ETV Bharat / bharat

আজি এই ৰাশিৰ লোকৰ বাবে দিনটো হ’ব সৌভাগ্যশালী...পাব পাৰে সু-সংবাদ...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 22nd August

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 12:31 AM IST

Daily Horoscope: আজি ৰাশি সলনি কৰি মীন ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 22nd August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো ইতিবাচক শক্তিৰে পৰিপূৰ্ণ ৷ আজি আপুনি অত্যধিক তজবজীয়া হৈ থাকিব আৰু উৎসাহ-উদ্দীপনাৰে সৈতে কাম কৰিবলৈ আগুৱাই যাব ৷ লক্ষ্মীদেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷ ঘৰৰ অসাধাৰণ পৰিৱেশত পৰিয়ালৰ সৈতে ভাল সময় কটাই আপুনি সম্পূৰ্ণ উজ্জীৱিত হৈ উঠিব ৷ সামাজিকভাৱে অনানুষ্ঠানিক মিলামিচা বা আনন্দ-অনুষ্ঠানৰ যোগ আছে ৷ আজিৰ দিনটো আপোনাৰ বাবে শুভ, ইয়াৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক আৰু প্ৰতিটো মুহূৰ্তক উপভোগ কৰক ৷ মাতৃৰ ফালৰ পৰা সু-সংবাদ পাব পাৰে ৷

বৃষ ৰাশি: সাৱধান ! আজি গোটেই দিনটো সতৰ্ক হৈ থাকক ৷ আজি আপুনি দুশ্চিন্তাত ভুগিব পাৰে, অসুস্থতাৰ বাবে বা চকু ফুলি উঠাৰ বাবে ৷ পৰিয়ালৰ লোকৰ সৈতে কোনো কথাত ভুল বুজাবুজি হ’ব পাৰে, যাৰ ফলত কাজিয়াৰ সৃষ্টি হ’ব পাৰে ৷ আজি যি কাম হাতত ল’ব সেয়া শেষ নোহোৱাকৈ থাকি যাব ৷ খৰচ কৰাৰ সময়ত সাৱধান হওক, কাৰণ অতিৰিক্ত ব্যয়ৰ আশংকা আছে ৷ কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷ সাৱধানে থাকিব, কিয়নো দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট লাভ কঢ়িয়াই আনিব ৷ অবিবাহিতসকলে ভাল জীৱনসংগী বা জীৱনসংগিনী পাব পাৰে ৷ আৰ্থিক লাভৰ কাৰণেও আজিৰ দিনটো ভাল ৷ বন্ধুসকলক সাক্ষাৎ কৰিব পাৰে ৷ সকলো ফালৰ পৰা ভাল হ’ব এতিয়া ৷ পত্নী আৰু আৰু সন্তান আপোনাৰ বাবে ভাগ্যশালী প্ৰমাণিত হোৱাৰ উপৰিও আপুনি আজি ভাল খাদ্য ভোজন কৰিব পাৰে ৷ সন্তানৰ পৰা সু-সংবাদ পাব পাৰে ৷ চাকৰি বা ব্যৱসায়ত লাভ হ’ব আৰু আয়বৃদ্ধি হ’ব ৷ আজিৰ এই ফলদায়ক দিনটোৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক ৷

ককৰ্ট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে বিভিন্ন ধৰণৰ সুযোগ আহি আছে ৷ আজি সকলো কাম সফলভাৱে সম্পন্ন হ’ব ৷ আপুনি নিজৰ ঊৰ্ধ্বতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিব আৰু তেওঁলোকে আপোনাৰ কামত সুখী হ’ব ৷ আজি পদোন্নতিৰ যোগ আছে ৷ ঘৰত পৰিয়ালৰ লোকৰ সৈতে কথা পাতি আপুনি ভাল পাব আৰু ঘৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে আপুনি নতুনকৈ কিবা কৰিব পাৰে ৷ আজি আপোনাৰ অফিচৰ কামত ভ্ৰমণ হ’ব পাৰে ৷ আপোনাৰ স্বাস্থ্য ইতিবাচক আৰু মাতৃৰ সৈতে সম্পৰ্কক লৈ চিন্তা বাঢ়িব৷ চৰকাৰী কামৰ পৰা সুবিধা পোৱাৰ প্ৰৱল সম্ভাৱনা আছে ৷

সিংহ ৰাশি: আজি আপুনি সজাগ আৰু সতৰ্ক হৈ থাকক ৷ আজি আপোনাৰ গ্ৰহ অনুকূল অৱস্থানত নাই ৷ আপুনি আজি অজস্ৰ সমস্যাত পৰিব পাৰে ৷ স্বাস্থ্য সম্বন্ধীয় সমস্যা দেখা দিব পাৰে ৷ ঔষধ ক্ৰয়ৰ নামত খৰচ বাঢ়িব ৷ পৰিয়ালৰ লোকৰ সৈতে ধৈৰ্য ধৰি কথা পাতক আৰু তেওঁলোকৰ সৈতে বুজাবুজিৰে চলক ৷ সন্দেহজনক আৰু অস্পষ্ট কাম-কাজত লিপ্ত নহ’ব ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল পাব ৷

কন্যা ৰাশি: সামাজিক স্বীকৃতি আৰু ৰাজহুৱা সন্মান বৃদ্ধিৰ যোগ ৷ আজি আপুনি নতুন কাপোৰ আৰু সাজপাৰৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে ৷ আজি আপুনি নতুন বাহনৰ গৰাকী হ’ব পাৰে ৷ কৰ্মস্থানত আজি আপোনাৰ সহকৰ্মীৰ সৈতে বহুত ভাল সম্পৰ্ক গঢ়ি উঠিব ৷ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা ৷ ইয়াৰ বাবে অধিক সময়লৈকে মন বেয়া কৰি নাথাকিব, দুয়োজনৰ মাজত ঘনিষ্ঠতা আকৌ বৃদ্ধি পাব ৷

তুলা ৰাশি: পৰিয়ালৰ লোকৰ সৈতে সুখ আৰু শান্তিৰে থাকি আপুনি পৰিতৃপ্ত আৰু সন্তুষ্ট হৈ থাকিব ৷ সহকৰ্মী আৰু সতীৰ্থৰ পৰা সহযোগিতা লাভ কৰিব আৰু তেওঁলোকে আপোনাৰ প্ৰতি ভাল সঁহাৰি জনাব ৷ আপোনাৰ যোগ্যতা অনুসৰি স্বীকৃতি লাভ কৰিব আৰু ইয়াৰ বাবে পুৰস্কৃত হ’ব ৷ পিতৃ-মাতৃৰ পৰা সু-সংবাদ পাব ৷ শত্ৰু আৰু প্ৰতিযোগীসকল আপোনাৰ ওচৰত পৰাস্ত হ’ব ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰ ফলদায়ক ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়াশুনাত ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব ৷ অৱশ্যে আজি কোনো নতুন কাম বা প্ৰকল্প হাতত নোলোৱাই ভাল ৷ আৰ্থিক দিশত আপোনাৰ প্ৰয়াস সুফল প্ৰদান কৰিব পাৰে ৷ শ্বেয়াৰ বজাৰক লৈ অনুমান কৰি বিনিয়োগ কৰাৰ পৰা বিৰত থাকক ৷ সম্ভৱ হ’লে ভ্ৰমণৰ দিন পিছুৱাই দিয়ক ৷

ধনু ৰাশি: আজি আপুনি দিনটো বিষণ্ণ হৈ থাকিব ৷ অস্থিৰতা এৰাই চলিক ৷ পৰিয়ালৰ লোকৰ পৰা কোনো সঁহাৰি নাপাব পাৰে ৷ সাংসাৰিক পৰিৱেশত হতাশাই আগুৰি ধৰিব ৷ নিজৰ আত্মসন্মানক নষ্ট হ’বলৈ নিদিব ৷ ক্ষয়-ক্ষতিৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷ বাহন আৰু সম্পত্তি সম্বন্ধীয় নথিপত্ৰ তৈয়াৰ কৰাৰ সময়ত সতৰ্ক থাকক আৰু প্ৰয়াস বৰ্তাই ৰাখক ৷

মকৰ ৰাশি: নতুন কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো বৰ ভাল ৷ আপোনাৰ দৈনন্দিন কাম-কাজ আৰু ব্যৱসায়ৰ পৰিৱেশ আনন্দদায়ক আৰু সহযোগিতাপূৰ্ণ হৈ থাকিব, যাৰ পৰিণতি হ’ব সন্তোষজনক ৷ গ্ৰহৰ অৱস্থানে কয়, জাগতিক আৰু আধ্যাত্মিক দিশত বন্ধুসকলে সহায়-সহযোগিতা আগবঢ়াব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব ৷

কুম্ভ ৰাশি: সকলো প্ৰকাৰৰ কাজিয়া-বিবাদৰ পৰা দূৰত থাকক ৷ ধৰ্মীয় কাম-কাজত খৰচ কৰিবৰ বাবে সাজু থাকক ৷ ঘৰুৱা সুখ আৰু শান্তি বিঘ্নিত হ’ব পাৰে ৷ ব্যৰ্থতা আৰু হতাশাই আগুৰি ধৰিব ৷ বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷ এইবোৰৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিবলৈ নিদিব ৷

মীন ৰাশি: আজিৰ দিনটো শুভ ৷ আজি আপুনি সজীৱতা আৰু ইতিবাচক মনোভাৱেৰে পৰিপূৰ্ণ হৈ উঠিব ৷ নতুন প্ৰকল্প আৰু চিন্তাধাৰাক বাস্তৱায়িত কৰাৰ দিন আজি ৷ বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে নৈশভোজ উপভোগ কৰিব পাৰে ৷ ধনাগমনৰ সম্ভাৱনা আছে ৷ ব্যয় হ’ব পাৰে৷ ধৰ্মীয় কাৰ্যকলাপ আৰু সৰু-সুৰা ভ্ৰমণ হ’ব পাৰে ৷ কোনো প্ৰয়াস সফল হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: এই সপ্তাহত ধনৰ লেনদেন কৰোঁতে সাৱধান হওক এই ৰাশিৰ লোক...এইসকল লোকৰ বাবে খোল খাব উপাৰ্জনৰ পথ...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.