাশিত অৱস্থান কৰিব ৷ এয়া আপোনালোকৰ বাবে অতি আত্মবিশ্বাসপূৰ্ণ সময় হ’ব ৷ কিন্তু এই গোটেই সময়চোৱাত আপোনাৰ মতামত আপোনাৰ জীৱন সংগীৰ মতামততকৈ ভিন্ন হ’ব ৷ ব্যৱসায়িক অংশীদাৰৰ সৈতেও আপোনাৰ বিবাদ হ’ব পাৰে ৷

প্ৰতিকাৰ- গায়ত্ৰী মন্ত্ৰ জপ কৰাটো আপোনাৰ বাবে শুভ হ’ব ৷

কৰ্কট ৰাশি: মিথুন ৰাশিত সূৰ্যৰ প্ৰৱেশৰ পিচৰ এমাহলৈ সময় আপোনাৰ বাবে গতানুগতিক হ’ব ৷ এই সময়চোৱাত আপুনি বিনিয়োগৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিব ৷ নতুন কিবা এটা চেষ্টা কৰিবৰ ইচ্ছা হ’ব ৷ যিকোনো ধৰণৰ পাৰিবাৰিক সম্পত্তি সম্পৰ্কীয় সমস্যা সমাধান হ’ব ৷

প্ৰতিকাৰ- পিতৃৰ চৰণ স্পৰ্শ কৰি দিনটোৰ আৰম্ভণি কৰক ৷

সিংহ ৰাশি: মিথুন ৰাশিত সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তিয়ে আপোনাক গতানুগতিকতকৈ অধিক উপকৃত কৰিব ৷ আপুনি কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ সৈতে যোগাযোগ কৰিব ৷ এই সময়চোৱাত আপুনি এক নতুন পৰিচয় লাভ কৰিব ৷ নতুন বন্ধু লাভ কৰিব ৷

প্ৰতিকাৰ- প্ৰতিদিনে সূৰ্যক কুমকুম মিশ্ৰিত জল অৰ্পণ কৰক ৷

কন্যা ৰাশি: মিথুন ৰাশিত সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তি আপোনাৰ বাবে গতানুগতিক হ’ব ৷ এই সময়চোৱাত আপুনি সাৱধানতা অৱলম্বন কৰা উচিত ৷ অৱশ্যে নতুন কেৰিয়াৰৰ সুযোগ লাভ কৰিব পাৰে ৷ নিজৰ স্বাস্থ্যৰ যত্ন লওক ৷

প্ৰতিকাৰ- প্ৰতিদিনে ভগৱান শিৱৰ পঞ্চাক্ষৰ মন্ত্ৰ জপ কৰক ৷

তুলা ৰাশি: মিথুন ৰাশিত সূৰ্যৰ প্ৰৱেশ আপোনাৰ বাবে লাভজনক হ’ব ৷ এই সময়চোৱাত আপোনাৰ সাহস বৃদ্ধি হ’ব, কিন্তু কৃতিত্ব অৰ্জন কৰিবলৈ আৰু অধিক কষ্ট কৰিব লাগিব ৷ নতুন ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে ৷

প্ৰতিকাৰ- মাতংগী মাৰ উপাসনা কৰক ৷

বৃশ্চিক ৰাশি: মিথুন ৰাশিত সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তি সন্দৰ্ভত আপুনি চিন্তিত হ’ব পাৰে ৷ এই গোটেই মাহজুৰি আপুনি যান-বাহন ব্যৱহাৰ কৰাৰ সময়ত বা ইলেক্ট্ৰনিক সঁজুলি ব্যৱহাৰ কৰাৰ সময়ত অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব ৷ শহুৰ-শাহুৰ ফালৰ লোকৰ সৈতে লগত কথা পাতোঁতেও সাৱধান হ’ব লাগিব ৷

প্ৰতিকাৰ- সূৰ্যক জল অৰ্পণ কৰক ৷

ধনু ৰাশি: মিথুন সংক্ৰান্তিৰ পৰা এমাহৰ সময়চোৱাত আপোনাৰ বাবে আশানুৰূপভাৱে লাভজনক নহ’ব ৷ এই সময়খিনিত ধৈৰ্য ধৰিব ৷ নিজৰ মূল্যবোধ আনৰ ওপৰত জাপি নিদিব ৷

প্ৰতিকাৰ- দুখীয়াক গুড় দান কৰক ৷

মকৰ ৰাশি: সূৰ্যৰ ৰাশিচক্ৰ পৰিৱৰ্তনৰ ফলত পৰৱৰ্তী মাহটো আপোনাৰ বাবে গতানুগতিকতকৈ ভাল হ’ব ৷ আইনী বিষয়ত আপুনি সফল হ’ব পাৰে ৷ এই সময়চোৱাত প্ৰতিপক্ষ সক্ৰিয় হৈ থাকিব, কিন্তু আপুনি তেওঁলোকক পৰাজিত কৰিব ৷

প্ৰতিকাৰ- এই সময়চোৱাত সূৰ্য চালিচা পাঠ কৰক ৷

কুম্ভ ৰাশি: মিথুন ৰাশিত সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তি আপোনাৰ বাবে গতানুগতিক হ’ব ৷ এই মাহত আপুনি অসাধাৰণ কিবা এটা কৰিব ৷ অৱশ্যে শিক্ষা আৰু সন্তানকলৈ আপোনাৰ কিছু বিশেষ সমস্যা থাকিব ৷

প্ৰতিকাৰ- সূৰ্য দেৱক অৰ্ঘ প্ৰদান কৰক ৷

মীন ৰাশি: মিথুন সংক্ৰান্তিৰ পৰা এমাহৰ সময়চোৱাত আপুনি সন্তুষ্ট হৈ থাকিব ৷ এই সময়চোৱাত ঘৰত কিছু গুৰুত্বপূৰ্ণ কাম সম্পন্ন হ’ব ৷ আপুনি কোনো ধৰ্মীয় অনুষ্ঠানতো অংশগ্ৰহণ কৰিব পাৰে ৷ আপুনি এখন মটৰ গাড়ী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব ৷

প্ৰতিকাৰ- সূৰ্যৰ মন্ত্ৰ জপ কৰক ৷

লগতে পঢ়ক: বৃশ্চিক ৰাশিৰ সৌভাগ্য দুৱাৰ মুকলি...বৃষ ৰাশিয়ে ধনৰ লেন-দেন কৰোঁতে হওক সাৱধান...কেনে যাব আপোনাৰ এই সপ্তাহটো - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.