ETV Bharat / bharat

কুম্ভ ৰাশিৰ চাকৰি-ব্যৱসায়ত উন্নতি...মীন ৰাশিক প্ৰয়োজন মানসিক স্বাস্থ্যৰ যতন...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 7th July

Daily Horoscope : আজি চন্দ্ৰমাই প্ৰৱেশ কৰিব কৰ্কট ৰাশিত ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব ৰাশিসমূহত, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

author img

By ETV Bharat Features Team

Published : Jul 7, 2024, 12:55 AM IST

Daily Horoscope For 7th July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে পুৱাৰ সময় অনুকূল হ’ব ৷ চৰকাৰী সুবিধা পোৱাৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ত লাভ হ’ব ৷ চাকৰিত থকা বিষয়াসকল আপোনাৰ কামত সুখী হ’ব ৷ অসুস্থ অনুভৱ কৰিব পাৰে ৷ সম্ভৱ হ’লে কিছু সময় জিৰণি লওক ৷ পৰিয়ালৰ সৈতে শান্তিৰে সন্ধিয়াটো কটাওক ৷

বৃষ ৰাশি: দেহ আৰু মন লঘু অনুভৱ কৰিব ৷ উৎসাহ বাঢ়িব ৷ মনটোও সংবেদনশীলতাৰে ভৰি পৰিব ৷ কল্পনা শক্তিৰে কিছু ভাল কাম কৰিব পাৰে ৷ ব্যৱসায় আগুৱাই নিবলৈ নতুন মানুহ লগ পাব পাৰে ৷ পাৰিবাৰিক বিষয়ত আগ্ৰহ দেখুৱাওক ৷ ভ্ৰমণলৈ যাব পাৰে ৷ অৰ্থনৈতিক প্ৰগতিৰ দিশত অধিক গুৰুত্ব দিব পাৰে ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময় ভাল ৷

মিথুন ৰাশি: সকলো কামতে সফলতা লাভ কৰিব ৷ যদিও কিছু পলম হ’ব পাৰে ৷ দিনটোৰ আৰম্ভণিতে আৰ্থিক বিষয়ত কিছু সমস্যা হ’ব পাৰে ৷ কৰ্মস্থলীতো কাম কৰিবলৈ মন নাযাব পাৰে ৷ দুপৰীয়াৰ পিচত কৰ্মস্থলীত সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব ৷ পৰিয়ালত সুখৰ পৰিৱেশে বিৰাজ কৰিব ৷ প্ৰেম জীৱন ইতিবাচক দিশত আগবাঢ়িব ৷ ঋতুভিত্তিক ৰোগ হোৱাৰ সম্ভাৱনা দেখা দিব পাৰে ৷

কৰ্কট ৰাশি: বন্ধু-বান্ধৱ আৰু আপোনজনৰ সৈতে আনন্দেৰে দিনটো পাৰ কৰিব ৷ কিবা এটা কিনিবলৈ পৰিকল্পনা কৰিব পাৰে ৷ মাৰ্জিত খাদ্যৰ সোৱাদ ল’ব পাৰিব ৷ কোনো কথাক লৈ আৱেগিক হৈ থাকিব ৷ নিয়োজিত লোকসকলে সহকৰ্মীৰ পৰা সহায় লাভ কৰিব ৷ ব্যৱসায়ত অৰ্থনৈতিক লাভৰ সম্ভাৱনা আছে ৷ ঘৰৰ আৱশ্যকতাত ধন খৰচ কৰি সুখ পাব ৷ প্ৰেম জীৱনত ৰোমান্স থাকিব ৷

সিংহ ৰাশি: কোনো কথা অধিক আৱেগিক হৈ পৰিব পাৰে ৷ বন্ধু-বান্ধৱীৰ লগত কথা পাতি থাকোতে সাৱধান হওক ৷ তেওঁলোকৰ লগত বিবাদ হ’ব পাৰে ৷ আজি আদালতৰ বিষয়ত সাৱধান হওক ৷ ব্যয়ৰ পৰিমাণ বেছি হ’ব পাৰে ৷ কোনো সৰু কথাক লৈ পৰিয়ালৰ সদস্যৰ লগত বিবাদ হ’ব পাৰে ৷ বেছিভাগ সময়তে মনে মনে থকাটো আপোনাৰ বাবে ভাল হ’ব ৷

কন্যা ৰাশি: আনন্দ আৰু সুখেৰে ভৰা দিন হ’ব ৷ বিভিন্ন ক্ষেত্ৰত সুবিধা লাভ কৰিব ৷ বন্ধু-বান্ধৱীৰ সৈতে ক’ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ নিয়োজিত লোকৰ কাম সময়মতে সম্পূৰ্ণ হ’ব ৷ বিষয়াসকলে কামৰ প্ৰশংসা কৰিব ৷ সন্তানৰ পৰা ভাল খবৰ পাব পাৰে ৷ পৰিয়ালৰ লগত ভালদৰে সময় কটাব ৷ প্ৰেম জীৱন সুখৰ হ’ব ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এটা ভাল দিন ৷

তুলা ৰাশি: শুভ দিন ৷ চাকৰি বা ব্যৱসায়িক খণ্ডত অনুকূল পৰিৱেশৰ সৃষ্টি হ’ব ৷ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ’ব ৷ পদোন্নতিৰ সম্ভাৱনাও আছে ৷ ব্যৱসায়ত আৰ্থিক লাভ ৷ পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ গঢ়ি উঠিব ৷ প্ৰিয়জনৰ লগত সময় কটাবলৈ সুযোগ পাব ৷ চৰকাৰী কামত সফলতা লাভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷

বৃশ্চিক ৰাশি: ভাগৰ, এলাহ আৰু উদ্বিগ্নতাৰ বাবে কৰ্মৰ উৎসাহ কমি যাব পাৰে ৷ কৰ্মক্ষেত্ৰতো বিষয়াৰ নেতিবাচক আচৰণে মনত হতাশাৰ সৃষ্টি কৰিব ৷ বিৰোধীৰ শক্তি বাঢ়িব ৷ ব্যৱসায়ত অসুবিধাৰ সৃষ্টি হ’ব পাৰে ৷ আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’লে লাভজনক হ’ব ৷ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক হৈ থাকিব ৷ পৰিয়ালৰ সদস্যৰ লগত বিবাদৰ সম্ভাৱনা থাকিব ৷ স্বাস্থ্যৰ সুখ মধ্যমীয়া হ’ব ৷ বাহিৰত খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ সমস্যা হ’ব পাৰে ৷

ধনু ৰাশি: অপ্ৰয়োজনীয় চিন্তা, বেমাৰ আৰু খঙৰ বাবে আপোনাৰ মানসিক আচৰণত প্ৰভাৱ পৰিব পাৰে ৷ খং নিয়ন্ত্ৰণ কৰক ৷ আজি আপুনি কৰ্মস্থলীতো সময়মতে কাম সম্পন্ন কৰিব নোৱাৰাৰ বাবে হতাশ হ'ব ৷ অত্যধিক খৰচ ত্যাগ কৰক ৷ কাজিয়া আৰু বিবাদৰ পৰা আঁতৰি থাকক ৷ পৰিয়ালৰ সদস্যৰ সৈতে সৰু বিবাদ বহুদিনলৈকে চলিব পাৰে, গতিকে মৌন হৈ থাকক ৷ সুখী আৰু শক্তিশালী হৈ থাকিবলৈ ধ্যানৰ সহায় লওক ৷

মকৰ ৰাশি: বন্ধু বা আত্মীয়ৰ লগত ভাল সময় কটাব ৷ দুপৰীয়াৰ পিচত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব ৷ অধিক ধন খৰচ হ’ব ৷ কাৰ্যালয়ৰ সহকৰ্মী বা বিষয়াৰ লগত বিবাদ হ’ব পাৰে ৷ নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক ৷ দিনটো ধৈৰ্যৰে দিন কটাওক ৷

কুম্ভ ৰাশি: কামৰ বোজা বৃদ্ধি পাব ৷ অৱশ্যে কৰ্মত সফলতাৰ সমান্তৰালকৈ খ্যাতিও লাভ কৰিব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব ৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি ৷ কৰ্মস্থলীত সহকৰ্মীসকলৰ পৰা সমৰ্থন লাভ কৰি ৷ ঘৰখনত আনন্দ আৰু উৎসাহৰ পৰিৱেশে বিৰাজ কৰিব ৷ বন্ধু-বান্ধৱীৰ লগত কথা পাতি অধিক সময় কটাব ৷ ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত মন নবহিব পাৰে ৷ এই সময়ছোৱাত স্বাস্থ্যৰ লগত জড়িত অলপ অসাৱধানতাই ভৱিষ্যতে বৃহৎ ক্ষতি কৰিব পাৰে ৷

মীন ৰাশি: কল্পনাৰ জগতখনত বিচৰণ কৰিব বিচাৰিব ৷ সাহিত্য লেখাত অতি সৃষ্টিশীল হ'ব ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো ভাল ৷ আপোনজনৰ সংগ লাভ কৰি সুখী অনুভৱ কৰিব পাৰিব ৷ মানসিক স্বাস্থ্যৰ ভাৰসাম্যতা বজাই ৰাখিবলৈ চেষ্টা কৰক ৷ বেছি বিতৰ্কত নপৰিব ৷ কৰ্মক্ষেত্ৰত নিজৰ কামত মন দিয়ক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.