ETV Bharat / bharat

আজি এইসমূহ ৰাশিৰ লোকে এৰাই চলক বিবাদ...যোগাসন বা ধ্যানসাধনা কৰিলে পাব সমস্যাৰ সমাধান...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 27th July

Daily Horoscope: আজি বহুকেইটা ৰাশিয়ে আশা কৰা ধৰণে পাব ব্যৱসায়ত লাভ...ধনু ৰাশিৰ জাতক-জাতিকাৰ প্ৰেমৰ সম্পৰ্ক হ’ব গভীৰ...মীন ৰাশি খাদ্যৰ প্ৰতি যত্ন নল’লে হ’ব পাৰে স্বাস্থ্যৰ অৱনতি...পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 27th July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 12:44 AM IST

মেষ ৰাশি: এটা সাধাৰণ দিন ৷ মনোযোগ আৰু একাগ্ৰতাৰ অভাৱক আপুনি অতিক্ৰম কৰিব লাগিব ৷ ধ্যান সাধনা আৰু যোগাসন কৰক ৷ বিনিয়োগকাৰীসকলে বিভিন্ন স্থানত ধন বিনিয়োগ কৰাৰ আগতে সতৰ্ক হওক ৷ দিনটো অতি ফলপ্ৰসূ নহ’বও পাৰে ৷ আইনী নথি-পত্ৰত হস্তাক্ষৰ কৰোঁতে সাৱধান হওক ৷ ঘৰুৱা পৰিবেশত থকা সমস্যাসমূহ দূৰ হ’ব ৷ যদি আপুনি কোনো নতুন কামৰ আৰম্ভণি কৰিব বুলি ভাবিছে তেন্তে সন্ধ্যা সময়ে হ’ল উপযুক্ত সময় ৷ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক ৷

বৃষ ৰাশি: মনোৰঞ্জন আৰু সংঘৰ্ষ এই দুই শব্দৰ মাজেৰেই আজিৰ দিনটো পাৰ হ’ব ৷ দিনটোৰ প্ৰথম ভাগ নতুন ব্যৱসায় আৰু সংযোগ গঠন কৰা, বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত ভ্ৰমণ কৰোঁতে, সন্তান বা পৰিয়ালৰ সৈতে সময় কটাব পাৰিব ৷ আনহাতে, দ্বিতীয়ভাগত, কিছু সমস্যা আছে ৷ আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু আপুনি ক্লান্ত আৰু উদ্বিগ্ন অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ সদস্যৰ লগত হোৱা বিবাদে ঘৰৰ পৰিবেশ নষ্ট কৰিব পাৰে ৷ শান্তি বৰ্তাই ৰাখক; নিজৰ জিভাক নিয়ন্ত্ৰণ কৰক ৷ ব্যয়ও অধিক হ’ব ৷

মিথুন ৰাশি: ব্যৱসায়ী আৰু ব্যৱসায়ৰ বাবে এটা অতি ভাল দিন ৷ সেৱা শ্ৰেণীৰ লোকৰ বাবেও, আজিৰ দিনটোৱে সৌভাগ্য কঢ়িয়াই আনিছে ৷ আপোনাৰ প্ৰচেষ্টা, উত্‍পাদন ক্ষমতা আৰু দক্ষতাই আপোনাৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ মনোযোগ আকৰ্ষণ কৰিব ৷ আপুনি এটা উচ্চ পদলৈ পদোন্নতি পাব পাৰে ৷ বন্ধুবৰ্গৰ লগত এটা পিকনিকৰ পৰিকল্পনা কৰিব পাৰে ৷ আৰ্থিক লাভ হ’ব ৷ ধনৰ আগমণ ঘটিব ৷

কৰ্কট ৰাশি: দিনটোৰ আৰম্ভণি ভালদৰে নহ’বও পাৰে, কিন্তু পাৰহৈ যোৱা প্ৰতি ঘণ্টাৰ লগত ই উন্নত হৈ আহিব ৷ উদ্বেগ, ক্লান্তি আৰু পেটৰ অসুখ হোৱাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্যকৰ খাদ্য খাওক আৰু যোগাসন বা ধ্যানসাধনা কৰক ৷ কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো সফলতা নাপাবও পাৰে ৷ অধিক পৰিশ্ৰম কৰক ৷ মধ্যাহ্নৰ পিছত, আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব পাৰে আৰু সকলো ভাললৈ আহিব ৷ আগতে নথকা উদ্দীপনা আৰু শক্তি দেখা পোৱা যাব আৰু আপোনাক আগবঢ়াই নিব ৷ সামাজিক দিশত সন্মান বৃদ্ধিৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ীসকলে লাভ আশা কৰিব পাৰে ৷

সিংহ ৰাশি: এটা মিশ্ৰিত প্ৰভাৱৰ দিন ৷ অনৈতিক বা অবৈধ কাৰ্যকলাপৰ পৰা বিৰত থাকক, সমস্যাত পৰিব পাৰে ৷ কাৰ্যালয়ত কামৰ বোজা বৃদ্ধি পাব, কাম সম্পূৰ্ণ কৰাত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ বিৰতি লওক, ক্লান্তিয়ে আপোনাৰ স্বাস্থ্যৰ গুৰুত্বৰ অৱনতি ঘটোৱাৰ সম্ভাৱনা আছে ৷ আকস্মিক আৰ্থিক লাভৰ সংযোগ আছে ৷ বিৰোধী আৰু প্ৰতিদ্বন্দীৰ লগত কথোপকথন কৰা বা বিবাদত লিপ্ত হোৱাৰ পৰা আঁতৰত থাকক ৷ আপোনাৰ ক্ৰোধক উচতনি দিব পাৰে ৷ ইতিবাচক মনোভাৱ লৈ থাকক ৷

কন্যা ৰাশি: শিল্প আৰু সামাজিক সমস্যাসমূহত আপোনাৰ সক্ৰিয় অংশগ্ৰহণে আপোনাক স্বীকৃতি আৰু সন্মান প্ৰদান কৰিব ৷ পেচাগত দিশত, আপোনাৰ ব্যৱসায়িক পাৰ্টনাৰসকল উপকৃত হ’ব আৰু আৰ্থিক দিশত লাভ প্ৰাপ্তিৰ যোগ ৷ সৃজনীমূলক আৰু মনোৰঞ্জনত আপুনি যথেষ্ট সময় কটোৱাৰ সম্ভাৱনা আছে ৷ মধ্যাহ্নৰ পিছত আপোনাৰ স্বাস্থ্য ঠিকে নাথাকিবও পাৰে, লক্ষ্য ৰাখক ৷ যোগাসন, ধ্যান সাধনা আৰু উপাসনাই আপোনাৰ মন শান্ত আৰু চিন্তামুক্ত কৰি ৰাখিব ৷

তুলা ৰাশি: উদযাপন কৰিব পৰা এটা দিন ৷ আপোনাৰ হাতত থকা প্ৰতিটো কাম আপুনি আত্ম-বিশ্বাস আৰু দৃঢ়তাৰে সম্পূৰ্ণ কৰিব ৷ অধিক-উৎফুল্লিত হোৱাৰ পৰা নিজকে নিয়ন্ত্ৰণত ৰাখক, ক্ষতিকাৰক হ’ব পাৰে ৷ ঘৰৰ পৰিবেশ আনন্দময় আৰু সৌহাৰ্দ্যপূৰ্ণ হ’ব ৷ আপোনাৰ জিভা আৰু মেজাজক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ শিল্পীসকলৰ বাবে অতি অনুকূল দিন ৷ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰিব পাৰিব ৷ বন্ধুবৰ্গৰ লগত সময় কটাব পাৰে ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ লোকৰ বাবে এটা শুভ দিন ৷ সাহিত্য কৰ্মই আপোনাৰ মনোযোগ আকৰ্ষণ কৰিব আৰু কিতাপৰ জগতত আপুনি পৰ্যাপ্ত সময় কটাব পাৰিব ৷ শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিকূল দিন হ’ব, শিক্ষাত ভাল প্ৰদৰ্শন কৰিব ৷ বিনিয়োগকাৰীৰ বাবেও, আজিৰ দিনটোৱে সৌভাগ্য কঢ়িয়াই আনিব ৷ সম্পূৰ্ণ দিনটো আত্মবিশ্বাস আৰু দৃঢ়তাৰে পূৰ্ণ থাকিব ৷ সময়সীমা পাৰ নোহোৱাকৈ গুণগত কাম প্ৰদান কৰিব পাৰিব ৷ স্বাস্থ্যৰ দিশত আজিৰ দিনটো শুভ ৷ মাত্ৰ ধৈৰ্য ধৰক ৷

ধনু ৰাশি: সম্পূৰ্ণ দিনটো সৰ্তক হৈ থাকক ৷ আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱস্থা আৰু প্ৰতিকূল ঘৰুৱা পৰিবেশে আপোনাক চিন্তিত কৰিব পাৰে ৷ ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰক ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত প্ৰতিবন্ধকতাৰ সৃষ্টি হ’ব পাৰে ৷ মধ্যাহ্নৰ পিছত, সকলো ঠিক হ’ব আৰু সমস্যাৰ সমাধান হ’ব ৷ সৃজনশীল আৰু বৌদ্ধিক কাৰ্যত অংশ গ্ৰহণ কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ শিক্ষাৰ্থীৰ বাবে দিনটো অনুকূল হ’ব ৷

মকৰ ৰাশি: দিনটোৰ প্ৰথমাৰ্ধ অনুকূল আৰু দ্বিতীয়াৰ্ধ প্ৰতিকূল হোৱাৰ সম্ভাৱনা আছে ৷ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ঘৰুৱা পৰিবেশ সুখৰ হ’ব, আপুনি পৰিয়াল কেন্দ্ৰিক কথাবতৰা বা আলোচনাত ভাগ লোৱাৰ সম্ভাৱনা আছে ৷ বন্ধুৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷ মাতৃৰ স্বাস্থ্য চিন্তাৰ বিষয় হ’ব পাৰে ৷ স্থায়ী সম্পত্তি সম্বন্ধীয় বিষযত লেনেদেন কৰোঁতে সাৱধান হওক ৷

কুম্ভ ৰাশি: আজিৰ দিনটো অতি কঠিন হ’ব পাৰে ৷ আপোনাৰ ক্ৰোধ হঠাৎ বৃদ্ধি পাব পাৰে ৷ ঘৰত আৰু অফিচত পৰিবেশ নষ্ট নকৰিবৰ বাবে সচেতন হওক ৷ কথা কোৱাৰ আগতে ভাবক, আপুনি কোৱা কোনো কথাই বিপদৰ সময়ত আপোনাক সহায় কৰিব পাৰে ৷ আপোনাৰ সমালোচক দৃষ্টিভংগীয়ে দিনটোত প্ৰতিবন্ধতাৰ সৃষ্টি কৰিব পাৰে ৷ নেতিবাচক মনোভাৱ আঁতৰাই ৰাখক ৷ মধ্যাহ্নৰ পিছত, আপোনাৰ পৰিস্থিতি উন্নত হ’ব ৷ ঘৰত, বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণ পৰিবেশে বিৰাজ কৰিব আৰু পেচাগত দিশটো, ভাল ফল আৰু সফল কামে আপোনাক সন্তুষ্ট আৰু চিন্তামুক্ত কৰি ৰাখিব ৷

মীন ৰাশি: মীন ৰাশিৰ লোকৰ বাবে এটা ঘটনাপূৰ্ণ আৰু সুখী দিন ৷ আপোনাৰ পৰিয়াল আজি আনন্দময় মনেৰে থাকিব ৷ আপোনাৰ মুখৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ মধ্যাহ্নৰ পিছত সকলো ঠিকে নাথাকিবও পাৰে ৷ নিশ্চিত হওক যাতে আপুনি পৰিয়ালৰ লোকসকলৰ লগত বিবাদত লিপ্ত নহয় ৷ তাৰ পৰিৱৰ্তে, নতুন কাম আৰু প্ৰকল্প হাতত লওক ৷ দিনটো ফলপ্ৰসূ হ’ব ৷ আপোনাৰ খাদ্যৰ প্ৰতি গুৰুত্ব দিয়ক ৷ নেতিবাচক চিন্তাধাৰাক দূৰত ৰাখক ৷

লগতে পঢ়ক : ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? - WEEKLY HOROSCOPE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.