ETV Bharat / bharat

বৃষ ৰাশিৰ ভ্ৰমণত শুভ, কৰ্কট ৰাশিৰ ব্যৱসায়, সন্মান আদিৰে ভৰা সফল দিন... চাওক কি কি আছে দিনটোৰ ৰাশিফলত - DAILY HOROSCOPE FOR 16TH AUGUST

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 12:26 AM IST

Daily Horoscope: আজি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

DAILY HOROSCOPE FOR 16TH AUGUST
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)

মেষ ৰাশি: আপোনাক নিমন্ত্ৰণ কৰা সম্বন্ধীয়ৰ ঘৰৰ অনুষ্ঠানত একেবাৰে মন বহুৱাব নোৱাৰিব ৷ এই অৱস্থা আপোনাৰ মানসিক স্থিতি আৰু সামান্য অসুস্থতাৰ বাবে হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰৰ লগতে ঘৰৰ পৰিৱেশে আপোনাক উদ্বেগত পেলাইছে ৷ সকলোতে অলপ ভুল বুজাবুজিৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ আপুনি খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, নহ’লে পিছত ইয়াৰ ফল ভূগিব লাগিব আৰু হাতত থকা কামত ব্যাঘাত জন্মিব ৷

বৃষ ৰাশি: ধ্যান কৰক আৰু মনক স্থিৰ কৰক, কেইটামান দিন এনেদৰেই পাৰ হ’ব ৷ দিনৰ শেষভাগলৈ আপুনি ভাগৰি পৰিব কিন্তু কৰ্মক্ষেত্ৰত শীৰ্ষ নেতৃত্বই দিয়া কামৰ হেঁচা আপোনাৰ ওপৰত পৰি থাকিব ৷ আশা কৰি থকা ফল লাভত পলম হ’ব ৷ ভ্ৰমণত শুভ ৷ এলাহভাৱে আপোনাক বেৰি ধৰিব, যাক কেৱল আপুনিহে অনুভৱ কৰিব পাৰিব ৷ আনে আপোনাৰ অসুবিধা দেখা নাপায়, গতিকে শান্ত থাকক আৰু কাম কৰি থাকক ৷ খোৱা-বোৱাত চকু ৰাখক আৰু নতুন একো আৰম্ভ নকৰিব ৷

মিথুন ৰাশি: গণেশৰ আৰ্শীবাদত দিনটো আনন্দৰে পাৰ হ’ব ৷ সমাজ, পৰিয়াল আৰু সম্বন্ধীয়ৰ মাজত আপোনাৰ জনপ্ৰিয়তাই আনন্দিত কৰি তুলিব ৷ পৰিয়ালৰ লগত কোনো সুন্দৰ ঠাইত কৰা ভ্ৰমণৰ ফলত মানসিক শান্তি বিচাৰি পাব ৷ বন্ধু বা সহকৰ্মীৰ লগত বজাৰ কৰিবলৈ যাব পাৰে ৷ বাহন ক্ৰয়ৰ বাবে সুন্দৰ সময় ৷ আপুনি ভালপোৱা খাদ্যই আপোনাৰ আনন্দ আৰু অলপ বঢ়াই দিব ৷

কৰ্কট ৰাশি: ব্যৱসায়, সন্মান আদিৰে ভৰা সফল দিন ৷ সহকৰ্মী আৰু তলৰ চাকৰিয়ালসকলৰ সহযোগিতা লাভ কৰিব আৰু শীৰ্ষ নেতৃত্বৰ শুভেচ্ছাও লাভ কৰিব ৷ প্ৰিয়জনৰ লগত সময় কটাব পাৰিব ৷ এই সকলোবোৰৰ উপৰিও প্ৰতিযোগীসকলৰ লগত বিজেতা হিচাপে আপোনাৰ কলাসন্মত কামৰ পৰিচয় দিব পাৰিব ৷ উপাৰ্জনৰ দিশত অলপ চকু ৰখা প্ৰয়োজন ৷

সিংহ ৰাশি: গণেশৰ কৃপাত শুভ দিন যদিও কিছুমান সৰু কথাই আপোনাক খঙাল কৰি তুলিব ৷ খঙক কাবু কৰি আপুনি কামত অধিক মনোনিৱেশ কৰিব পাৰিব ৷ শৰীৰ ভাল ৷ এই সময়ত ভালপোৱা কলা, খেল, ছবি অঁকা আদি কাম নিজ মনেৰে কৰিব পাৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ ভালপোৱা বিষয়ত ভাল ফল দেখুৱাব পাৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্বন্ধৰ উন্নতি হ’ব ৷

কন্যা ৰাশি: আজি বৰ ভাল দিন নহয় ৷ এলাহ আৰু মনোযোগৰ অভাৱে কামবোৰ সঠিক সময়ত শেষ হ’বলৈ নিদিয়ে ৷ এই সমস্যাবোৰৰ ফলত আপোনাৰ মনত উদ্বেগভাৱ আহিব, প্ৰিয়জনৰ লগত কাজিয়া আৰু পৰিয়ালৰ পৰা পোৱা অপমানে অশান্তি দিব ৷ মাতৃৰ শৰীৰৰ বাবেও আপুনি চিন্তাত পৰিব ৷ সাৱধানে থাকক আৰু সম্পত্তি বিষয়ক বা আইনী কামত বিশেষ সাৱধানতাৰ পৰিচয় দিয়ক ৷

তুলা ৰাশি: ধৰ্মীয় ঠাই পৰিভ্ৰমণ কৰক আৰু লাভ কৰা ভাল ফলবোৰৰ বাবে ভগবানক ধন্যবাদ দিয়ক ৷ চাৰিওফালৰ পৰিৱেশ উত্তেজনাপূৰ্ণ হ’ব পাৰে ৷ পৰিয়ালৰ লগত সম্বন্ধ, আনন্দ আৰু প্ৰতিযোগীসকলৰ লগত জয়- এই সকলোৱে আপোনাক সুখী কৰি তুলিব ৷ আপুনি হাত দিয়া সকলো কাম সফল হ’ব ৷ কাৰোবাৰ মিঠা কথাই আপোনাৰ অন্তৰ চুই যাব ৷

বৃশ্চিক ৰাশি: কথা কওতে সাৱধান হওক ৷ গ্ৰহৰ প্ৰভাৱত ঘৰুৱা পৰিস্থিতি জটিল হ’ব ৷ পৰিয়ালৰ লগত হঠাৎ কাজিয়াৰ সূত্ৰপাত হ’ব ৷ আপোনাৰ কথাই কাৰোবাক আঘাত দিব আৰু আপুনি পিছতহে তাৰ অনুশোচনা কৰিব ৷ সেইবাবে শান্ত হওক, মনলৈ বেয়া ভাৱ আহিবলৈ নিদিব, এনে ভাৱে শৰীৰত প্ৰভাৱ পেলাব ৷ ছাত্ৰ-ছাত্ৰীসকলেও পঢ়া বিষয়ত বিশেষ মনোযোগ দিব নোৱাৰিব ৷

ধনু ৰাশি: সৰু তীৰ্থ ভ্ৰমণত যাব পাৰে ৷ আপুনি কৰিব বিচৰা সকলো কাম সফল হ’ব ৷ শাৰিৰীক আৰু মানসিকভাৱে সবল অনুভৱ কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ আপোনাৰ পৰিয়ালত আনন্দৰ উৎসৱৰ আয়োজন হ’ব আৰু আপোনাৰ প্ৰিয়জনক লগ পোৱাৰ পিছত আনন্দ আৰু বাঢ়িব ৷ সামাজিক সন্মান বৃদ্ধি হ’ব ৷

মকৰ ৰাশি: ধৰ্মীয় কামত বেছি মন দিব ৷ তাৰবাবে কিছু খৰচো কৰিবলগা হ’ব ৷ আইনী বিষয়ৰ কামত বিশেষ চকু ৰখা প্ৰয়োজন ৷ দুৰ্ঘটনা আৰু অপাৰেচনৰ পৰা আঁতৰত থাকক ৷

কুম্ভ ৰাশি: এইটো এটা সফল দিন ৷ ব্যৱসায়ত বহু উন্নতি হ’ব ৷ পুৰণি বন্ধু লগ পাব আৰু নতুন বন্ধু লাভ কৰিব আৰু তেওঁলোকৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ নতুন কাম আৰম্ভ কৰাৰ সুন্দৰ সময় ৷ বিবাহৰ বাবে প্ৰস্তাৱ দিব বিচাৰিছে যদি আজি উত্তম দিন ৷

মীন ৰাশি: গণেশৰ কৃপা আৰু আৰ্শীবাদত এটা শুভ দিন ৷ প্ৰাপ্যখিনি সহজে লাভ কৰিব আৰু পৰিয়ালৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ কাৰ্যালয়ত শীৰ্ষ নেতৃত্বই কৰা প্ৰশংসাই আনন্দিত কৰিব ৷ পৰিয়ালৰ লগত কটোৱা সময়ে সুখী কৰি তুলিব ৷ পৰিয়ালৰ জ্যেষ্ঠসকলৰ সৈতে থকা সম্পৰ্কই আপোনাক লাভ প্ৰদান কৰিব ৷ ধাৰলৈ লোৱা টকা ঘূৰাই দিব ৷

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.