ETV Bharat / bharat

সোণ-ৰূপৰ মূল্য হ্ৰাস : আপোনাৰ চহৰত বৰ্তমান মূল্য কিমান ? - Gold price in India

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 6:20 PM IST

Gold price in India: গ্ৰাহকৰ বাবে সুখবৰ । হ্ৰাস পাইছে সোণ আৰু ৰূপৰ মূল্য । আপুনিও যদি সোণ বা ৰূপ ক্ৰয় কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনাৰ চহৰত মূল্য কিমান হৈছে জানি লওক ।

Gold price in India
আপোনাৰ চহৰত বৰ্তমান মূল্য কিমান (Getty image)

নেশ্যনেল ডেস্ক,২৭ জুন : দেশত সোণ আৰু ৰূপৰ মূল্য সামান্য হ্ৰাস পাইছে । বুধবাৰে, ১০ গ্ৰাম সোণৰ মূল্য আছিল ৭৩,৭৭০ টকা । বৃহস্পতিবাৰে ৪৭০ টকা হ্ৰাস হৈ ৭৩,৩০০ টকা হৈছে । বুধবাৰে ৰূপৰ মূল্য আছিল প্ৰতি কিলোগ্ৰামত ৮৯,৩৩২ টকা আৰু বৃহস্পতিবাৰে ১৬২ টকা হ্ৰাসৰ সৈতে এই মূল্য হৈছে ৮৯,১৭০ টকা ।

আজি আপোনাৰ চহৰত সোণৰ মূল্য

দিল্লী- আজি দিল্লীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৬,১৪০ টকা । একে সময়তে ২৪ কেৰেটত মূল্য হৈছে ৭২,১৪০ টকা ।

মুম্বাই- মুম্বাইত আজি প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৬৫,৯৯০ টকা । একে সময়তে ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৭১,৯৯০ ।

আহমেদাবাদ- আজি আহমেদাবাদত ২২ কেৰেট সোণৰ মূল্য ৬৬,০৪০ টকা । একে সময়তে, ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৭২,০৪০ টকা ।

চেন্নাই- চেন্নাইত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৬,৫৯০ টকা । একে সময়তে ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৭২,৬৫০ টকা ।

কলকাতা- কলকাতাত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৬৫,৯৯০ টকাত বিক্ৰী হৈছে । একে সময়তে ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৭১,৯৯০ টকা ।

বেংগালুৰু- বেংগালুৰুত ২২ কেৰেট ১০ গ্ৰামৰ মূল্য হৈছে ৬৫,৯৯০ টকা । আনহাতে ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৭১,৯৯০ টকা ।

পাটনা- পাটনাত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৬,০৪০ টকা । একে সময়তে ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৭২,০৪০ টকা ।

হায়দৰাবাদ- আজি হায়দৰাবাদত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৫,৯৯০ টকা । ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৭১,৯৯০ টকা ।

জয়পুৰ- জয়পুৰত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৬,১৪০ টকা । আনহাতে ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৭২,১৪০ টকা ।

লক্ষ্ণৌ- লক্ষ্ণৌত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৬,১৪০ টকা । আনহাতে ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৭২,১৪০ টকা ।

একেদৰে আন্তৰ্জাতিক বজাৰত সোণ আৰু ৰূপৰ মূল্যও হ্ৰাস পাইছে । বুধবাৰে এক আউন্স সোণৰ মূল্য আছিল ২,৩১৭ ডলাৰ । কিন্তু বৃহস্পতিবাৰৰ ভিতৰত ই ১৬ ডলাৰ হ্ৰাস হয় আৰু ২,৩০১ ডলাৰত উপনীত হৈছে । বৰ্তমান এক আউন্স ৰূপৰ মূল্য হৈছে ২৮.৮০ ডলাৰ ।

লগতে পঢ়ক :চলিত বৰ্ষতেই দেশ এৰিব ৪,৩০০ গৰাকী কোটিপতিয়ে - Millionaires

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.